• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সমগ্ৰ ভাৰতত ১১৬টা নতুন পৰ্যটনস্থলীত অনুমোদন কেন্দ্ৰ চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 14, 2025 8:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ সহযোগত বিভিন্ন আঁচনিৰ অধীনত সমগ্ৰ দেশতে ১১৬টা নতুন পৰ্যটনস্থলীৰ উন্নয়নত অনুমোদন জনাইছে৷ এই আঁচনিৰ বাবদ ভাৰত চৰকাৰে ৪,০৮৮ কোটি বিনিয়োগ কৰা কথা ঘোষণা কৰিছে।

ইয়াৰে বহনক্ষম আৰু দায়িত্বশীল পৰ্যটনৰ বাবে থিম ভিত্তিক চাৰ্কিটৰ ওপৰত গুৰুত্ব আৰোপ কৰা স্বদেশ দৰ্শন ২.০ আঁচনিৰ অধীনত ৩৪টা স্থান বিকাশ কৰা হ’ব। পৰ্যটনস্থলীসমূহক প্ৰচাৰ কৰাৰ লক্ষ্যৰে বিনিয়োগৰ বাবে ৰাজ্যসমূহক বিশেষ সহায় (SASCI) আঁচনিৰ অধীনত ৪০টা স্থান বিকাশ কৰা হ’ব। ইয়াৰ উপৰিও স্বদেশ দৰ্শনৰ প্ৰত্যাহ্বান ভিত্তিক গন্তব্যস্থান উন্নয়ন (CBDD) উপ-আঁচনিৰ অধীনত ৪২ টা পৰ্যটন কেন্দ্ৰ নিৰ্বাচন কৰা হৈছে।

Apply Now

পৰ্যটন মন্ত্ৰালয়ে বহনক্ষম পৰ্যটন উন্নয়নৰ ওপৰত গুৰুত্ব প্ৰদানৰ লগতে  দৰ্শনাৰ্থীৰ অভিজ্ঞতা উন্নত কৰাৰ বাবে পৰ্যটনস্থলীসমূহৰ সামগ্ৰিক উন্নয়ন সাধনৰ লক্ষ্যৰে  সংশোধিত স্বদেশ দৰ্শন ২.০ আৰম্ভ কৰা হৈছে। স্বদেশ দৰ্শন আঁচনিৰ অধীনত পৰ্যটনৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ৰাজ্যসমূহক আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব৷

ইয়াৰ উপৰিও কেন্দ্ৰই SASCI আঁচনিৰ অধীনত ২৩খন ৰাজ্যৰ ৪০টা প্ৰকল্পত অনুমোদন জনাইছে, যাৰ বাবে ২০২৪-২৫ বিত্তীয় বৰ্ষত ৩,২৯৫.৭৬ কোটি টকাৰ আবণ্টন দিয়া হৈছে। এই পদক্ষেপে  পৰ্যটন স্থলীসমূহৰ বিকাশ আৰু  বিপণনত গুৰুত্ব আৰোপ কৰিছে।

তদুপৰি, প্ৰধানমন্ত্ৰী জনজাতি উন্নত গাঁও অভিযানৰ অংশ হিচাপে স্বদেশ দৰ্শন আঁচনিৰ অধীনত জনজাতীয় হোমষ্টেৰ উন্নয়নত সহায় কৰাৰ বাবে মন্ত্ৰালয়ে এক পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত নতুন নিৰ্মাণৰ বাবে ৫ লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য, সংস্কাৰৰ বাবে ৩ লাখ আৰু সম্প্ৰদায়ৰ প্ৰয়োজনীয়তাৰ বাবে ৫ লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্যৰে ১০০০টা হোমষ্টে নিৰ্মান কৰাৰ পৰিকল্পনা  কৰিছে।

ইয়াৰ উপৰিও পৰ্যটন মন্ত্ৰালয়ে পৰ্যটন সেৱা প্ৰদানকাৰীসকলক প্ৰশিক্ষণ দিয়া আৰু স্থানীয় বিশেষজ্ঞতা বৃদ্ধিৰ বাবে নিয়োগমুখী হ্ৰস্বম্যাদী প্ৰশিক্ষণ কাৰ্যসূচীও আয়োজন কৰি আছে। ভাৰতৰ বিপুল পৰ্যটন সম্ভাৱনাৰ প্ৰতি লক্ষ্য কৰি সেৱা প্ৰদানৰ  বাবে বিহাৰকে ধৰি সমগ্ৰ দেশৰ বিভিন্ন প্ৰতিষ্ঠানত এই কাৰ্যসূচীসমূহৰ আয়োজন কৰা হৈছে বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd