• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অক্টোবৰৰ পৰা হ’বলগীয়া দ্বিতীয়টো গুণোৎসৱে এইবাৰ সামৰি ল’ব নৱম শ্ৰেণীলৈকে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 30, 2018 7:34 am
Gunotsav-Assam-Result
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটৰ আৰ্হিত পোন প্ৰথমবাৰৰ বাবে অসমৰ চৰকাৰী বিদ্যালয় সমূহত ৰূপায়ণ কৰা গুণোৎসৱ আঁচনিখন সফল হোৱাৰ পাছত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে পুনৰ অনুষ্ঠিত কৰিবলৈ ওলাইছে গুণোৎসৱ। চলিত বৰ্ষৰ অক্টোবৰ মাহত দুটা পৰ্যায়ত দ্বিতীয়বাৰৰ বাবে গুণোৎসৱ অনুষ্ঠিত হ’ব।

অসম সৰ্বশিক্ষা মিশ্যনে যোৱা ২৮ মে’ত এই সন্দৰ্ভত ৰাজ্যৰ প্ৰতিখন জিলাৰ বিদ্যালয়, পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু সৰ্বশিক্ষাৰ মিশ্যন সমন্বয়কসকলক দ্বিতীয় গুণোৎসৱৰ বিষয়ে অৱগত কৰোৱাৰ উদ্দেশ্যে পত্ৰ প্ৰেৰণ কৰে।

Apply Now

উল্লেখ্য যে দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় গুণোৎসৱৰ প্ৰথম পৰ্যায়ত ১৭ খন জিলাত আৰু দ্বিতীয় পৰ্যায়ত ১৬ খন জিলাত অনুষ্ঠিত হ’ব।

৩ অক্টোবৰৰ পৰা ৬ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ত বঙাইগাঁও, কাছাৰ, চিৰাং, চৰাইদেউ, ডিব্ৰুগড়, ডিমা হাছাও, হাইলাকান্দি, যোৰহাট, কামৰূপ (মেট্ৰ’), কাৰ্বি আংলং, কোকৰাঝাৰ, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তিনিচুকীয়া, ওদালগুৰি আৰু পশ্চিম কাৰ্বি আঁলঙত গুণোৎসৱ অনুষ্ছিত হ’ব।

আনহাত ৩১ অক্টোবৰৰ পৰা ৩ নবেম্বৰলৈ দ্বিতীয় পৰ্যায়ত বাকসা, বৰপেটা, বিশ্বনাথ, দৰং, ধেমাজি, ধুবুৰী, গোৱালপাৰা, গোলাঘাট, হোজাই, কামৰূপ), কৰিমগঞ্জ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও আৰু দক্ষিণ শালমাৰা মানকাচৰত অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাখণ্ডৰ গুণগত মান নিৰূপণৰ বাবে বিগত বৰ্ষত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছিল গুণোৎসৱ। এইবাৰ গুণোৎসৱত প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ সাঙুৰি লোৱা হ’ব।

চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ শৈক্ষিক পৰিৱেশ, অভাৱ-অভিযোগ, ছাত্ৰ-ছাত্ৰীৰ সমস্যা, আন্তঃগাথনি উন্নয়ন আদিৰ প্ৰকৃত স্বৰূপ পোহৰলৈ আহিছিল। শিক্ষাৰ গুণগত মান নিৰূপণত বিদ্যালয়সমূহত আই এ এছ, আই পি এছ বিষয়াসকলৰ লগতে বিভিন্ন বিভাগৰ চৰকাৰী কৰ্মচাৰীসকলক নিয়োগ কৰা হৈছিল।

তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা প্ৰথম গুণোৎসৱৰ বৃহৎ সাফল্যৰ পাছত ৰাজ্যৰ শিক্ষা বিভাগে দ্বিতীয়বাৰৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপে তাৎপৰ্য বহন কৰিছে।

ইফালে জানিব পৰা মতে অহামাহত দ্বিতীয় গুণোৎসৱ সন্দৰ্ভত সৰ্বশিক্ষা অভিযান মিশ্যনে সকলো জিলালৈ সম্পূৰ্ণ গাইড লাইন প্ৰেৰণ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd