• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতৰ ৪২ খন পৰ্যটনস্থলীৰ ভিতৰত  ইক’-টুৰিজম বিকাশৰ বাবে মনোনীত কৰিছে শিৱসাগৰক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 18, 2025 2:39 pm
106
VIEWS
Share on FacebookShare on Twitter

ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে শিৱসাগৰক স্বদেশ দৰ্শন আঁচনিৰ অধীনত চেলেঞ্জ-বেছড ডেষ্টিনেশ্বন ডেভলপমেণ্ট (CBDD) উদ্যোগৰ অংশ হিচাপে মনোনীত কৰিছে।

এই উদ্যোগৰ অধীনত, শিৱসাগৰক ইক’-টুৰিজম আৰু অমৃত ধাৰোহৰ স্থান শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে, যাতে ঠাইখনৰ পৰ্যটন পৰিকাঠামো উন্নয়ন আৰু স্থায়ী বিকাশ সুনিশ্চিত কৰিব পাৰে।

CBDD উদ্যোগত ৪২ খন পৰ্যটন গন্তব্যক চাৰিটা মুখ্য শ্ৰেণীত বিভক্ত কৰা হৈছে— আধ্যাত্মিক পৰ্যটন (Spiritual Tourism), সংস্কৃতি আৰু ঐতিহ্য (Culture & Heritage), ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম (Vibrant Village Program), ইক’-টুৰিজম আৰু অমৃত ধৰোহৰ স্থান (Eco-Tourism & Amrit Dharohar Sites)।

এই ঠাইসমূহৰ উন্নয়নৰ সুবিধাৰ্থে, পৰ্যটন মন্ত্ৰালয়ে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক এলানি পৰামৰ্শাৱলী প্ৰদান কৰিছে, এই পৰামৰ্শাৱলীৰ মতে তেওঁলোকে পৰিকল্পনা আৰু প্ৰকল্প প্ৰস্তাৱ তৈয়াৰ কৰিব বুলি জানিবলৈ দিছে।

এই প্ৰস্তাৱসমূহ নিৰ্দিষ্ট মান আৰু নিৰ্দেশনা অনুসৰি মূল্যায়ন কৰাৰ পিছত অনুমোদন আৰু বিত্তীয় সাহাৰ্য দিয়া হ’ব। এই আঁচনিখনে মাত্ৰ পৰিকাঠামো উন্নয়ন নহয়, পৰ্যটকৰ অভিজ্ঞতা উন্নত কৰাৰ বাবেও বিশেষ গুৰুত্ব প্ৰদান কৰিব বুলি সদৰী কৰিছে ।

উত্তৰ-পূৱ ভাৰতৰ কেইবাখনো পৰ্যটনস্থলী এই আঁচনিত অন্তৰ্ভুক্ত হৈছে। ইয়াৰ ভিতৰত আছে কিবিথো–অৰুণাচল প্ৰদেশ, শিৱসাগৰ –অসম, লাংথাবল কোনুগ –মণিপুৰ, নাৰ্তিয়াং গাঁও আৰু মাউফ্লাং গাঁও –মেঘালয়, ইমপুৰ গাঁও (নাগালেণ্ড),গনাথাং গাঁও আৰু কাবি –চিকিম আদি।

Recent News

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd