• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাটক কৰিছে হিমন্ত বিশ্ব শৰ্মাই; মুখ্যমন্ত্ৰীৰ কৌশলী স্থিতিৰ বাবে চাকৰি ঘুৰাই পালে এপিএছচি দুৰ্নীতিৰ নিলম্বিত বিষয়াই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 13, 2025 8:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা আৰু কৌশল অনুসৰিয়ে এপিএছচিত কেলেংকাৰীৰে চাকৰি লোৱা নিলম্বিত বিষয়াসকলে চাকৰি ঘুৰাই পোৱাৰ পৰিৱেশ সৃষ্টি হ’ল। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাইছে আৰু ইয়াৰ বাবে মুখ্যমন্ত্ৰীকেই প্ৰত্যক্ষভাৱে জগৰীয়া বুলি অভিহিত কৰিছে।

আচৰিত কথা যে আদালতে নিজাববীয়াকৈ গোচৰ লোৱা ৯ গৰাকী বিষয়াই আজিও চাকৰি কৰি থাকিবলৈ সক্ষম হৈছে। এই বিষয়াসকল হৈছে  নৱনীতা শৰ্মা, অসীমা কলিতা, অমৃতৰাজ চৌধুৰী, ত্ৰিদীপ ৰয়, ঋতুৰাজ দলে, জগদীশ ব্ৰহ্ম, বিক্ৰম আদিত্য বৰা, নন্দিতা হাজৰিকা আৰু স্বৰূপ কুমাৰ ভট্টাচাৰ্য।

Apply Now

এয়া অভূতপূৰ্ব ঘটনা বুলি অভিহিত কৰি ডি ৱাই এফ আইয়ে কয় যে- ন্যায়ালয়ৰ নিৰ্দেশত গঠন হোৱা “বিপ্লৱ কুমাৰ শৰ্মা আয়োগ”ৰ প্ৰতিবেদন দীৰ্ঘদিনে ৰাজহুৱা নকৰি, নিজৰ পচন্দৰ ব্যক্তিৰে এছ আই টি গঠন কৰি সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াক দীঘলীয়া কৰিছে আৰু এপিএছচিত কেলেংকাৰীৰে বাছনিকৃত হোৱা বিষয়াসকলক ৰক্ষণাবেক্ষণ দিয়াৰ কৌশল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে চলিছে আৰু ৰূপায়িত হৈছে।

আৰক্ষীৰ তদন্ত আৰু ন্যায়িক আয়োগৰ অনুসন্ধানত এপিএছচিৰ ভয়াবহ কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছিল যদিও আজিলৈকে ন্যায়িক আয়োগৰ প্ৰতিবেদন মুখ্যমন্ত্ৰী শৰ্মাই ৰাজহুৱা নকৰিলে।

বাছনি পৰীক্ষাত হোৱা গুৰুতৰ অনিয়মৰ তথ্য পোহৰলৈ অহাৰ পাছতো চৰকাৰে তেনে অভিযুক্তক চাকৰিৰ পৰা নিলম্বন কৰিয়ে দায়িত্ব সামৰিছে। এনে নিলম্বিত বিষয়াৰ শেহতীয়াকৈ চাকৰিত পুনৰ যোগদানৰ পথ মুকলি হৈছে। অভিযোগ উঠিছে যে চৰকাৰী অধিবক্তাই আদালতৰ মজিয়াত লোৱা ৰহস্যজনক স্থিতিৰ বাবে এনে ঘটনা ঘটিবলৈ পাইছে।

দুৰ্নীতিৰে বাছনীকৃত হোৱা এইসকল বিষয়াই যদি সঁ‌চাকৈ পুনৰ যোগদান কৰিবলৈ সক্ষম হয় তেন্তে ৰাজ্য প্ৰশাসনক পংগু কৰি তোলাই নহয়, ৰাজ্যখনৰ এপিএছচিৰ বাবে প্ৰস্তুতি চলাই থকা হাজাৰ হাজাৰ শিক্ষিত যুৱক-যুৱতীৰ লগতে সাধৰণ ৰাইজকো হতাশ আৰু স্তম্ভিত কৰি তুলিব।

ডি ৱাই এফ আইয়ে দাবী কৰিছে যে শীঘ্ৰে চৰকাৰে এপিএছচি কেলেংকাৰীত যুক্তসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰক। প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি শীঘ্ৰে এপিএছচি কেলেংকাৰীত যুক্তসকলক বৰ্খাস্ত আৰু ন্যায়িক আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰা ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ডি ৱাই এফ আইয়ে অচিৰেই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm
নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

June 16, 2026 4:17 pm
ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

June 16, 2026 3:02 pm
বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm
নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

June 16, 2026 4:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd