• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Oscar Awards 2025 Winners: অস্কাৰৰ মঞ্চত শ্ৰেষ্ঠ কোন? চাওক ৯৭ সংখ্যক একাডেমী বঁটাৰ সম্পূৰ্ণ তালিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 3, 2025 12:26 pm
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অস্কাৰ বিজয়ী সকলৰ নাম ঘোষণা কৰা হৈছে। ‘আনোৰা’ই সৰ্বাধিক বঁটা লাভ কৰে। যৌনকৰ্মীৰ জীৱনৰ ওপৰত আধাৰিত এই ছবিখন। এই ছবিখনে পাঁচটা শাখাত অস্কাৰ বঁটা লাভ কৰে। ‘দ্য ব্ৰুটালিষ্ট’য়ে তিনিটা শাখাত অস্কাৰ লাভ কৰে। আনহাতে ‘উইকেড’, ‘এমিলিয়া পেৰেজ’ আৰু ‘ডুন: পাৰ্ট টু’ক দুটাকৈ শিতানত অস্কাৰ বঁটা প্ৰদান কৰা হয়। ৯৭ সংখ্যক একাডেমী বঁটা কোনে কোনে লাভ কৰিছে? চাওক সম্পূৰ্ণ তালিকাখন।

*শ্ৰেষ্ঠ ছবি – আনোৰা

Apply Now

*শ্ৰেষ্ঠ অভিনেত্ৰী – মাইকে মেডিছন (আনোৰা)

*শ্ৰেষ্ঠ অভিনেতা – এড্ৰিয়েন ব্ৰডি (দ্য ব্ৰুটালিষ্ট)

*শ্ৰেষ্ঠ সম্পাদনা- আনোৰা

*শ্ৰেষ্ঠ পৰিচালক – শ্বেন বেকাৰ (আনোৰা)

*শ্ৰেষ্ঠ কষ্টিউম ডিজাইন – পল তাজৱেলl (এই শিতানত অস্কাৰ বিজয়ী প্ৰথমগৰাকী আফ্ৰিকান-আমেৰিকান)

*শ্ৰেষ্ঠ এনিমেটেড চুটি ছবি – হুছেইন মোলায়েমি আৰু ছিৰিন ছোহানি (দ্য ছেডো অফ দ্য চাইপ্ৰেছ)

*শ্ৰেষ্ঠ এনিমেচন – লাটভিয়ান

*শ্ৰেষ্ঠ সহযোগী অভিনেতা – কিৰান কালকিন (এ ৰিয়েল পেইন)

*শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী – জো ছালদানা (এমিলিয়া পেৰেজ)

*শ্ৰেষ্ঠ চিনেমাট’গ্ৰাফী – ব্ৰুটালিষ্ট

*শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ছবি – আই এম ষ্টিল হিয়াৰ (ব্ৰাজিল)

*শ্ৰেষ্ঠ ৰূপান্তৰিত চিত্ৰনাট্য – কনক্লেভ

*শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্য – আনোৰা

*শ্ৰেষ্ঠ লাইভ একচন চুটি ছবি – আই এম নট এ ৰবট

*শ্ৰেষ্ঠ এনিমেটেড চুটি ছবি – ইন দ্য ছেডো অফ দ্য ছাইপ্ৰাছ

*শ্ৰেষ্ঠ এনিমেটেড ছবি – ফ্লো

*শ্ৰেষ্ঠ কম দৈৰ্ঘ্যৰ তথ্যচিত্ৰ – দ্য ওনলি গাৰ্ল ইন দ্য অৰ্কেষ্ট্ৰা

*শ্ৰেষ্ঠ তথ্যচিত্ৰ – নো আদাৰ লেণ্ড

*শ্ৰেষ্ঠ মৌলিক গান – এই মেই (এমিলিয়া পেৰেজ)

*শ্ৰেষ্ঠ মৌলিক সংগীত – দ্য ব্ৰুটালিষ্ট

*শ্ৰেষ্ঠ মেকআপ আৰু হেয়াৰষ্টাইলিং – দ্য ছাবষ্টেঞ্চ

*শ্ৰেষ্ঠ পোশাক ডিজাইন – উইকেড

*শ্ৰেষ্ঠ ছাউণ্ড – ডুন ২

*শ্ৰেষ্ঠ প্ৰডাকচন ডিজাইন – উইকেড

*শ্ৰেষ্ঠ ভিজুৱেল ইফেক্টছ – ডুন ২

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm
২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd