• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

মেঘালয়ত ষ্টেইট পীপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ ৰণ ডংকাৰ : কংগ্ৰেছ চৰকাৰক কঠোৰ সমালোচনা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 12, 2017 8:29 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
Apply Now

মেঘালয়ৰ বিৰোধী দল হিল ষ্টেইট পীপলছ ডেম’ক্ৰেটিক পাৰ্টীয়ে (HSPDP) আজি শ্বিলঙৰ মদন মাল্কিত এটা ৰেলি বাহিৰ কৰে। ৰাজ্যখনৰ অন্যতম পুৰণি আঞ্চলিক দলটোৰ নেতাসকলে আজি ৰেলিক সম্বোধন কৰি কয় যে তেওঁলোকে ধন-বলৰ বিৰুদ্ধে যুঁজ দিবলৈ সংকল্প লৈছে। আগন্তুক বিধানসভা নিৰ্বাচনত এখন অৰ্থনৈতিকভাৱে সবল চৰকাৰ গঠন নিশ্চিত কৰিব, যি ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰিব। উপস্থিত সকলক সম্বোধন কৰি দলটোৰ সভাপতি আৰ্ডেণ্ট মিলাৰ বচায়েমৈতে কয় যে য়ুনাইটেড ডেম’ক্ৰেটিক পাৰ্টীৰ সৈতে হোৱা প্ৰাক-নিৰ্বাচনী মিত্ৰতাই এইটো নিশ্চিত কৰিলে যে পৰৱৰ্তী চৰকাৰখনক দুটা আঞ্চলিক ৰাজনৈতিক দলে নেতৃত্ব দিব। তেওঁ শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে চৰকাৰখনে ৰাজ্যখনৰ সামগ্ৰিক তথা সমতাপূৰ্ণ বিকাশ নিশ্চিত কৰা তথা সংস্থাপনৰ সুযোগ সৃষ্টিত ব্যৰ্থতা দেখুৱালে। তাৰ পৰিৱৰ্তে মুষ্টিমেয় লোকক ধনাঢ্য হোৱাত সহায় কৰিলে। এই অভিযোগৰ বিপৰীতে বচায়েমৈতে তেওঁৰ দলে আগন্তুক নিৰ্বাচনী বৈতৰণী পাৰ হৈ শাসনলৈ আহিলে কি কি সমস্যাৰ ওপৰত কাম কৰিব তাৰ এখন তালিকাও দিয়ে। তেওঁ কয় যে দলটোৱে চৰকাৰ গঠন কৰিব পাৰিলে মেঘালয়ক সংবিধানৰ বিশেষ অনুচ্ছেদ ৩৭১ ৰ অধীনলৈ আনিবলৈ হেঁচা প্ৰয়োগ কৰিব। উল্লেখযোগ্য 371 এটা এনে অনুচ্ছেদ যিটোৰ অধীনত এখন ৰাজ্যক তাৰ পৰম্পৰা, ৰীতি-নীতি, ভূমি সুৰক্ষা, ন্যায়-প্ৰশাসন আৰু অন্যান্য কিছুমান গুৰুত্বপূৰ্ণ বিষয়ত সংসদে হস্তক্ষেপ কৰিব নোৱৰাকৈ অধিকাৰ দিয়ে। একে ধৰণৰ অনুচ্ছেদ 371A আৰু 371G ৰ অধীনত ক্ৰমে নাগালেণ্ড আৰু মিজোৰাম ইতিপূৰ্বে আছে। ভূমিৰ অধিকাৰক সুৰক্ষা দিয়া আৰু মেঘালয়ৰ সাম্প্ৰতিক ভূমি হস্তান্তৰ আইনক মজবুত কৰাৰ দায়িত্ব লোৱা বুলি কৈ কয় এইচ্ছ এছ পি ডি পিয়ে কয় যে অনুচ্ছেদ 371 ৰ বিশেষ সাংবিধানিক ব্যৱস্থাৰ অধীনলৈ অনাটোৱে কয়লা খননৰ ওপৰত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে আৰোপ কৰা নিষেধাজ্ঞা বিষয়টোৰো সমাধান দিব। কয়লা খননত থকা নিষেধাজ্ঞাই ৰাজ্যখনৰ অৰ্থনীতি আৰু ইয়াৰ মানুহৰ জীৱিকাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে। নেতাজনে এইবুলি কয়। তেওঁ দলকেইটাই নিকা আৰু সুপ্ৰশাসন দিয়াৰ প্ৰতিশ্ৰুতিও দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd