• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কি ঘটিছিল? ২৫০০ কোটি টকাৰ উত্তৰাধিকাৰী যুৱকৰ নৃশংস অপৰাধ; শাস্তি যাৱজ্জীৱন কাৰাদণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2025 12:48 pm
কি ঘটিছিল? ২৫০০ কোটি টকাৰ উত্তৰাধিকাৰী যুৱকৰ নৃশংস অপৰাধ; শাস্তি যাৱজ্জীৱন কাৰাদণ্ড
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৫০০ কোটি টকাৰ সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰাৰ পিছতো ব্ৰিটিছ যুৱক ডিলান থমাছ (২৪)য়ে নিজৰ বন্ধুক নিৰ্মমভাৱে হত্যা কৰি বাতৰিৰ শিৰোনাম দখল কৰিছে। বন্ধুৰ হত্যাৰ অপৰাধত ব্ৰিটেইনৰ আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

ডিলানে ২০২৩ চনৰ ২৪ ডিচেম্বৰ বৰদিনৰ আগদিনা কাৰ্ডিফৰ লাণ্ডাফ অঞ্চলৰ নিজৰ ঘৰত তেওঁৰ বন্ধু উইলিয়াম বুছ (২৩)ক হত্যা কৰে। নিষ্ঠুৰতাৰ মাত্ৰা ইমানেই ভয়ংকৰ আছিল যে তেওঁ বুছক শাক-পাচলি কটা কটাৰী আৰু ফ্লিক ছুৰীৰে ৩৭ বাৰ আঘাত কৰাৰ পিছত শিৰচ্ছেদ কৰে। হত্যাকাণ্ডৰ কিছু সময়ৰ পূৰ্বে থমাছে ডিঙিৰ শৰীৰবৃত্তৰ গঠনৰ বিষয়ে তথ্য বিচাৰি ইণ্টাৰনেটত চাৰ্চ কৰিছিল।

আদালতত প্ৰছিকিউটৰসকলে কয় যে মানসিক ৰোগৰ অজুহাত থাকিলেও সেয়া আছিল পৰিকল্পিত হত্যাকাণ্ড। ন্যায়াধীশগৰাকীয়ে এই কাণ্ডক “ভয়ংকৰ আৰু ঘৃণনীয়” বুলি অভিহিত কৰি কয় যে থমাছে নিজৰ ঘনিষ্ঠ বন্ধুক এনে স্থানত হত্যা কৰিছিল য’ত বুছে নিজকে নিৰাপদ অনুভৱ কৰিছিল।

বুছৰ ভগ্নী কেথেৰিনে এই হত্যাকাণ্ডক “বৰ্বৰ আৰু নিষ্ঠুৰ” বুলি অভিহিত কৰিছে। তেওঁৰ প্ৰেমিকা এলা জেফ্ৰিছে কয়, “উইলিয়াম মোৰ জীৱনৰ প্ৰেম আছিল। তেওঁৰ মৃত্যুৱে আমাৰ সপোন আৰু ভৱিষ্যত ধ্বংস কৰি পেলাইছে।”

ডিলান থমাছৰ পৰিয়ালে ১৯৫০ চনত “পিটাৰছ পাইজ” নামৰ খাদ্য উৎপাদন কোম্পানী এটা প্ৰতিষ্ঠা কৰে আৰু পিছলৈ দক্ষিণ ৱেলছ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত সুনাম অৰ্জন কৰে। কিন্তু এতিয়া তেওঁলোকৰ উত্তৰাধিকাৰী ডিলানে ১৯ বছৰ কাৰাগাৰত কটাব লাগিব, য’ৰ পৰা তেওঁ আৰু ২৫০০ কোটি টকাৰ সম্পত্তিৰ মালিকীস্বত্ব ভোগ কৰিব নোৱাৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

August 21, 2025 3:45 pm
নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

August 21, 2025 2:25 pm
হোটেললৈ আমন্ত্ৰণ! অভিনেত্ৰীক আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰি বিপদত বিধায়ক

হোটেললৈ আমন্ত্ৰণ! অভিনেত্ৰীক আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰি বিপদত বিধায়ক

August 21, 2025 2:15 pm
ভাৰতৰ শীৰ্ষ ১০ গৰাকী ম’ষ্ট ৱাণ্টেডৰ অন্যতম চিণ্ডী সিঙক গ্ৰেপ্তাৰ মাৰ্কিন চোৰাংচোৱা এফবিআইৰ

ভাৰতৰ শীৰ্ষ ১০ গৰাকী ম’ষ্ট ৱাণ্টেডৰ অন্যতম চিণ্ডী সিঙক গ্ৰেপ্তাৰ মাৰ্কিন চোৰাংচোৱা এফবিআইৰ

August 21, 2025 1:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

August 21, 2025 3:45 pm
নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

August 21, 2025 2:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd