• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিল্লী বিশ্ববিদ্যালয়ত ড০ দিব্যজ্যোতি শইকীয়াক আন্তঃৰাষ্ট্ৰীয় ৰত্নশ্ৰী বঁটা প্ৰদান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2025 10:30 pm
420
VIEWS
Share on FacebookShare on Twitter

বিশ্ব নাৰী দিৱসৰ দিনা দিল্লী বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰদান আৰু ডক্টৰেট ডিগ্ৰী প্ৰদানৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়।

দিল্লী বিশ্ববিদ্যালয়ত আয়োজন কৰা এই অনুষ্ঠানত অসমৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ যুক্তিবাদী  চিন্তাবিদ, মানৱাধিকাৰ তথা সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়াক আন্তঃৰাষ্ট্ৰীয় ৰত্নশ্ৰী সন্মান- বঁটা ২০২৫ প্ৰদান কৰা হয়। বিগত পঁচিশ বছৰ ধৰি দেশ আৰু সমাজলৈ আগবঢ়োৱা বিশেষ সেৱাৰ লগতে অন্ধবিশ্বাসৰ নামত নিৰ্যাতনৰ সন্মূখীন হোৱা বহু মহিলাক সহায়ৰ হাত আগবঢ়োৱাৰ স্বীকৃতি স্বৰূপে ড০ শইকীয়াক এই বঁটাৰে সন্মানিত কৰা হয়।

উক্ত অনুষ্ঠানত ড০ শইকীয়াৰ লগতে অষ্ট্ৰেলিয়া, শ্ৰীলংকা, নেপাল, বাংলাদেশ আদি ৰাষ্ট্ৰৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক শিক্ষা, সমাজসেৱা আদি বিভিন্ন ক্ষেত্রত আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে বঁটা প্ৰদান কৰা হয়। ছক্ৰেটিছ সামাজিক গৱেষণা বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ কে জি বালাকৃষ্ণন।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন সেনা প্ৰধান প্ৰমোদ কুমাৰ চেহগল, মণ্টেগ্ৰিনো ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত ড০ জানিচ দাৰবৰী, এছ চি ই আৰ টিৰ সহকাৰী সঞ্চালক ড০ নাহৰ সিংকে আদি কৰি দিল্লী বিশ্ববিদ্যালয়ৰ কেইবাগৰাকী অধ্যাপককে আদি কৰি অনুষ্ঠানত ভালে কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত আছিল।

উল্লেখ্য যে ড০ দিব্যজ্যোতি শইকীয়াক পহিলা মাৰ্চৰ দিনা ইণ্ডিয়া ইণ্টাৰনেচনেল চেণ্টাৰত মহাত্মা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় আৰু আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ৰাজদূত সংগঠনৰ (ভাৰত উইং) দ্বাৰা ‘আন্তৰাষ্ট্ৰীয় উৎকৃষ্ট মানৱতা বঁটা’ আৰু ‘দিল্লী ৰত্ন সন্মান’ প্ৰদান কৰা হৈছিল।

আনহাতে দিল্লীৰ কনষ্টিটিউচন ক্লাব অব ইণ্ডিয়াত  প্ৰদান কৰা হৈছিল “শৌৰ্য সন্মান ২০২৫-বঁটা”। উক্ত বঁটা প্ৰদান কৰিছিল  দেশৰ জ্যেষ্ঠ আদৰ্শবান ৰাজনীতিক, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পদ্মভূষণ হুকুমদেৱ নাৰায়ন যাদৱে। লক্ষণীয় বিষয় যে দেশৰ প্ৰখ্যাত সংবাদ গোষ্ঠী নিউ ইণ্ডিয়ান এক্সপ্ৰেছে ‘ওৱান মেন পিচ মিছন’ বাতৰিৰে উপাধি প্ৰদান কৰাৰ লগতে ইটিভি ভাৰতৰ দৰে সংবাদ মাধ্যমে ড০ দিব্যজ্যোতি শইকীয়াৰ সামাজিক আৰু মানৱাধিকাৰৰ উৎকৃষ্ট কৰ্মৰ ওপৰত এখনি তথ্যচিত্ৰ নিৰ্মাণ কৰি উলিয়াইছে।

Recent News

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd