• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শীতৰ আমেজ! ৰাতি লেপ-কম্বলেৰে মুখ ঢাকি একেবাৰে নুশুব; পৰিণতি জানিলে শংকিত হ’ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2024 8:29 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিচেম্বৰ আৰু জানুৱাৰী মাহত তীব্ৰ শীত পৰে। শীতকালৰ পৰা নিজকে ৰক্ষা পাবলৈ মানুহে গধুৰ লেপ বা কম্বল ব্যৱহাৰ কৰে। উলৰ কম্বল আৰু লেপ এনে সামগ্ৰীৰে তৈয়াৰ কৰা হয় যি শৰীৰৰ তাপমাত্ৰা বাহিৰলৈ ওলাই যাব নিদিয়ে। ইয়াৰ বাবে লেপ উৰি শৰীৰৰ উষ্ণতা বজাই ৰখা হয় আৰু ঠাণ্ডা নালাগে।

শীতকালত লেপ উৰিলে শৰীৰৰ বাবে ভাল যদিও গোটেই মুখখন ঢাকি শুই থাকিলে শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। কম্বল বা লেপ কিয় গোটেই মুখখন ঢাকি শুব নালাগে জানো আহক।

Apply Now

কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি পায়

মুখখন লেপেৰে ঢাকিলে লেপৰ ভিতৰত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যায়। একে সময়তে অক্সিজেনৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত ব্যক্তিজনৰ উশাহ-নিশাহ লোৱাত অসুবিধা হয় আৰু লগতে উশাহ-নিশাহৰ কষ্টও হ’ব পাৰে।

বাৰে বাৰে টোপনি ভাঙি যাব পাৰে

মুখৰ ওপৰত লেপ লৈ শুই থাকিলে ৰাতি মানুহৰ টোপনিত বাৰে বাৰে ব্যাঘাত জন্মাব পাৰে। সঠিকভাৱে উশাহ-নিশাহ নোলোৱাৰ ফলতে এনে হয়। একে সময়তে ব্যক্তিজনৰ হৃদস্পন্দনো বৃদ্ধি পায়। মুখখন লেপেৰে ঢাকি ল’লে নাকৰ ছিদ্ৰও বন্ধ হৈ যাব পাৰে। যাৰ ফলত ব্যক্তিজনে অস্বস্তি অনুভৱ কৰে।

শৰীৰে অধিক পৰিশ্ৰম কৰিব লগা হয়

অতিৰিক্ত কাৰ্বন ডাই অক্সাইড আৰু কম অক্সিজেনৰ কাৰণে উশাহ লওতে অধিক পৰিশ্ৰম কৰিব লগা হয়। একে সময়তে ব্যক্তিজনৰ শৰীৰত অক্সিজেনৰ পৰিমাণ কমি যায়। ইয়াৰ ফলত গোটেই শৰীৰত বেয়া প্ৰভাৱ পৰে।

ৰাতি এনেকৈয়ে ঠাণ্ডাৰ পৰা বাচি থাকক

ঠাণ্ডা বেছি হ’লে মুখখন ঢাকি শুই থকাৰ পৰিৱৰ্তে কিছুমান টিপছ মানি চলিব পাৰে। মূৰত ঠাণ্ডা নালাগিবৰ বাবে মূৰত উলৰ টুপী পিন্ধিব পাৰে। একে সময়তে আই মাস্ক ব্যৱহাৰ কৰিব পাৰে। এইটো কৰিলেও মুখখন ঢকা থাকিব আৰু ঠাণ্ডাও নালাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্ধুৰ বাবেও কৰৱা চৌথৰ ব্ৰত, স্বামীৰ দৰে সম্পৰ্কৰ অভিযোগ! ১৩ বছৰৰ দাম্পত্যত যতি পেলালে আদালতে

বন্ধুৰ বাবেও কৰৱা চৌথৰ ব্ৰত, স্বামীৰ দৰে সম্পৰ্কৰ অভিযোগ! ১৩ বছৰৰ দাম্পত্যত যতি পেলালে আদালতে

October 29, 2026 1:39 pm
RSSৰ মুখ্য কাৰ্যালয় থকা নাগপুৰত বিজেপিক পৰাস্ত কৰিলে কংগ্ৰেছে, ৩,২৭১ ভোটৰ ব্যৱধানত জয়ী অভিজিত ৱানজাৰি

RSSৰ মুখ্য কাৰ্যালয় থকা নাগপুৰত বিজেপিক পৰাস্ত কৰিলে কংগ্ৰেছে, ৩,২৭১ ভোটৰ ব্যৱধানত জয়ী অভিজিত ৱানজাৰি

October 29, 2026 12:05 pm
ড্ৰীম ৱেভ কনষ্ট্ৰাকচনৰ বিৰুদ্ধে কোটি কোটি টকাৰ ভূমি লেনদেনৰ অভিযোগ ৰাইজৰ দলৰ, ইডিৰ তদন্তৰ দাবী

ড্ৰীম ৱেভ কনষ্ট্ৰাকচনৰ বিৰুদ্ধে কোটি কোটি টকাৰ ভূমি লেনদেনৰ অভিযোগ ৰাইজৰ দলৰ, ইডিৰ তদন্তৰ দাবী

October 29, 2026 11:57 am
ন্যায়াধীশৰ নাবালক পুত্ৰৰ বিলাসী গাড়ীৰ খুন্দাত এজনৰ মৃত্যু, তদন্তত গাফিলতিৰ অভিযোগত অপসাৰিত কোচিৰ আৰক্ষী আয়ুক্ত

ন্যায়াধীশৰ নাবালক পুত্ৰৰ বিলাসী গাড়ীৰ খুন্দাত এজনৰ মৃত্যু, তদন্তত গাফিলতিৰ অভিযোগত অপসাৰিত কোচিৰ আৰক্ষী আয়ুক্ত

October 29, 2026 11:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্ধুৰ বাবেও কৰৱা চৌথৰ ব্ৰত, স্বামীৰ দৰে সম্পৰ্কৰ অভিযোগ! ১৩ বছৰৰ দাম্পত্যত যতি পেলালে আদালতে

বন্ধুৰ বাবেও কৰৱা চৌথৰ ব্ৰত, স্বামীৰ দৰে সম্পৰ্কৰ অভিযোগ! ১৩ বছৰৰ দাম্পত্যত যতি পেলালে আদালতে

October 29, 2026 1:39 pm
RSSৰ মুখ্য কাৰ্যালয় থকা নাগপুৰত বিজেপিক পৰাস্ত কৰিলে কংগ্ৰেছে, ৩,২৭১ ভোটৰ ব্যৱধানত জয়ী অভিজিত ৱানজাৰি

RSSৰ মুখ্য কাৰ্যালয় থকা নাগপুৰত বিজেপিক পৰাস্ত কৰিলে কংগ্ৰেছে, ৩,২৭১ ভোটৰ ব্যৱধানত জয়ী অভিজিত ৱানজাৰি

October 29, 2026 12:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd