• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৩খন স্কুললৈ ভুৱা বিস্ফোৰণৰ ভাবুকিৰে ইমেইল প্ৰেৰণ; দিল্লী আৰক্ষীৰ জালত দ্বাদশ শ্ৰেণীৰ ছাত্ৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 10, 2025 12:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰ। আৰক্ষীয়ে দাবী কৰিছে যে যোৱা কেইসপ্তাহমানৰ ভিতৰত দিল্লীৰ ২৩খন বিদ্যালয়ত বিয়পি পৰা ভুৱা বোমা আতংকৰ আঁৰত ছাত্ৰজনেই আছিল। জানিব পৰা মতে তেওঁ পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা নাছিল। আৰু সেইবাবেই ছাত্ৰজনে এই অপৰাধ সংঘটিত কৰা বুলি স্বীকাৰ কৰিলে।

আৰক্ষীৰ সূত্ৰ অনুসৰি এই ছাত্ৰজনে ছবাৰকৈ ভুৱা বোমাৰ ভাবুকি ইমেইল প্ৰেৰণ কৰিছিল। প্ৰতিবাৰেই তেওঁ নতুন স্কুল এখনক লক্ষ্য কৰি লৈছিল। অৱশ্যে তেওঁ নিজৰ স্কুলখনক তালিকাৰ পৰা আঁতৰাই থৈ গ’ল। প্ৰতিটো ইমেইলতে তেওঁ এখনতকৈ অধিক বিদ্যালয়ৰ নাম উল্লেখ কৰিছিল।

Apply Now

আৰক্ষীৰ জেৰাৰ সময়ত দ্বাদশ শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে কয় যে পৰীক্ষা বাতিল কৰাৰ উদ্দেশ্যেৰে এই পৰিকল্পনা ৰচনা কৰা হৈছিল। তেওঁ ভাবিছিল যে ভুৱা বোমাৰ আতংক বিয়পিলে বিদ্যালয়ে আতংকিত হৈ পৰীক্ষা বাতিল কৰিব। আৰু বহু ক্ষেত্ৰত আচলতে সেইটোৱেই হৈছিল।

কেইবামাহো ধৰি দিল্লীৰ একাধিক বিদ্যালয়ত এনে ভুৱা বোমাৰ ভাবুকিৰ বাতৰিয়ে অভিভাৱকৰ মাজত আতংক বিয়পি পৰিছে। বহুতে নিজৰ সন্তানক স্কুললৈ পঠিয়াবলৈ ভয় কৰে। এনে পৰিস্থিতিত সজাগ হ’বলৈ শিক্ষক-শিক্ষয়িত্ৰী আৰু বিদ্যালয়ৰ কৰ্মচাৰীসকলক প্ৰশিক্ষণ দি আছে আৰক্ষীয়ে। দিল্লী আৰক্ষী আৰু শিক্ষা বিভাগেও এই বিষয়ত আলোচনা চক্ৰৰ আয়োজন কৰিছে।

ইয়াৰ পূৰ্বে আৰ কে পুৰম স্কুলৰ এজন ছাত্ৰৰ ইমেইল আইডিৰ পৰা তেওঁৰ বিদ্যালয় ভৱন উৰুৱাই দিয়াৰ ভাবুকি আহিছিল। আনকি তদন্তকাৰীসকলো ছাত্ৰজনৰ এই কাৰ্যত স্তম্ভিত হৈ পৰে। ছাত্ৰজনে কেৱল ধেমালিৰ বাবে নিজৰ বিদ্যালয় ভৱনটো উৰুৱাই দিয়াৰ ভাবুকি দিয়ে। আই পি ঠিকনা ট্ৰেচ কৰি তেওঁৰ ঘৰত উপস্থিত হয় আৰক্ষী। আৰক্ষীয়ে সোধা-পোছা কৰাত তেওঁ ই-মেইল প্ৰেৰণ কৰা বুলি স্বীকাৰ কৰে।

সেই ছাত্ৰজনৰ বাবে কাউন্সেলিং আৰম্ভ হৈছে। কিয় ধেমালিৰ আঁৰত তেওঁ ইমান গুৰুতৰ ঘটনা সংঘটিত কৰিলে সেয়া জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে। তদন্তকাৰীয়ে তেওঁক কিহৰ বাবে প্ৰেৰণা যোগাইছিল আৰু কিয় তেওঁৰ এনে ধাৰণা আছিল সেই বিষয়েও তদন্ত কৰি আছে। সদ্যহতে ল’ৰাটোক পিতৃ-মাতৃৰ ওচৰলৈ যাবলৈ দিয়া হৈছে। কিন্তু মনোবিজ্ঞানীসকলে পৰিয়ালসমূহক নিজৰ সন্তানৰ ওপৰত অধিক দৃষ্টি ৰাখিবলৈ পৰামৰ্শ দিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত দেশজুৰি আন্দোলন : ককৰোচ জনতা পাৰ্টিয়ে প্ৰকাশ কৰিলে ‘শিক্ষা ইস্তাহাৰ’

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত দেশজুৰি আন্দোলন : ককৰোচ জনতা পাৰ্টিয়ে প্ৰকাশ কৰিলে ‘শিক্ষা ইস্তাহাৰ’

June 11, 2026 4:09 pm
এই বয়সলৈকে বৈধ থাকিব ড্ৰাইভিং লাইচেন্স! গাড়ী চালনাৰ ম্যাদক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

এই বয়সলৈকে বৈধ থাকিব ড্ৰাইভিং লাইচেন্স! গাড়ী চালনাৰ ম্যাদক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

June 11, 2026 3:48 pm
মেছি এতিয়া লেটিন আমেৰিকান ফুটবলৰ শ্ৰেষ্ঠ বিজ্ঞাপন- ব্ৰাজিলৰ কিংবদন্তি ৰবাৰ্টো কাৰ্লোছৰ মন্তব্য

মেছি এতিয়া লেটিন আমেৰিকান ফুটবলৰ শ্ৰেষ্ঠ বিজ্ঞাপন- ব্ৰাজিলৰ কিংবদন্তি ৰবাৰ্টো কাৰ্লোছৰ মন্তব্য

June 11, 2026 3:15 pm
গুৱাহাটীৰ বেলতলাত সুস্মিতা বসুমতাৰীৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত আকাশ প্ৰসাদক গ্ৰেপ্তাৰ

গুৱাহাটীৰ বেলতলাত সুস্মিতা বসুমতাৰীৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত আকাশ প্ৰসাদক গ্ৰেপ্তাৰ

June 11, 2026 2:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত দেশজুৰি আন্দোলন : ককৰোচ জনতা পাৰ্টিয়ে প্ৰকাশ কৰিলে ‘শিক্ষা ইস্তাহাৰ’

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত দেশজুৰি আন্দোলন : ককৰোচ জনতা পাৰ্টিয়ে প্ৰকাশ কৰিলে ‘শিক্ষা ইস্তাহাৰ’

June 11, 2026 4:09 pm
এই বয়সলৈকে বৈধ থাকিব ড্ৰাইভিং লাইচেন্স! গাড়ী চালনাৰ ম্যাদক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

এই বয়সলৈকে বৈধ থাকিব ড্ৰাইভিং লাইচেন্স! গাড়ী চালনাৰ ম্যাদক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

June 11, 2026 3:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd