• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

তৃণমূল এতিয়া ‘শোষণৰ প্ৰতিশব্দ’, দুৰ্নীতিক প্ৰতিষ্ঠানিকৰণ কৰিছে তৃণমূলে : সংসদত নিৰ্মলা সীতাৰমণৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 12, 2025 10:28 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছ চৰকাৰক তীব্ৰ সমালোচনা কৰে। লোকসভাত বাজেট বিতৰ্কৰ উত্তৰ দি আজি সীতাৰমণে কয়, “তৃণমূল এতিয়া শোষণৰ প্ৰতিশব্দ। দলটোৱে দুৰ্নীতিক প্ৰতিষ্ঠানিকৰণ কৰিছে।”

লগতে সীতাৰমণে পশ্চিমবংগত ১০০ দিনীয়া কাম আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে। তেওঁৰ দাবী, “সাধাৰণ মানুহৰ ধন লুট কৰি তৃণমূলৰ নেতাসকল ধনী হৈছে।”

Apply Now

লোকসভাত সীতাৰমণে এই বক্তব্য দিয়াৰ সময়ত তৃণমূলৰ সাংসদসকলে থিয় হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। পিছত সংসদৰ বাহিৰত তৃণমূলৰ মুখ্য সংগঠক কল্যাণ বেনাৰ্জীয়ে কয় যে মোডী চৰকাৰে সামাজিক খণ্ডত ৰাজ্যসমূহৰ ধনৰ আবণ্টন হ্ৰাস কৰিছে।

ইয়াৰ পূৰ্বে সীতাৰমণে ঠাট্টা-মস্কৰা কৰি কৈছিল যে যি দলে নিজৰ নামত ‘তৃণমূল’ শব্দটো কঢ়িয়াই লৈ ফুৰে, সেই দল এতিয়া তৃণমূলৰ মানুহৰ শত্ৰু হৈ পৰিছে। এই দলটো এতিয়া সাধাৰণ মানুহৰ অধিকাৰ কাঢ়ি লোৱাৰ প্ৰতীক বুলিও কয়।

বাজেট বিতৰ্কৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে দাবী কৰিছে যে কেন্দ্ৰই তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে আৰ্থিক অৱৰোধৰ অভিযোগ একেবাৰে সত্য নহয়। বাস্তৱ আৰু সত্যটো হ’ল পশ্চিমবংগত কেন্দ্ৰীয় প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে।

তেওঁ কয় যে ২০১৬-১৭ বৰ্ষৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে কেন্দ্ৰই মুঠ ২৫,৭৯৮ কোটি টকা আবণ্টন দিছে।

সীতাৰমণে লগতে কয়, “ৰাজ্যত ২৫ লাখ ভুৱা জব কাৰ্ড পোৱা গৈছে। এই ধন আচলতে তৃণমূলৰ নেতা আৰু কৰ্মীৰ পকেটলৈ গৈছে।”

কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ে পশ্চিম বংগ চৰকাৰৰ পৰা সন্তোষজনক ব্যাখ্যা বিচাৰিছে যদিও  কোনো স্পষ্ট উত্তৰ পোৱা নাই বুলিও তেওঁ কয়।

দুৰ্নীতিৰ অধিক উদাহৰণ দি সীতাৰমণে কয়, “কেৱল মধ্যাহ্ন ভোজন আঁচনিতে ১০০ কোটি টকাৰ দুৰ্নীতি হৈছে।”

অৰ্থনৈতিক পৰিসংখ্যাৰ উদ্ধৃতি দি নিৰ্মলা সীতাৰমণে আৰু দাবী কৰে যে ৰাজ্যত কোনো উদ্যোগ নাই, কৰ্মসংস্থাপন নাই, বিনিয়োগ নাই। তেওঁৰ মতে, ২০১০ চনত পশ্চিম বংগত মূলধন গঠনৰ হাৰ ৬.৭% আছিল যদিও এতিয়া ২.৯% লৈ নামি আহিছে। ফলত ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ পিছ পৰি আছে।

এসময়ত ভাৰতৰ ঔদ্যোগিক কেন্দ্ৰ হিচাপে পৰিচিত পশ্চিম বংগত বৰ্তমান ঔদ্যোগিক উৎপাদনত মাত্ৰ ৩.৫%হে অংশগ্ৰহণ আছে, যিটো ১৯৪৭ চনত ২৪% আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd