• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাইস্কুল শিক্ষান্ত পৰীক্ষাত জালিয়াতি; বজালীৰ এটা পৰীক্ষা কেন্দ্ৰত ধৰা পৰিল ভুৱা পৰীক্ষাৰ্থী

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
February 27, 2025 6:50 pm
740
VIEWS
Share on FacebookShare on Twitter

দাতিৰবাৰী কোৰাগাৰী উচ্চতৰ মাধ্যমিক বিদ্যায়ৰ পৰীক্ষা কেন্দ্ৰত পোহৰলৈ আহিছে ব্যাপক অনিয়ম। জালি এডমিট কাৰ্ড লৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ এগৰাকী পৰীক্ষাৰ্থী। পৰীক্ষা কেন্দ্ৰটোত এনে প্ৰবঞ্চনাৰ ঘটনাই উদ্বেগ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, অভিযুক্ত পৰীক্ষাৰ্থীগৰাকীৰ নাম হাৰুনুৰ ৰছিদ। হৰেন্দ্ৰ চিত্ৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ৰছিদে আৰক্ষী নিযুক্তিৰ সাক্ষাৎকাৰৰ বাবে যোগ্যতা অৰ্জন কৰাৰ উদ্দেশ্যে জালিয়তিৰে নিজৰ জন্ম তাৰিখ সলনি কৰিছিল। ঘটনাৰ তদন্তত কোৰাগৰী পথাৰ আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক মহিৰ উদ্দিনকো এই প্ৰৱঞ্চনামূলক কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ সাক্ষ্য লাভ কৰাৰ পাছত।ইয়াৰ আঁৰত এক বৃহৎ অসাধু  চক্ৰ জড়িত তথকাৰ সন্দেহ প্ৰকাশ কৰিছে।

ৰছিদ পৰীক্ষাৰ কেন্দ্ৰটোত নিয়েজিত পৰীক্ষক হৰেন্দ্ৰ চিত্ৰ মহাবিদ্যালয়ৰ অধ্যাপক অৰূপ দাসৰ প্ৰক্তন ছাত্ৰ বুলি জ্ঞাত হোৱাৰ পাছতে অধিক এই বিতৰ্ক আৰু অধিক বৃদ্ধি পাইছে।

হাইস্কু শিক্ষান্ত পৰীক্ষাৰ চাৰিটা বিষয় পৰীক্ষা হৈ যোৱাৰ পাছতহে এই প্ৰবঞ্চনা পোহৰলৈ অহাত ছাত্ৰ ছাত্ৰীসকলৰ লগতে সচেতন মহলৰ মাজত কৰ্তৃপক্ষৰ এনে গাফিলতিয়ে উদ্বেগৰ সৃষ্টি কৰিছে। এই ঘটনাৰ পাছত পৰীক্ষা কেন্দ্ৰটোত পুনৰ তদন্ত আৰম্ভ কৰিছে। পৰীক্ষা কেন্দ্ৰটোৰৰ ওপৰত ইয়াৰ পূৰ্বেও নকল কৰাৰ সুবিধা প্ৰদান কৰাৰ অভিযোগৰ উত্থাপিত হৈছিল।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd