• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, November 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তপ্ত লোহাৰেৰে প্ৰহাৰ কৰি খুৱাই দিয়া হৈছিল প্ৰস্ৰাৱ ! ক’লা যাদুৰ সন্দেহত গাঁৱবাসীৰ বৃদ্ধাক অত্যাচাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 18, 2025 7:26 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’লা যাদুৰ সন্দেহৰ ভিত্তিত চুবুৰীয়াই ৭৭ বছৰীয়া এগৰাকী মহিলাক গৰম লোহাৰ ৰডেৰে গুৰুতৰভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। আনকি প্ৰস্ৰাৱ খাবলৈয়ো বাধ্য কৰাইছিল বুলি অভিযোগ উত্থাপন হৈছে। মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীৰ সূত্ৰ অনুসৰি যোৱা বছৰৰ ৩০ ডিচেম্বৰত এই ঘটনা সংঘটিত হৈছিল যদিও নতুন বছৰৰ আৰম্ভণিতে এই অভিযোগ দাখিল কৰা হৈছিল। জানিব পৰা মতে, ঘটনাৰ দিনা বৃদ্ধাগৰাকী ঘৰত অকলে আছিল। চুবুৰীয়াই সন্দেহ কৰিছে যে বুঢ়ীগৰাকীয়ে নিজৰ ঘৰতে ক’লা যাদু চলাই আহিছে। ইয়াৰ পাছত গাঁওবাসীয়ে প্ৰথম অৱস্থাত কেৱল চৰ মাৰি ৭৭ বছৰীয়া বৃদ্ধাগৰাকীক লাঠিৰে প্ৰহাৰ কৰিছিল যদিও পাছলৈ হিংসাৰ পৰিমাণ বাঢ়িছিল।

Apply Now

অভিযোগ অনুসৰি, তাৰ পাছত বৃদ্ধাগৰাকীৰ হাত-ভৰি গৰম লোহাৰ ৰডেৰে জ্বলাই দিয়া হয়। প্ৰহাৰৰ উপৰিও বৃদ্ধাগৰাকীয়ে প্ৰস্ৰাৱ খাবলৈ আৰু কুকুৰৰ মল খাবলৈ বাধ্য হয়। তাতো শেষ নহ’ল, খবৰ পোৱা গৈছে যে শেষত গাঁৱৰ মানুহে ডিঙিত জোতাৰ মালা লৈ ঘূৰিবলৈ বাধ্য কৰাইছিল।

কিন্তু যদিও চুবুৰীয়াৰ ভয়ত বৃদ্ধাগৰাকীয়ে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিব পৰা নাছিল, তথাপিও জানিব পৰা মতে, জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত বুঢ়ীগৰাকীৰ পুত্ৰ আৰু বোৱাৰীয়ে আৰক্ষীক এজাহাৰ দাখিল কৰিছিল। সেই সময়ত তেওঁলোক ঘৰত নাছিল। কামৰ বাবে ওলাই আহিছিল। তাৰ পাছত ৫ জানুৱাৰীত ঘৰলৈ উভতি আহি সমগ্ৰ বিষয়টো জানিব পাৰি অমৰাৱতী জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ ওচৰলৈ গৈ এজাহাৰ দাখিল কৰে। অনতিপলমে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

অমৰাৱতী আৰক্ষী অধীক্ষকে জনোৱা মতে, মহিলাগৰাকীয়ে জংঘলৰ ভিতৰত এটা সৰু ঘৰত বাস কৰিছিল। পুত্ৰ বোৱাৰী বেছিভাগ সময় কামৰ বাবে আঁতৰত আছিল। বৃদ্ধাগৰাকীৰ সৈতে কথা পতাৰ পাছত আৰক্ষীয়ে জানিব পাৰিছে যে চুবুৰীয়াই সন্দেহৰ ভাবত নৃশংসভাৱে অত্যাচাৰ চলাই আহিছে।

আৰক্ষী অধীক্ষকে আশ্বাস দিয়ে যে যদিহে থানাই অভিযোগ ল’বলৈ অস্বীকাৰ কৰা দেখা যায়, তেন্তে তেওঁক মুকলি কৰি দিয়াৰ কোনো উপায় নাথাকিব। অভিযোগ উত্থাপন কৰা সকলোকে শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব। ইতিমধ্যে আৰক্ষীয়ে গাঁওখনলৈ গৈ স্থানীয় ৰাইজৰ পৰা এই বিষয়ে জানিবলৈ চেষ্টা চলাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জেফ্ৰি এপষ্টেইনক হত্যা কৰা হৈছিল’, মৰণোত্তৰ পৰীক্ষাৰ ফটোৰ ভিত্তিত দাবী ফৰেনছিক বিশেষজ্ঞৰ

‘জেফ্ৰি এপষ্টেইনক হত্যা কৰা হৈছিল’, মৰণোত্তৰ পৰীক্ষাৰ ফটোৰ ভিত্তিত দাবী ফৰেনছিক বিশেষজ্ঞৰ

November 17, 2026 1:49 pm
মহাৰাষ্ট্ৰত আদানী গ্ৰীণ এনাৰ্জি প্ৰকল্পৰ কাম বন্ধ কৰাৰ নিৰ্দেশ; প্ৰকল্পৰ খৰচ ১০০ গুণ কমকৈ দেখুওৱাৰ অভিযোগ

মহাৰাষ্ট্ৰত আদানী গ্ৰীণ এনাৰ্জি প্ৰকল্পৰ কাম বন্ধ কৰাৰ নিৰ্দেশ; প্ৰকল্পৰ খৰচ ১০০ গুণ কমকৈ দেখুওৱাৰ অভিযোগ

November 17, 2026 12:19 pm
হৰিদ্বাৰৰ পৰা ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনা; দলঙৰ পৰা নদীত পৰিল বাছ, কমেও ৮ জনৰ মৃত্যু

হৰিদ্বাৰৰ পৰা ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনা; দলঙৰ পৰা নদীত পৰিল বাছ, কমেও ৮ জনৰ মৃত্যু

November 17, 2026 11:13 am
ছোনিয়া গান্ধীৰ ‘Belonging’য়ে গঢ়িলে একাধিক অভিলেখ; এসপ্তাহ নৌহওঁতেই কিতাপখনৰ কিমান বিক্ৰী?

ছোনিয়া গান্ধীৰ ‘Belonging’য়ে গঢ়িলে একাধিক অভিলেখ; এসপ্তাহ নৌহওঁতেই কিতাপখনৰ কিমান বিক্ৰী?

November 17, 2026 10:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেফ্ৰি এপষ্টেইনক হত্যা কৰা হৈছিল’, মৰণোত্তৰ পৰীক্ষাৰ ফটোৰ ভিত্তিত দাবী ফৰেনছিক বিশেষজ্ঞৰ

‘জেফ্ৰি এপষ্টেইনক হত্যা কৰা হৈছিল’, মৰণোত্তৰ পৰীক্ষাৰ ফটোৰ ভিত্তিত দাবী ফৰেনছিক বিশেষজ্ঞৰ

November 17, 2026 1:49 pm
মহাৰাষ্ট্ৰত আদানী গ্ৰীণ এনাৰ্জি প্ৰকল্পৰ কাম বন্ধ কৰাৰ নিৰ্দেশ; প্ৰকল্পৰ খৰচ ১০০ গুণ কমকৈ দেখুওৱাৰ অভিযোগ

মহাৰাষ্ট্ৰত আদানী গ্ৰীণ এনাৰ্জি প্ৰকল্পৰ কাম বন্ধ কৰাৰ নিৰ্দেশ; প্ৰকল্পৰ খৰচ ১০০ গুণ কমকৈ দেখুওৱাৰ অভিযোগ

November 17, 2026 12:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd