• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গীত গোৱাৰ বাবদ কিমান পাৰিশ্ৰমিক লয় অৰিজিৎ সিঙে? শুনিলে চকু কপালত উঠিব আপোনাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2025 5:30 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গীতৰ পৰা আৰম্ভ কৰি ব্যক্তিত্বৰ বাবেও সমগ্ৰ দেশতেই জনপ্ৰিয় অৰিজিত সিং। তেওঁৰ গীতবোৰে যেনেকৈ মনোমোহা তেনেকৈ তেখেতৰ আচাৰ-আচৰণো মনোমোহা। ইমান বিখ্যাত সংগীতজ্ঞ হোৱাৰ পিছতো তেওঁৰ জীৱন শৈলী তেনেই সাধাৰণ।

কিন্তু অৰিজিৎ সিঙে গান গাই যিমান টকা উপাৰ্জন কৰে, ইচ্ছা কৰিলে সেই টকাৰে তেওঁ ৰাজকীয় জীৱন কটাব পাৰে।

Apply Now

অৰিজিৎ সিঙে এটা গীত গাবলৈ কিমান টকা লয় জানেনে? শেহতীয়াকৈ বাবুল সুপ্ৰিয়ই ফাদিল কৰিছে এই তথ্য।

দৰাচলতে মুম্বাইৰ এটা অডিঅ’ কোম্পানীয়ে ৬টা ৰবীন্দ্ৰ সংগীত হিন্দীলৈ অনুবাদ কৰাৰ উদ্যোগ লৈছে। বলীউডৰ বিখ্যাত গীতিকাৰ অমিতাভ ভট্টাচাৰ্যই এই গীতসমূহ হিন্দীলৈ অনুবাদ কৰিছে। শ্ৰেয়া ঘোষল, ছান, মধুমন্তী বাগচি, বাবুল সুপ্ৰিয়ই এই গীত কেইটাত কন্ঠদান কৰিব।

ইয়াৰ লগতে এই এলবামটোত অৰিজিৎ সিঙেও দুটা গান গোৱাৰ কথা আছিল। ইয়াৰে এটা গীত অকলে আৰু এটা গীত দ্বৈত কন্ঠত গোৱাৰ কথা আছিল। কিন্তু অৰিজিৎ সিঙৰ মাননিৰ বিষয়ে জানি চকু কপালত উঠিল বাবুল সুপ্ৰিয়ৰ।

এই গীত দুটা গাবৰ বাবে অৰিজিৎ সিঙৰ মেনেজাৰৰ লগত যোগাযোগ কৰিছিল বাবুল সুপ্ৰিয়ই। কিন্তু মেনেজাৰৰ কথা শুনি আচৰিত হৈ পৰিল বাবুল সুপ্ৰিয়।

বাবুল সুপ্ৰয়ই জনোৱা মতে অৰিজিৎ সিঙৰ মেনেজাৰে প্ৰতিটো গীতৰ বাবে ১.৫ কোটি টকা বিচাৰিছিল।

বাবুল সুপ্ৰিয়ই জনোৱা মতে, এই এলবামটো কোনো ব্যৱসায়িক উদ্দেশ্যেৰে কৰা হোৱা নাছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীৰ সমূহৰ প্ৰচাৰ আৰু প্ৰসাৰেই আছিল ইয়াৰ মূল উদ্দেশ্য। এলবামটোত কাম কৰা আন শিল্পী সকলেও অতি কম মাননি লৈ কাম কৰিছে।

বাবুল সুপ্ৰিয়ই সংবাদ মাধ্যমক কয়, “আমি জানো যে অৰিজিৎ সিঙে অতি সহজ-সৰল জীৱন যাপন কৰে। কিন্তু স্কুটিৰে জাংগীপুৰত ঘূৰি ফুৰা অৰিজিতে ৰবীন্দ্ৰ সংগীত গোৱাৰ বাবে কিয় ইমান পাৰিশ্ৰমিক বিচাৰিছে সেয়া বুজিব পৰা নাই।”অৱশ্যে বাবুল সুপ্ৰিয়ৰ এই অভিযোগ সম্পৰ্কে বিভিন্ন মহলত চৰ্চা চলিছে যদিও অৰিজিৎ সিঙ বাব অৰিজিৎ সিঙৰ মেনেজাৰে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

September 25, 2026 2:57 pm
জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

September 25, 2026 2:39 pm
পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

September 25, 2026 2:57 pm
জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

September 25, 2026 2:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd