• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভিক্ষা খোজাৰ অভিযোগত গ্ৰেপ্তাৰ যুৱক! প্ৰথমবাৰ ভূপালত ৰূপায়ণ কৰা হ’ল ভিক্ষা প্ৰতিৰোধ আইন

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 27, 2025 10:26 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজপথত ভিক্ষা খুজি গ্ৰেপ্তাৰ হ’ল এজন যুৱক। এইবাৰ প্ৰথম মধ্যপ্ৰদেশত ভিক্ষা প্ৰতিৰোধী আইন প্ৰয়োগ কৰা হৈছে। এই আইনখন ১৯৭৩ চনৰ পৰা ৰাজ্যখনত প্ৰযোজ্য হৈ আছে। শেহতীয়াকৈ এজন ব্যক্তিয়ে যুৱকজনৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে।

মধ্যপ্ৰদেশ আৰক্ষীৰ উপ আয়ুক্ত (জ’ন ২) সঞ্জয় আগৰৱালাই সাংসদ নগৰ আৰক্ষী থানা এলেকাত এজন ভিক্ষাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলি জানিবলৈ দিয়ে। ভোপালৰ ব’ৰ্ড অফিচৰ চিগনেলত ৰখাই থোৱা গাড়ীত তেওঁ ভিক্ষা বিচাৰিছিল।

Apply Now

অভিযোগকাৰীয়ে জনায় যে যুৱকজনে ভিক্ষা খুজিবলৈ অহাৰ সময়ত তেওঁক ভিক্ষা কৰাৰ কাৰণ সুধিছিল। তেওঁ আন কাম কৰি টকা উপাৰ্জন কৰিবলৈও পৰামৰ্শও দিয়ে। কিন্তু ডেকা ভিক্ষাৰীজনে কয় যে তেওঁ আন কোনো কাম কৰিব নোৱাৰে। ভিক্ষা খুজিয়ে নিজৰ পোহপাল দিয়ে। যুৱকজনৰ বক্তব্য শুনাৰ পিছতে ব্যক্তিজনে থানাত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

অভিযোগ লাভ কৰাৰ লগে লগে আৰক্ষীয়ে মধ্যপ্ৰদেশ ভিক্ষা প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু কৰে। সেই বিশেষ ট্ৰেফিক চিগনেলৰ সন্মুখতে গ্ৰেপ্তাৰ কৰা হৈছে যুৱকজনক। আৰক্ষী উপ আয়ুক্তগৰাকীয়ে কয় যে ভিক্ষা ৰোধৰ ক্ষেত্ৰত আৰক্ষী সক্ৰিয় হৈ আছে। বহু সময়ত ট্ৰেফিক লাইটত ৰখাই থোৱা গাড়ীৰ সন্মুখত এনে একাংশ লোকে হাত পাতি থকাৰ অভিযোগ পোৱা যায় যিসকলক দৰাচলতে ‘ভিক্ষাৰীৰ দৰে দেখা নাযায়’। এনে অভিযোগৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে।

১৯৭৩ চনত মধ্যপ্ৰদেশত ভিক্ষা প্ৰতিৰোধ আইন প্ৰৱৰ্তন কৰা হয়। ইয়াত উল্লেখ আছে যে যদি কোনো ব্যক্তিক ভিক্ষা কৰি থকা দেখা পোৱা যায়, তেওঁক গ্ৰেপ্তাৰ কৰি উপযুক্ত কামৰ প্ৰশিক্ষণ দিব লাগিব, আৰু তেওঁৰ লগতে তেওঁৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ বাবে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিয়া হ’ব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

June 18, 2026 11:05 am
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

June 18, 2026 10:22 am
আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

June 18, 2026 7:45 am
নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

June 18, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

June 18, 2026 11:05 am
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

June 18, 2026 10:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd