• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৪ বছৰৰ ভিতৰত সৰ্বনিম্ন! দেশৰ জিডিপি বৃদ্ধিৰ হাৰ এবাৰতে হ্ৰাস হোৱাৰ সন্দেহ ব্যক্ত কেন্দ্ৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 7, 2025 8:45 pm
74
VIEWS
Share on FacebookShare on Twitter

দেশৰ জিডিপি বৃদ্ধিৰ হাৰ এবাৰতে বহু পৰিমাণে হ্ৰাস কৰিব পাৰি বুলি ব্যক্তি কৰিছে। সেইটো হয়তো যোৱা ৪ বছৰৰ ভিতৰত আটাইতকৈ কম! আৰু ইয়াৰ ইংগিত কেন্দ্ৰীয় চৰকাৰৰ তথ্যই প্ৰকাশ কৰিছে। গতিকে স্বাভাৱিকতে নৰেন্দ্ৰ মোদী চৰকাৰৰ কপালত চিন্তাৰ চাপ দেখা গৈছে। লক্ষ্যটো দৰাচলতে পূৰণ হ’বনে?

ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয় বা এন এছ অ’ৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০২৪-২৫ বিত্তীয় বৰ্ষত দেশৰ জিডিপি বৃদ্ধিৰ হাৰ চিন্তনীয়। ২০২৩-২৪ বিত্তীয় বৰ্ষত ৮.২ শতাংশ বিত্তীয় বৃদ্ধিৰ হাৰ চলিত বিত্তীয় বৰ্ষত ৬.৪ শতাংশ হ’বলৈ গৈ আছে। যদি হয় তেন্তে যোৱা ৪ বছৰৰ ভিতৰত আটাইতকৈ কম হ’ব।

ইয়াৰ পূৰ্বে ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ জিডিপি বৃদ্ধিৰ গতি মন্থৰ হোৱাৰ ইংগিত দিছিল। অৱশ্যে চলিত বিত্তীয় বৰ্ষত এই হাৰ ৬.৬ শতাংশ হ’ব বুলি তেওঁলোকে পূৰ্বানুমান কৰিছিল। কিন্তু নেশ্যনেল ষ্টেটিষ্টিকলে কয়, বৃদ্ধিৰ হাৰ তাতকৈ কম হ’ব৷ বিশেষজ্ঞসকলে এই বিষয়টো যথেষ্ট চিন্তনীয় বুলি ভাবে।

চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত (এপ্ৰিল-জুন) দেশৰ জিডিপি বৃদ্ধিৰ হাৰ আছিল ৬.৭ শতাংশ। অৰ্থনীতিবিদসকলে অনুমান কৰিছিল যে দ্বিতীয় ত্ৰৈমাসিকত বৃদ্ধি ৬.৫ শতাংশ হ’ব পাৰে। কিন্তু বাস্তৱত আশা কৰাতকৈ বহু কম। চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিক (জুলাই-ছেপ্টেম্বৰ)ৰ সময়ছোৱাত ৫.৪ শতাংশ আছিল।

বিশেষজ্ঞসকলৰ মতামত প্ৰকাশ কৰিছে যে উৎসৱৰ বতৰ আৰু চৰকাৰে ঘোষণা কৰা বিভিন্ন আঁচনিৰ ফলত অহা ত্ৰৈমাসিকত সামান্য বৃদ্ধি পাব। কিন্তু এন এছ অ’ৰ এই প্ৰতিবেদনে স্বাভাৱিকতে মোডী চৰকাৰৰ উদ্বেগ বৃদ্ধি কৰিলে। আগন্তুক ৩ বছৰত দেশখনক তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বিজেপি চৰকাৰে। কিন্তু জিডিপি বৃদ্ধিৰ হাৰৰ বিষয়ে যি পূৰ্বাভাস আহিছিল, সেইটোৱে নিশ্চিতভাৱে দেশৰ অৰ্থনৈতিক মহলত ভয়ৰ পৰিৱেশ সৃষ্টি কৰিছে।

Recent News

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd