• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাশ্মীৰৰ ওপৰত পি এইচ ডি কৰাত বাধা; আঁতৰি আহিল গৱেষক!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2025 11:47 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ এছিয়া বিশ্ববিদ্যালয়ৰ এগৰাকী পি এইচ ডিৰ ছাত্ৰই কাশ্মীৰৰ ওপৰত গৱেষণাৰ বাবে এই কাৰ্যসূচীৰ পৰা আঁতৰি আহিল। আনহাতে, তত্বাৱধায়ক অধ্যাপকগৰাকীয়েও পদত্যাগ কৰিছে।

দক্ষিণ এছিয়া বিশ্ববিদ্যালয়ৰ (ছাউথ এছিয়ান ইউনিভাৰ্ছিটি)এগৰাকী পি এইচ ডিৰ ছাত্ৰই কাশ্মীৰৰ নৃতত্ত্ব আৰু ৰাজনৈতিক বিষয়সমূহৰ ওপৰত তেওঁৰ গৱেষণামূলক প্ৰস্তাৱৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী লাভ কৰি ‘ব্যক্তিগত’ কাৰণত ডক্টৰেট ডিগ্ৰীৰ কাৰ্যসূচীৰ পৰা আঁতৰি আহিছে।

Apply Now

একে সময়তে ছাত্ৰগৰাকীৰ তত্বাৱধায়ক অধ্যাপক শশাংক পেৰেৰাৰ বিৰুদ্ধেও অনুশাসনমূলক তদন্ত আৰম্ভ হৈছিল, যাৰ ফলত তেওঁ পদত্যাগ কৰে।

১৩ বছৰ ধৰি SAU ত অধ্যাপনা কৰা আৰু কেম্পাছৰ একমাত্ৰ শ্ৰীলংকাৰ অধ্যাপক বিশিষ্ট নৃতত্ত্ববিদ শশাংকা পেৰেৰাই ২০২৪ চনৰ জুলাই মাহত পদত্যাগ কৰে। তেওঁ কয় যে তেওঁ অনুশাসনমূলক তদন্তত ন্যায়ৰ কোনো আশা দেখা নাই আৰু ইয়াক “মিছা আৰু ভিত্তিহীন অভিযোগ”ৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

পি এইচ ডি ছাত্ৰগৰাকীৰ গৱেষণা প্ৰস্তাৱত আমেৰিকাৰ ভাষাবিদ নোয়াম চমস্কিৰ সমালোচনাৰ কিছু উল্লেখ আছিল, য’ত চমস্কিয়ে নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স (এন ডি এ) চৰকাৰক কঠোৰ সমালোচনা কৰিছিল। ব্যক্তিগত ইউটিউব ভিডিঅ’ত চমস্কিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাৰতৰ ধৰ্মনিৰপেক্ষ গণতন্ত্ৰ ভাঙি হিন্দু জাতীয়তাবাদ জাপি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল।

পেৰেৰাৰ পদত্যাগৰ পিছত ছাত্ৰগৰাকীয়ে অনুশাসন সমিতিৰ সন্মুখত হাজিৰ হৈ “ভাৱাবেগত আঘাত” কৰাৰ বাবে ক্ষমা বিচাৰিছিল। সেই গৱেষণাৰ বাবে কাৰ ভাৱাবেগত আঘাত পাইছিল তাৰ কোনো প্ৰতিক্ৰিয়া পোৱা নগ’ল।

কিন্তু ডিচেম্বৰ মাহত যেতিয়া বিশ্ববিদ্যালয়ৰ প্ৰোক্টৰৰ কাৰ্যালয়ে ছাত্ৰগৰাকীক তেওঁৰ অনুপস্থিতিৰ সন্দৰ্ভত প্ৰোক্টৰৰ কমিটিৰ সন্মুখত হাজিৰ হ’বলৈ কয়, তেতিয়া ছাত্ৰগৰাকীয়ে পি এইচ ডি কাৰ্যসূচীৰ পৰা আঁতৰি আহি নিজৰ ব্যৱসায়ত মনোনিৱেশ কৰা বুলি উল্লেখ কৰে।

উল্লেখ্য যে SAU হৈছে আঠখন SARC ৰাষ্ট্ৰৰ সহযোগত প্ৰতিষ্ঠিত এক আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত পৰিচালিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm
টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd