• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ড’নাল্ড ট্রাম্পৰ নীতিৰ ঋণাত্মক প্ৰভাৱ! পঁইতাচোৰাই ভৰি পৰিছে ‘নাছা’ৰ কাৰ্যালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 18, 2025 4:42 pm
ড’নাল্ড ট্রাম্পৰ নীতিৰ ঋণাত্মক প্ৰভাৱ! পঁইতাচোৰাই ভৰি পৰিছে ‘নাছা’ৰ কাৰ্যালয়
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ড‘নাল্ড ট্রাম্পে ৰাষ্ট্ৰপতিৰূপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত সৰ্বাধিক হাৰাশাস্তিৰ সন্মুখীন হৈছে আমেৰিকাৰ চৰকাৰী কৰ্মচাৰীসকল।

এফালে নিলম্বন আৰু আনফালে চাকৰি কৰ্তনৰ ফলত কৰ্মচাৰীসকল একপ্ৰকাৰ আতংকিত হৈ পৰিছে। এলন মাস্কে ডিপার্টমেন্ট অব্ গবর্নমেন্ট এফিচিয়েন্সি চমুকৈ ড‘জৰ দায়িত্ব গ্রহণ কৰাৰ পাছতে সৃষ্টি হৈছে অৰাজকতা।

পূৰ্বে ঘৰৰ পৰা কাম কৰা কৰ্মচাৰীসকলে এতিয়া মাস্কৰ নিৰ্দেশত অফিচলৈ আহিবলৈ বাধ্য হৈছে। পিচে অফিচত দেখা গৈছে জাক জাক পঁইতাচোৰা। আনকি নাছাৰ কার্যালয়ত এখন টয়লেট পেপাৰো বিচাৰি পাবলৈ নাই।

বিশেষকৈ মার্কিন মহাকাশ সংস্থা নাছাৰ দৰে গুৰুত্বপূৰ্ণ সংস্থাৰ কাৰ্যালয়ত এই পৰিস্থিতিৰ আৰু অধিক অৱনতি ঘটিছে। এনে চৰম হাৰাশাস্তিৰ সন্মুখীন হৈ ইতিমধ্যে এক লাখৰো অধিক চৰকাৰী কৰ্মচাৰীয়ে পদত্যাগ কৰিবলৈ বাধ্য হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়োগ আৰু ৰাজনৈতিক দলৰ মাজত অনাস্থা দুৰ্ভাগ্যজনক: উচ্চতম ন্যায়ালয়

আয়োগ আৰু ৰাজনৈতিক দলৰ মাজত অনাস্থা দুৰ্ভাগ্যজনক: উচ্চতম ন্যায়ালয়

September 1, 2025 5:15 pm
তছলিমাৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নিবিচাৰে আয়োজকে! ইছলামিক মৌলবাদীৰ ভাবুকিৰ বাবে বাতিল জাভেদ আখতাৰৰ ‘মুছাইৰা’

তছলিমাৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নিবিচাৰে আয়োজকে! ইছলামিক মৌলবাদীৰ ভাবুকিৰ বাবে বাতিল জাভেদ আখতাৰৰ ‘মুছাইৰা’

September 1, 2025 4:29 pm
কেৰালাত বিফল হ’ল জালিয়াতিৰ কাণ্ড: আৰক্ষী অধীক্ষকৰ ৰূপ লৈ প্ৰৱঞ্চনাৰ চেষ্টা

কেৰালাত বিফল হ’ল জালিয়াতিৰ কাণ্ড: আৰক্ষী অধীক্ষকৰ ৰূপ লৈ প্ৰৱঞ্চনাৰ চেষ্টা

September 1, 2025 4:28 pm
আফগানিস্তানৰ ভূমিকম্পত মৃত্যুৰ সংখ্যা ৬১০ জনলৈ বৃদ্ধি : জনালে তালিবানৰ গৃহ মন্ত্ৰালয়ে

আফগানিস্তানৰ ভূমিকম্পত মৃত্যুৰ সংখ্যা ৬১০ জনলৈ বৃদ্ধি : জনালে তালিবানৰ গৃহ মন্ত্ৰালয়ে

September 1, 2025 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়োগ আৰু ৰাজনৈতিক দলৰ মাজত অনাস্থা দুৰ্ভাগ্যজনক: উচ্চতম ন্যায়ালয়

আয়োগ আৰু ৰাজনৈতিক দলৰ মাজত অনাস্থা দুৰ্ভাগ্যজনক: উচ্চতম ন্যায়ালয়

September 1, 2025 5:15 pm
তছলিমাৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নিবিচাৰে আয়োজকে! ইছলামিক মৌলবাদীৰ ভাবুকিৰ বাবে বাতিল জাভেদ আখতাৰৰ ‘মুছাইৰা’

তছলিমাৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নিবিচাৰে আয়োজকে! ইছলামিক মৌলবাদীৰ ভাবুকিৰ বাবে বাতিল জাভেদ আখতাৰৰ ‘মুছাইৰা’

September 1, 2025 4:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd