• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

টক্সিক সহকৰ্মীৰ পৰা বিৰক্ত হৈছে নেকি? কেনেকৈ বচাই ৰাখিব নিজকে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 15, 2025 7:00 am
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 ‘টক্সিক ৱৰ্ক কালচাৰ’ বা ‘টক্সিক সহকৰ্মী’ – এনে বাক্যাংশ এতিয়া প্ৰায়ে শুনা যায়। সহজ ভাষাত ক’বলৈ গ’লে ‘টক্সিক সহকৰ্মী’ বুলিলে এনে লোকক বুজোৱা হয়, যাৰ আচৰণ, বাক্য আৰু মনোভাৱে কৰ্মক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলায়। এনে লোকে আনৰ মনৰ শান্তি ধ্বংস কৰি কৰ্ম পৰিৱেশ বিষাক্ত কৰি তোলে।

এই ধৰণৰ মানুহক আপুনি কেনেকৈ চিনি পাব?

Apply Now

১. এই ধৰণৰ মানুহে অহৰহ উৰাবাতৰি বিয়পাই ফুৰে। লগতে আনক সমালোচনা কৰা আৰু তেওঁলোকৰ কামক তুচ্ছজ্ঞান কৰাত পাকৈত।

২. এই ধৰণৰ সহকৰ্মীয়ে স্বেচ্ছাই আনৰ আজ্ঞা অমান্য কৰে। কোনোৱে আনৰ সফলতাক লৈ ঈৰ্ষা কৰি ক্ষতি কৰিবলৈ চেষ্টা কৰে।

৩. কিছুমান মানুহে ঈৰ্ষা কৰা লোকৰ ওপৰত মানসিক চাপ সৃষ্টি কৰে আৰু ব্যক্তিগত জীৱনত হস্তক্ষেপ কৰে, তেওঁলোকৰ দুৰ্বলতাৰ সুযোগ লয় আৰু পক্ষপাতিত্বমূলকভাৱে কাম কৰে।

এনে সহকৰ্মীয়ে কৰ্মক্ষেত্ৰত মানসিক চাপ, হতাশা আৰু সংঘাতৰ সৃষ্টি কৰিব পাৰে। কৰ্মক্ষেত্ৰত টক্সিক সহকৰ্মীৰ কাষত থকাটো মানসিক শান্তিৰ ক্ষেত্ৰত এক ডাঙৰ বাধা হ’ব পাৰে। তেওঁলোকৰ নেতিবাচক আচৰণেও কৰ্ম পৰিৱেশ প্ৰদূষিত কৰে। কিন্তু কিছুমান কৌশল গ্ৰহণ কৰি এই বিৰূপ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা সম্ভৱ:

১. বিষাক্ত সহকৰ্মীৰ সৈতে ব্যক্তিগত সম্পৰ্ক পৰিহাৰ কৰক।

২. অফিচৰ বাহিৰত তেওঁলোকৰ সৈতে আপোনাৰ যোগাযোগ সীমিত কৰক।

৩. নেতিবাচক মন্তব্য বা আচৰণৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত থাকক।

৪. আচৰণ যিমানেই বেয়া যেন নালাগিলেও তেওঁলোকৰ লগত সদায় শান্ত আৰু ভদ্ৰভাৱে কথা পাতক।

৬. তেওঁলোকৰ লগত কেতিয়াও কাজিয়াত লিপ্ত নহব।

৭. নিজৰ কামত মনোনিৱেশ কৰক আৰু কামৰ  জৰিয়তে নিজৰ প্ৰমূল্য প্ৰমাণ কৰক।

৮. যদি কাৰোবাৰ আচৰণে আপোনাৰ কাম বা মানসিক স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলাইছে তেন্তে আপোনাৰ উৰ্ধতন বিষয়া বা মানৱ সম্পদ বিভাগৰ সৈতে এই বিষয়ে আলোচনা কৰক।

৯. সম্ভৱ হ’লে আপোনাৰ অভিযোগৰ সমৰ্থনত প্ৰমাণ সংগ্ৰহ কৰক।

১০. মানসিক চাপ কমোৱাৰ বাবে নিয়মিত জিৰণি লওক আৰু নিজৰ যত্ন লওক।

১১. অফিচৰ পৰা আহি আন্তৰিক বন্ধু বা পৰিয়ালৰ সৈতে সময় কটাওক।

১২. কৰ্মক্ষেত্ৰত দায়িত্বশীল আৰু সমাজ সচেতন লোকো আছে। তেওঁলোকৰ লগত ভাল সম্পৰ্ক গঢ়ি তোলক।

মনত ৰাখিব আপোনাৰ মানসিক সুস্থতা সৰ্বোচ্চ। সেয়েহে প্ৰয়োজন হ’লে কৰ্মক্ষেত্ৰ সলনি কৰাৰ কথাও চিন্তা কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্যেষ্ঠ ফটোগ্ৰাফাৰ প্ৰদীপ দত্তৰ আকস্মিক বিয়োগ

জ্যেষ্ঠ ফটোগ্ৰাফাৰ প্ৰদীপ দত্তৰ আকস্মিক বিয়োগ

August 6, 2026 3:04 pm
কৰ্ণাটকৰ ৰাসায়নিক কাৰখানাত বিষাক্ত গেছ নিৰ্গমণ: শ্বাসৰুদ্ধ হৈ ৩ শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক চিকিৎসাধীন

কৰ্ণাটকৰ ৰাসায়নিক কাৰখানাত বিষাক্ত গেছ নিৰ্গমণ: শ্বাসৰুদ্ধ হৈ ৩ শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক চিকিৎসাধীন

August 6, 2026 2:56 pm
দিল্লীৰ প্ৰতিবাদত ১২ বছৰীয়া শিশু! আয়োজকৰ বিৰুদ্ধে পকচো আইনত গোচৰ ৰুজুৰ দাবী শিলিগুৰিৰ অধিবক্তাৰ

দিল্লীৰ প্ৰতিবাদত ১২ বছৰীয়া শিশু! আয়োজকৰ বিৰুদ্ধে পকচো আইনত গোচৰ ৰুজুৰ দাবী শিলিগুৰিৰ অধিবক্তাৰ

August 6, 2026 1:57 pm
১৩ বছৰৰ পাছত ন্যায়! ধৰ্ষ*ণৰ গোচৰত ‘তহেলকা’ৰ প্ৰ প্রাক্তন সম্পাদক তৰুণ তেজপালক দোষী সাব্যস্ত মুম্বাই উচ্চ ন্যায়ালয়ৰ

১৩ বছৰৰ পাছত ন্যায়! ধৰ্ষ*ণৰ গোচৰত ‘তহেলকা’ৰ প্ৰ প্রাক্তন সম্পাদক তৰুণ তেজপালক দোষী সাব্যস্ত মুম্বাই উচ্চ ন্যায়ালয়ৰ

August 6, 2026 1:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্যেষ্ঠ ফটোগ্ৰাফাৰ প্ৰদীপ দত্তৰ আকস্মিক বিয়োগ

জ্যেষ্ঠ ফটোগ্ৰাফাৰ প্ৰদীপ দত্তৰ আকস্মিক বিয়োগ

August 6, 2026 3:04 pm
কৰ্ণাটকৰ ৰাসায়নিক কাৰখানাত বিষাক্ত গেছ নিৰ্গমণ: শ্বাসৰুদ্ধ হৈ ৩ শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক চিকিৎসাধীন

কৰ্ণাটকৰ ৰাসায়নিক কাৰখানাত বিষাক্ত গেছ নিৰ্গমণ: শ্বাসৰুদ্ধ হৈ ৩ শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক চিকিৎসাধীন

August 6, 2026 2:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd