• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিকিৎসকৰ অভাৱত ভূগিছে দিল্লী এইমছ! স্থায়ী সমিতিৰ প্ৰতিবেদনে উদঙাইছে স্বৰূপ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 18, 2025 12:49 pm
চিকিৎসকৰ অভাৱত ভূগিছে দিল্লী এইমছ! স্থায়ী সমিতিৰ প্ৰতিবেদনে উদঙাইছে স্বৰূপ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইমছ দিল্লী দেশৰ এক নম্বৰ চৰকাৰী চিকিৎসালয় হিচাপে পৰিচিত। কিন্তু তাতেই দেখা গৈছে যে ক্ৰমে প্ৰায় ১৬% আৰু ৩৫% ডাক্তৰ আৰু চিকিৎসক-অধ্যাপকৰ পদ খালী! সংখ্যাৰ হিচাপত অনুমোদিত পদৰ তুলনাত ৪৩০ জন সাধাৰণ চিকিৎসক আৰু ২১০৯ জন অধ্যাপক-চিকিৎসকৰ নাটনি হৈছে। ইয়াৰ ফলত চিকিৎসা সেৱাৰ লগতে স্নাতক, স্নাতকোত্তৰ আৰু পোষ্ট ডক্টৰেল অধ্যনৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিছে।

স্বাস্থ্য সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিখনে এক প্ৰকাৰে এই বিষয়ত কেন্দ্ৰক প্ৰতিবেদন দাখিল কৰি স্বাস্থ্য মন্ত্ৰালয়ক সমালোচনা কৰিছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে কেৱল জ্যেষ্ঠ চিকিৎসক আৰু অধ্যাপকৰ পদতেই নহয়, কনিষ্ঠ চিকিৎসকৰ পদতো যথেষ্ট নাটনি হৈছে। ফলত ইন্দোৰ সেৱাত ব্যাঘাত জন্মিছে।

স্থায়ী সমিতিৰ প্ৰতিবেদনত কোৱা হৈছে যে জ্যেষ্ঠ আৱাসী পদৰ বাবে ৪৩৪ (৩৭%) আৰু কনিষ্ঠ আৱাসী পদৰ বাবে ১১৩ (৪৭%) পদ খালী আছে। দেশৰ অন্যান্য এইমছ চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতো কমিটীয়ে চিনাক্ত কৰে।

ইতিমধ্যে কাৰ্যক্ষম হৈ থকা ২০খন এইমছ আৰু নিৰ্মাণাধীন ৬খন এইমছৰ আন্তঃগাঁথনিৰ উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ পৰামৰ্শ দিয়া হৈছে প্ৰতিবেদনত। স্বাস্থ্য সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিয়ে খালী পদক লৈ বিশেষ উদ্বেগ প্ৰকাশ কৰিছে।

কমিটীয়ে নিজৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে খালী পদৰ বাবে দিল্লী এইমছত ৰোগীৰ দীঘলীয়া শাৰী আৰু ‘ৱেইটিং টাইম’ অতি বিৰক্তিকৰ হৈ পৰিছে। গুৰুতৰভাৱে অসুস্থ, আনকি সংকটজনক ৰোগীয়েও সময়মতে চিকিৎসা সেৱা লাভ কৰা নাই। সেয়েহে দিল্লীৰ বাহিৰত ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত আন এখন এইমছ খোলাৰ প্ৰস্তাৱ সমিতিখনে আগবঢ়াইছে। মূল দিল্লী এইমছক স্বয়ংসম্পূৰ্ণ চিকিৎসা বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীৰ আই ই ডি বিস্ফোৰণ, শ্বহীদ এজন জোৱান

ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীৰ আই ই ডি বিস্ফোৰণ, শ্বহীদ এজন জোৱান

August 18, 2025 10:25 am
‘ভোট চুৰি’ৰ অভিযোগ, কোন দহটা প্ৰশ্নৰ উত্তৰ এৰাই চলিছে নির্বাচন আয়োগে? দাঙি ধৰিলে বিৰোধীয়ে

‘ভোট চুৰি’ৰ অভিযোগ, কোন দহটা প্ৰশ্নৰ উত্তৰ এৰাই চলিছে নির্বাচন আয়োগে? দাঙি ধৰিলে বিৰোধীয়ে

August 18, 2025 9:36 am
চুইফট-এছ ইউ ভিৰ ভয়াবহ সংঘৰ্ষ; গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু ৮ জন লোকৰ

চুইফট-এছ ইউ ভিৰ ভয়াবহ সংঘৰ্ষ; গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু ৮ জন লোকৰ

August 18, 2025 8:18 am
ডাঙৰৰ মুখৰ ওপৰতে কথা কৈছে শিশুৱে! চাওক অভিভাৱকৰ বাবে চম্ভালাৰ ৫টা ফলপ্ৰসূ উপায়

ডাঙৰৰ মুখৰ ওপৰতে কথা কৈছে শিশুৱে! চাওক অভিভাৱকৰ বাবে চম্ভালাৰ ৫টা ফলপ্ৰসূ উপায়

August 18, 2025 7:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীৰ আই ই ডি বিস্ফোৰণ, শ্বহীদ এজন জোৱান

ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীৰ আই ই ডি বিস্ফোৰণ, শ্বহীদ এজন জোৱান

August 18, 2025 10:25 am
‘ভোট চুৰি’ৰ অভিযোগ, কোন দহটা প্ৰশ্নৰ উত্তৰ এৰাই চলিছে নির্বাচন আয়োগে? দাঙি ধৰিলে বিৰোধীয়ে

‘ভোট চুৰি’ৰ অভিযোগ, কোন দহটা প্ৰশ্নৰ উত্তৰ এৰাই চলিছে নির্বাচন আয়োগে? দাঙি ধৰিলে বিৰোধীয়ে

August 18, 2025 9:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd