• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ঘোষণা কৰা হ’ল ২০২৫ চনৰ হোলবাৰ্গ বঁটা : ভাৰতীয় চিন্তাবিদে লাভ কৰিলে এই বঁটা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2025 8:30 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ বিশিষ্ট চিন্তাবিদ গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাকক ২০২৫ চনৰ হোলবাৰ্গ বঁটাৰে সন্মানিত কৰা হৈছে। সাহিত্য তত্ত্ব আৰু দাৰ্শনিক চিন্তাধাৰালৈ তেওঁৰ বৈপ্লৱিক অৱদানৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে।

১৯৪২ চনত কলিকতাত জন্মগ্ৰহণ কৰা স্পিভাক কলিকতা বিশ্ববিদ্যালয় আৰু কৰ্নেল বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। বৰ্তমান তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ মানৱীয় বিভাগৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁক সাম্প্ৰতিক সময়ৰ অন্যতম প্ৰভাৱশালী আন্তঃৰাষ্ট্ৰীয় বুদ্ধিজীৱী হিচাপে গণ্য কৰা হয়।

Apply Now

তেওঁ তুলনামূলক সাহিত্য, অনুবাদ, উত্তৰ-ঔপনিৱেশিক অধ্যয়ন, ৰাজনৈতিক দৰ্শন আৰু নাৰীবাদী তত্ত্বৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছে। ১৯৮৮ চনত তেওঁৰ প্ৰবন্ধ সংকলন “Can the Subaltern Speak?”-এ উত্তৰ-ঔপনিৱেশিক অধ্যয়নৰ অন্যতম গুৰুত্বপূৰ্ণ গ্ৰন্থ হিচাপে স্বীকৃতি লাভ কৰিছে।

স্পিভাকে তেওঁৰ “ডেথ অৱ এ ডিচিপ্লিন” (২০০৩) নামৰ গ্ৰন্থখনত “গ্ৰহত্ব”ৰ ধাৰণাটো প্ৰৱৰ্তন কৰিছিল, যিখনক বিশ্বায়নৰ নৈতিক বিকল্প হিচাপে গণ্য কৰা হয়।

তেওঁৰ আন আন গুৰুত্বপূৰ্ণ গ্ৰন্থসমূহৰ ভিতৰত আছে “Critique of Postcolonial Reason” (১৯৯৯), “An Aesthetic Education in the Era of Globalization” (২০১২), আৰু “Ethics and Politics in Tagore, Coetzee and Certain Scenes of Teaching” (২০১৮) আদি।

হোলবাৰ্গ কমিটীৰ অধ্যক্ষ হেইকে ক্ৰীগাৰে কয়, “এজন বৌদ্ধিক আৰু সামাজিক কৰ্মী হিচাপে স্পিভাকে পশ্চিম বংগকে ধৰি বিভিন্ন দেশৰ প্ৰান্তীয় গ্ৰাম্য সম্প্ৰদায়ৰ মাজত নিৰক্ষৰতা নিৰ্মূলৰ বাবে কাম কৰিছিল। তেওঁ শিক্ষামূলক পদক্ষেপসমূহ প্ৰতিষ্ঠা কৰিছে, পুঁজি আগবঢ়াইছে আৰু প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিছে।

সমিতিখনে আৰু কয়, “তেওঁৰ ‘কৌশলগত প্ৰয়োজনীয়তা’ আৰু ‘গোলকীয় সমালোচনাত্মকতা’ৰ ধাৰণা আজিও ব্যাপকভাৱে ব্যৱহাৰ আৰু আলোচনা কৰা হৈছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ ধৃত দম্পত্তি

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ ধৃত দম্পত্তি

August 31, 2026 8:14 am
গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

August 31, 2026 7:52 am
অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am
মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ ধৃত দম্পত্তি

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ ধৃত দম্পত্তি

August 31, 2026 8:14 am
গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

August 31, 2026 7:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd