• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দক্ষিণ চীন সাগৰত চীনৰ আধিপত্য প্ৰতিহত কৰিবলৈ গঠন হ’ল ‘স্কোৱাড’! ভাৰতক যোগদান কৰিবলৈ আহ্বান আমেৰিকাৰ

by
March 20, 2025 4:27 pm
135
VIEWS
Share on FacebookShare on Twitter

কোৱাড মিত্ৰতাৰ পিছত দক্ষিণ চীন সাগৰত চীনৰ আধিপত্য প্ৰতিহত কৰিবলৈ ‘স্কোৱাড’ নামৰ নতুন মিত্ৰজোঁট গঠন কৰি  ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নিজৰ সামৰিক প্ৰভাৱ বৃদ্ধিৰ চেষ্টা আমেৰিকাৰ।

জাপান, অষ্ট্ৰেলিয়া আৰু ফিলিপাইনছক সামৰি লোৱা এই সামৰিক মিত্ৰজোঁটত যোগদান কৰিবলৈ ভাৰত আৰু দক্ষিণ কোৰিয়াক আমন্ত্ৰণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে আমেৰিকাই।

প্ৰকাশিত তথ্য অনুসৰি ফিলিপাইনছে ইতিমধ্যে  মিত্ৰজোঁটত যোগদান কৰিবলৈ ভাৰতক আমন্ত্ৰণ জনাইছে। দক্ষিণ চীন সাগৰত চীনৰ ক্ৰমবৰ্ধমান আগ্ৰাসন আৰু টাইৱানৰ নিৰাপত্তাৰ সন্দৰ্ভত নিৰাপত্তাজনিত উদ্বেগৰ সৈতে মোকাবিলা কৰিবলৈ ২০২৪বৰ্ষতে হাৱাইত পেন্টাগনে আনুষ্ঠানিকভাৱে ‘স্কোৱাড’ৰ গঠন কৰিছিল ।

ফিলিপাইনছ, ভিয়েটনাম, ইণ্ডোনেছিয়াৰ দৰে দেশসমূহে দক্ষিণ চীন সাগৰীয় ভূখণ্ডৰ দাবীক লৈ চীনৰ সৈতে দীৰ্ঘদিনীয়া বিবাদ লিপ্ত হৈ আছে আৰু এই পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰিব বিচাৰিছে আমেৰিকাই।

 ইফালে, ২০০৭ চনত গঠন হোৱা কোৱাডত ইতিমধ্যে ভাৰত, অষ্ট্ৰেলিয়া, আৰু জাপানক অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই অঞ্চলত বেইজিঙৰ প্ৰভাৱ প্ৰতিহত কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰতে নিজৰ শক্তি প্ৰদৰ্শন কৰি কোৱাডৰ অধীনত কেইবাটাও সামৰিক অনুশীলনত অংশগ্ৰহণ কৰিছে।

কিন্তু দক্ষিণ চীন সাগৰত চীনৰ ভূখণ্ডৰ দাবীৰ বাবে ‘স্কোৱাড’ত যোগদানৰ  কৰিলে চীনৰ সৈতে প্ৰত্যক্ষ সংঘৰ্ষ হোৱাৰ সম্ভাৱনাৰ বাবে এই পৰ্যন্ত ভাৰতে আনুষ্ঠানিকভাৱে এই আমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনোৱা নাই।

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd