• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেনেকৈ যত্ন ল’ব আপোনাৰ পোহনীয়া কুকুৰটোৰ? লওক বহুতো নজনা কথা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
January 10, 2025 5:31 pm
98
VIEWS
Share on FacebookShare on Twitter

কুকুৰ পোহাটো বহুতৰে বাবে এক চখৰ বিষয়। কিন্তু পোহনীয়া কুকুৰৰ যত্ন কিদৰে সঠিকভাবে ল’ব লাগে সেয়া বহুতেই নাজানে। সেয়ে আজি আপোনালোকক ক’বলৈ ওলাইছোঁ পোহনীয়া কুকুৰৰ যত্ন সম্পৰ্কে কেতবোৰ গুৰুত্বপূৰ্ণ কথা –

কুকুৰৰ খাদ্য –

ক) জন্মৰ ৮ ৰ পৰা ১২ সপ্তাহলৈকে এটা কুকুৰক দিনটোত ৪ বাৰ খাদ্যৰ প্ৰয়োজন হয়।

খ) ৩ ৰ পৰা পৰা ৬ মাহৰ বয়সৰ কুকুৰক দিনটোত তিনিবাৰকৈ খাদ্য খুৱাব লাগে।

গ) কুকুৰক ৬ মাহৰ পৰা ১ বছৰলৈকে দিনটোত দুবাৰকৈ খুৱাব লাগে।

ঘ) যেতিয়া কুকুৰটোৰ বয়স এবছৰ হয় তেতিয়া তেতিয়া সাধাৰণতে দিনটোত এবাৰকৈ খুৱালেই যথেষ্ট হয়।

ঙ) উল্লেখ্য যে ডাঙৰ প্ৰজাতিৰ কুকুৰক দিনটোত দুবাৰলৈ লঘু আহাৰ খোৱালে ভাল।

পোহনীয়া কুকুৰক কি কি খুৱাব ?

পোহনীয়া কুকুৰক সদায় সুষম খাদ্য খোৱাব লাগে। ইয়াৰ ভিতৰত সিজোৱা মাংস, ভাত, পানী, জোল, সিজোৱা কণী, পাচলি, ফল, দৈ আদি খাদ্য খোৱাব পাৰে।

কুকুৰক কি কি নুখুৱাব?

ময়দাৰ পৰা তৈয়াৰী খাদ্য যেনে বিস্কুট, ব্ৰেড, ভুজিয়া, মিঠাই আদি, হালধী, নিমখ, জ্বলা, মদ, চকলেট, আদা-নহৰু, পিয়াজ আদি কুকুৰক নুখুৱাব।

অনুগ্ৰহ কৰি মানুহে খোৱা সকলো খাদ্য কুকুৰক নুখুৱাব। কাৰণ ইয়াৰ ফলত ভিটামিন আৰু খনিজৰ ভাৰসাম্যহীনতা, হাড় আৰু দাঁতৰ সমস্যা হ‘ব পাৰে আৰু মেদবহুলতাৰ সৃষ্টি হ‘ব পাৰে।

সকলো সময়তে কুকুৰৰ বাবে পৰিস্কাৰ পানী সাজু কৰি ৰাখিব। লগতে কুকুৰক খাদ্য খুওৱা বাচন নিয়মিত পৰিস্কাৰ কৰিব।

ব্যায়াম

কুকুৰৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে ৰাখিবলৈ দৈনিক ব্যায়ামৰ প্ৰয়োজন। কুকুৰক খেলা ধূলা কৰিবলৈ পৰ্যাপ্ত সুবিধা কৰি দিয়ক। কুকুৰক খেলা বস্তু যোগান ধৰক। ব্যায়ামৰ বাবে কুকুৰক দৈনিক খোজ কঢ়াবলৈ নিব পাৰে।

পৰিস্কাৰ পৰিচ্ছন্নতা

আপোনাৰ কুকুৰটোক পৰিস্কাৰ কৰি ৰাখক। দৈনিক কুকুৰটোক ফণিয়াই দিয়ক। প্ৰতিদিনে উকণি পৰীক্ষা কৰক। কুকুৰক সদায় গা নুধুৱাব। মাহত দুবাৰতৈ বেছি গা নোধোৱালেও হ’ব। গা ধুৱাবলৈ সাধাৰণ চাবোনৰ সলনি কুকুৰৰ বাবে নিৰ্মিত চাবোন আাৰু চেম্প’ ব্যৱহাৰ কৰক। লগতে দৈনিক কুকুৰৰ বাবে তৈয়াৰী টুটপেষ্টেৰে দাঁত পৰিস্কাৰ কৰক।

বাসস্থান

আপোনাৰ পোহনীয়া কুকুৰটোক জিৰণি ল’বলৈ এক উষ্ণ আৰু শান্তিপূৰ্ণ ঠাইৰ প্ৰয়োজন। কুকুৰক সদায় শুবলৈ কম্বল বা গৰম পৰিস্কাৰ কাপোৰ প্ৰদান কৰিব লাগে। কুকুৰৰ থকা ঠাইত পৰিস্কাৰ পানী আৰু খাদ্য ৰাখিব লাগে।

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd