• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মণিপুৰত অহা সপ্তাহৰ পৰা মুক্ত মানৱ চলাচল নিশ্চিত কৰিবলৈ অমিত শ্বাহৰ বৃহৎ ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2025 4:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৃহমন্ত্ৰী অমিত শ্বাহে আজি এক নিৰ্দেশ জাৰি কৰি ৮ মাৰ্চৰ পৰা মণিপুৰৰ সকলো পথতে মানুহৰ মুক্ত চলাচল নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।কেন্দ্ৰই ৰাজপথত চলাচলত বাধাৰ সৃষ্টি কৰিব বিচৰা যি কোনো লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। ইয়াৰ পূৰ্বে শ্বাহে সংঘাতগ্ৰস্ত ৰাজ্যখনৰ নিৰাপত্তা পৰিস্থিতিৰ ওপৰত এক উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰিছিল।

উল্লেখ্য যে, দিল্লীত অনুষ্ঠিত এই বৈঠকত ২০২৩ চনৰ মে’ মাহৰ পৰা জনগোষ্ঠীয় হিংসাৰ সৈতে যুঁজি থকা উত্তৰ-পূব ৰাজ্যখনৰ স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।ৰাজ্যত ৰাষ্ট্ৰপতি শাসন জাপি দিয়াৰ পাছত এইখনেই আছিল প্ৰথমখন এনে পৰ্যালোচনা বৈঠক।উল্লেখ্য যে, মণিপুৰত প্ৰায় দুবছৰ ধৰি ব্যাপক হিংসাত্মক পৰিস্থিতিৰ সাক্ষী হৈ আহিছে, সংঘৰ্ষত ২০০ৰো অধিক লোকৰ মৃত্যু হৈছে।

Apply Now

জানুৱাৰী মাহত কাংপকপি জিলাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ (ইম্ফল-ডিমাপুৰ)ৰ কাষত এটা কুকি গোটে অৰ্থনৈতিক অৱৰোধ কৰিছিল। পাছত অৱৰোধ উঠাই লোৱা হয়।

গৃহ মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে মণিপুৰক ড্ৰাগছমুক্ত কৰিবলৈ হ’লে ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত সমগ্ৰ নেটৱৰ্ক ভাঙি পেলোৱা উচিত।

মণিপুৰৰ ৰাজ্যপাল অজয় ​​কুমাৰ ভাল্লা, মণিপুৰ চৰকাৰৰ শীৰ্ষ বিষয়া, সেনা, অৰ্ধসামৰিক বাহিনী আদিয়ে এই বৈঠকত অংশগ্ৰহণ কৰে।

২০ ফেব্ৰুৱাৰীত ৰাজ্যপাল ভাল্লাই অবৈধ আৰু লুণ্ঠনকাৰী অস্ত্ৰধাৰী সকলো ব্যক্তিকে আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাই দিয়া আলটিমেটামৰ পাছতে এই নিৰাপত্তা পৰ্যালোচনা কৰা হৈছে। ৰাজ্যপালৰ উলটিমেটামৰ পিছৰ সাত দিনৰ সময়ছোৱাত ৩০০ৰো অধিক অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰা হয়, বেছিভাগেই উপত্যকাৰ জিলাসমূহত। প্ৰায় ২৪৬টা আগ্নেয়াস্ত্ৰ জমা দিছিল মেইটেই গোট আৰম্বাই টেংগোলে।

শুকুৰবাৰে পাহাৰ আৰু উপত্যকা দুয়োটা অঞ্চলৰ লোকৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যপালগৰাকীয়ে অবৈধ আৰু লুণ্ঠনকাৰী অস্ত্ৰ আত্মসমৰ্পণৰ সময়সীমা ৬ মাৰ্চৰ সন্ধিয়া ৪ বজালৈকে বৃদ্ধি কৰে।

প্ৰাৰম্ভিক পৰ্যায়ত জনগোষ্ঠীয় হিংসাৰ সময়ত সমগ্ৰ মণিপুৰৰ আৰক্ষী থানাৰ পৰা হাজাৰ হাজাৰ অস্ত্ৰ লুটপাত হৈছিল। ইয়াৰ পিছতে কেন্দ্ৰীয় চৰকাৰে অঞ্চলটোক সুস্থিৰ কৰাৰ বহল কৌশলৰ অংশ হিচাপে এই অস্ত্ৰসমূহ উদ্ধাৰৰ বাবে কাম কৰি আহিছে।

মণিপুৰত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগৰ পিছত ১৩ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল। ২০২৭ চনলৈ চলিবলগীয়া ৰাজ্যিক বিধান সভাখন স্থগিত ৰখা হৈছে।

২০২৩ চনৰ ৩ মে’ৰ পৰা পাহাৰীয়া জিলাসমূহত ‘জনজাতীয় সংহতি সমদল’ৰ অন্তত মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদা বিচাৰি মেইটেই সম্প্ৰদায়ৰ দাবীৰ প্ৰতিবাদত এই পদযাত্ৰাৰ আয়োজন কৰা হয়। তেতিয়াৰ পৰাই ৰাজ্যখনত অস্থিৰতা অব্যাহত আছে, মেইটেই আৰু জনজাতীয় সম্প্ৰদায়ৰ মাজত উত্তেজনাৰ ফলত বাৰে বাৰে সংঘৰ্ষৰ সৃষ্টি হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd