• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিনা পৰিচয় নাই! সঞ্জয় দত্তক ৭২ কোটি টকাৰ সম্পত্তি দান কৰিলে এগৰাকী মহিলাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 12, 2025 8:00 am
1.1k
VIEWS
Share on FacebookShare on Twitter

কোনো চিনাকি নথকাৰ পিছতো এগৰাকী মহিলাই সঞ্জয় দত্তৰ নামত ৭২ কোটি টকাৰ সম্পত্তি এৰি থৈ যায়। এই খবৰটোৱে বলীউডক আচৰিত কৰি তুলিছে।

মৃত্যুৰ পিছত মহিলাগৰাকীয়ে নিজৰ সকলো স্থাৱৰ আৰু স্থাৱৰ সম্পত্তি সঞ্জয় দত্তক দান কৰে। মৃত্যুৰ আগতে তেওঁ সঞ্জয়ৰ নামত নিজৰ সম্পত্তি লিখি থৈ গৈছিল।

সঞ্জয় দত্তৰ এই অনুৰাগীৰ নাম নিশা পাটিল। মৃত্যুৰ পূৰ্বে সঞ্জয়ক তেওঁৰ সকলো সম্পত্তি উইল কৰি দিছিল বুলি জানিব পৰা গৈছে। তেওঁৰ মুঠ সম্পত্তি ৭২ কোটি টকা। লগতে প্ৰতিটো বেংকলৈ পত্ৰ লিখি তেওঁলোকৰ সকলো সম্পত্তি সঞ্জয় দত্তক গতাই দিবলৈ অনুৰোধ জনায়।

ইপিনে এই খবৰ লাভ কৰি সম্পূৰ্ণ হতভম্ব হৈ পৰে অভিনেতাগৰাকী।

জানিব পৰা মতে, এক মাৰাত্মক ৰোগত নিশাৰ মৃত্যু হয় । এই খবৰটো শুনি সঞ্জয় আচৰিত হৈ পৰে।

উল্লেখ্য যে সঞ্জয়ে নিশাৰ সম্পত্তি গ্ৰহণ নকৰে বুলি জানিবলৈ দিছে। অনুৰাগীৰ এনে উন্মাদনাক তেওঁ সমৰ্থন নকৰে।

এই ঘটনা সংঘটিত হৈছিল ২০১৮ চনত। সঞ্জয় দত্তই এই সম্পত্তি গ্ৰহণ নকৰি আইনী প্ৰক্ৰিয়াৰ জৰিয়তে নিশাৰ পৰিয়ালক সম্পত্তি ঘূৰাই দিয়ে। উল্লেখ্য যে সঞ্জয় দত্ত নিজেই ২৯৫ কোটিৰ টকা সম্পত্তিৰ মালিক। তেওঁৰ মাতৃ আছিল বলীউডৰ অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী নাৰ্গিছ আৰু পিতৃৰ নাম আছিল সুনীল দত্ত। অভিনয়ৰ দক্ষতাৰ বাবে সঞ্জয়ে নিজেই এই উদ্যোগটোত যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। অভিনয়ৰ উপৰিও তেওঁৰ বিভিন্ন ব্যৱসায় আছে।

Recent News

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd