• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইউৰিক এচিড বৃদ্ধিৰ কাৰণ, লক্ষণ আৰু প্ৰতিকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2025 7:15 am
267
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিকালি ইউৰিক এচিড বৃদ্ধিৰ সমস্যা প্ৰায়বোৰ পৰিয়ালতেই দেখা পোৱা যায়। বয়স হোৱা লগে লগে বেছিভাগ লোকেই ইউৰিক এচিড বৃদ্ধিৰ সমস্যাত ভুগিবলৈ আৰম্ভ কৰে। ইউৰিক এচিড বৃদ্ধিৰ সমস্যা (Hyperuricemia) হৈছে দেহত ইউৰিক এছিডৰ মাত্রা অতিপাত হোৱা অৱস্থা। মূলত বৃক্কই ঠিকমতে এই এচিড শৰীৰৰ পৰা বাহিৰ কৰিব নোৱাৰাৰ ফলত ৰোগৰ সৃষ্টি হয়।

ইউৰিক এচিড বৃদ্ধিৰ কাৰণসমূহ

১. অত্যাধিক প্ৰোটিনযুক্ত খাদ্য: বিশেষকৈ গোমাংস, মূৰ্গী মাংস, সামুদ্ৰিক মাছ, আৰু ছাগলীৰ মাংস।

Apply Now

২. মদ আৰু কেফেইন: বিশেষকৈ বীয়েৰ আৰু ৰেড ৱাইনে ইউৰিক এচিড বৃদ্ধি কৰে।

৩. পিউৰিন-সমৃদ্ধ খাদ্য: কিছুমান শাক-পাচলি (পালং শাক, মাটি দাইল, কাঠফুলা আদি) এ ইউৰিক এচিড বৃদ্ধিত অৰহণা যোগায়।

৪. পানীৰ অভাৱ: পানী কম কৈ খালে বৃক্কই পৰ্যাপ্ত ইউৰিক এচিড নিষ্কাশন কৰিব নোৱাৰে।

৫. বংশগত : পৰিয়ালত কাৰোবাৰ যদি এই সমস্যা থাকে, তেন্তে আপোনাৰো হোৱাৰ সম্ভাৱনা থাকে।

৬. অধিক ওজন : মেটাবলিক সিন্ড্ৰোম বা অধিক ওজন থাকিলে ইউৰিক এচিড বৃদ্ধি পায়।

৭. ঔষধ : ডাইইউৰেটিকস (Diuretics) বা ৰক্তস্ৰাৱৰ কিছুমান ঔষধে ইউৰিক এচিডৰ মাত্রা বঢ়াই দিয়ে।

ইউৰিক এছিড বৃদ্ধিৰ লক্ষণসমূহ:

১. বিশেষকৈ ভৰিৰ বুঢ়া আঙুলিত তীব্ৰ বিষ বা ভৰি ফুলি উঠা।

২. হাত, ভৰি আদিৰ গাঁথিৰ বিষ।

৩. কিডনীত পাথৰ।

৪. পেচাব কৰোঁতে জ্বলাপোৰা কৰা।

৫. অধিক ইউৰিক এছিড থাকিলে শাৰীৰিক অসুস্থতা অনুভৱ হয়।

 প্ৰতিকাৰ আৰু ঘৰুৱা উপায়:

১. দৈনিক ৩-৪ লিটাৰ পানী খাওক যাতে কিডনীয়ে ইউৰিক এছিড উলিয়াই দিব পাৰে।

২. কম পিউৰিনযুক্ত খাদ্য গ্ৰহণ কৰক। সামুদ্ৰিক মাছ, মাংস, আৰু প্রসেসড ফুড এৰাই চলক।

৩. নেমু পানী খাওক। নেমুত থকা থকা ভিটামিন C ইউৰিক এছিডৰ বাবে ভাল।

আপেল ছিডাৰ ভিনিগাৰ (Apple Cider Vinegar) – দিনে ১-২ চামুচ পানীত মিহলাই খালে উপকাৰী।

৪.  ফাইবাৰযুক্ত খাদ্য গ্ৰহণ কৰক ।

৫. যোগ ব্যায়াম আৰু শৰীৰচৰ্চা কৰক । ইউৰিক এছিড বঢ়িলে তৎক্ষণাত গুৰুত্ব দিয়া উচিত। খাদ্যাভ্যাস ঠিক ৰাখিলে আৰু পৰ্যাপ্ত পানী খালে এই সমস্যা সহজে নিয়ন্ত্ৰণত ৰাখিব পাৰি। জটিলতা হলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd