• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছাফাৰীৰ সময়ত গঁড়ৰ সন্মুখতে পৰি গ’ল মাতৃ- কন্যা! কাজিৰঙাত শিহৰণকাৰী ঘটনা (ভিডিঅ’)

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 7, 2025 2:46 pm
236
VIEWS
Share on FacebookShare on Twitter

এশিঙীয়া গঁড়ৰ বাসস্থলী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। তাতেই ছাফাৰী কৰি থকাৰ সময়ত এগৰাকী মহিলা আৰু তেওঁৰ কন্যা এক ভয়ংকৰ অভিজ্ঞতাৰ সন্মুখীন হ’ল। বাগৰি ৰেঞ্জত ছাফাৰীৰ সময়ত এখন গাড়ীৰ পৰা ছিটিকি পৰি কেইবাটাও গঁড়ৰ সন্মুখত পৰিল! অৱশ্যে ভাগ্যৰ ফলত তেওঁলোক বাচিল!

ইতিমধ্যে এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। তাত দেখা গৈছে কাজিৰঙাত কেইবাটাও গঁড় আপোনমনে বিচৰণ কৰি আছে। পিছফালে আছে একে লানিতে পৰ্যটকেৰে ভৰা তিনিখন ছাফাৰী বাহন। সেই গাড়ীবোৰ এটা স্থানলৈ আহি সোঁফালে ঘূৰি যায়। সেই সময়ত এখন গাড়ীৰ পৰা দুজন ছিটিকি পৰে। তেওঁলোক দুয়ো মাতৃ-কন্যা।

মাটিত পৰি দুয়োজনে চিঞৰিবলৈ আৰম্ভ কৰে। শিশুটিয়ে কান্দিবলৈ ধৰে। কিন্তু তেওঁলোকক সহায় কৰিবলৈ কোনো গাড়ী আহিব পৰা নাই। এখন গাড়ীয়ে ওচৰ চাপিবলৈ চেষ্টা কৰে যদিও এটা গঁড় প্ৰায় গাড়ীখনৰ ফালে দৌৰি যায়! ফলতপিছুৱাই যাবলৈ বাধ্য হ’ল। অৱশ্যে অলপ সময়ৰ ভিতৰতে ভাগ্যক্ৰমে দুয়োজনে নিজৰ গাড়ীত উঠিবলৈ সক্ষম হয়। ফলত তেওঁলোকৰ বাচিল।

Horrible incident at the Kaziranga National Park in Assam.

Two women fell off a safari jeep as a rhino could be seen in very close proximity. Moments later, a second rhino came running towards another jeep safari, forcing it to take a reverse gear.

The women escaped unharmed… pic.twitter.com/6s9zz8WHSZ

— Vani Mehrotra (@vani_mehrotra) January 6, 2025

এনে ছাফাৰীৰ সময়ত মাজে মাজে এনে ঘটনাৰ খবৰ পোৱা যায়। এই সন্দৰ্ভত কেইবাবাৰো পৰ্যটকক সকীয়াই দিয়া হৈছে। একে সময়তে ছাফাৰী কৰ্তৃপক্ষকো নিৰ্দেশনা দিয়া হৈছে। কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই ঘটনাই পুনৰবাৰ পৰ্যটকৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিলে। কোনো কোনোৱে কয় যে এই ঠাইবোৰত পৰ্যটকৰো কিবা ভুল আছে। অতি উত্তেজিত হৈ নিয়ম ভংগ কৰে। সেইটো হ’ব নালাগে।

Recent News

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd