• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লণ্ডনত প্ৰতিষ্ঠিত এজন পুত্ৰ, আনজন উকীল; কিন্তু অৱহেলিত বৃদ্ধ পিতৃ থাকে ফুটপাথত!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 20, 2025 9:19 pm
7.7k
VIEWS
Share on FacebookShare on Twitter

এয়া কেনেকুৱা সন্তান? জীৱনত প্ৰতিষ্ঠিত হোৱাৰ লগে লগে পিতৃ-মাতৃৰ ঋণ পাহৰি গ’ল! এতিয়া অনাদৰ আৰু অৱহেলিত হৈ পিতৃ পৰি আছে ৰাস্তাত। জীৰ্ণ শৰীৰ, পিন্ধনত লেতেৰা কাপোৰ। পিতৃ-মাতৃ ক’ত আছে, কি কৰি আছে সেই লৈ পুত্ৰ দুজনৰ কোনো চিন্তা নাই।

অৱশেষত বৃদ্ধজনৰ অৱস্থা দেখি এটা স্বেচ্ছাসেৱী সংগঠনে সহায়ৰ হাত আগবঢ়ালে। বৃ্দ্ধই দোষ দিছে অদৃষ্টক। আৰু সমাজে বৃদ্ধজনৰ দুই পুত্ৰক ‘কুলাংগাৰ’ বুলি গালি দিছে। নেটিজেনসকল ক্ষুব্ধ হৈ পৰিছে।

মুম্বাইত সংঘটিত হৈছে এই ঘটনা। শেহতীয়াকৈ ধাৰাভিৰ সমীপৰ ৰাজপথত এজন অসহায় বৃদ্ধক দেখা গ’ল। আপাত দৃষ্টিত তেওঁৰ অৱস্থা আছিল নিঃস্ব। এই কাণ্ড দেখি এটা স্বেচ্ছাসেৱী সংগঠনে লৰালৰিকৈ তেওঁক উদ্ধাৰ কৰিবলৈ আগবাঢ়িল। বৃদ্ধৰ এই পৰিণতি কিয় হ’ল? উত্তৰত শীৰ্ণ শৰীৰৰ বৃদ্ধজনে যি ক’লে, সেই কথাই যিকোনো সচেতন ব্যক্তিক ক্ষুব্ধ কৰাটোৱে স্বাভাৱিক।

বৃদ্ধৰ মতে তেওঁৰ দুজন পুত্ৰ আছে। এজনে যোৱা চাৰি বছৰ ধৰি লণ্ডনত বাস কৰি আছে। আন এজন উকীল, মহানগৰীতে থাকে। অৱশ্যে বৃদ্ধ পিতৃক পোহপাল দিয়াৰ দায়িত্ব লোৱা নাই পুত্ৰ দুজনে। ফলত ৰাস্তাৰ কাষৰ ফুটপাথেই হ’ল বসতি। পুত্ৰই তেওঁৰ কোনো খা-খৱৰ নকৰে।

অৱশেষত এটা স্বেচ্ছাসেৱী সংগঠনে বৃদ্ধজনক দেখি সহায়ৰ হাত আগবঢ়ালে। প্ৰথম অৱস্থাত সংস্থাটোৱে তেওঁক গা ধুৱাই দিলে, নতুন কাপোৰ আৰু থকাৰ ব্যৱস্থা কৰিলে। বৃদ্ধজনেও স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

সকলোৱে বৃদ্ধ মানুহজনৰ পুত্ৰক ‘কুলাংগাৰ’ বুলি অভিহিত কৰিছে। নেটিজেনসকলৰ বহুতে মন্তব্য কৰি কয় যে পিতৃৰ প্ৰতি এনে আচৰণ কৰাসকলে নিজৰ পৰৱৰ্তী জীৱনতো নিজৰ সন্তানৰ হাতত একেই পৰিণতিৰ সন্মুখীন হ’ব।

Recent News

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd