• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম বিধানসভাত উত্তপ্ত পৰিৱেশ: সদনৰ মজিয়াত ভাষণৰ মাজতে শ্বেৰমান আলীলৈ চোঁচা ৰূপজ্যোতি কুৰ্মীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 21, 2025 6:44 pm
192
VIEWS
Share on FacebookShare on Twitter

অসম বিধানসভাৰ সদনত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েভাষণৰ মাজতে বিৰোধী দলৰ বিধায়ক শ্বেৰমান আলীলৈ চোঁচা লোৱা কাৰ্যত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া জনাই ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা বিচাৰিছে যদিও বিৰোধী দলে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই সদন ত্যাগ কৰে।

ঘটনাক্ৰম অনুসৰি বিধানসভাৰ আজিৰ বৈঠকত ধোদৰ আলীৰ সন্দৰ্ভত আলোচনা চলি থাকোঁতে ৰূপজ্যোতি কুৰ্মীয়ে শ্বেৰমান আলীলৈ চোঁচা লয়। ইয়াৰ পিছত সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। উপাধ্যক্ষ ডাঃ নোমল মমিনে পৰিস্থিতি শান্ত কৰিবলৈ বুজনি দিয়াৰ পিছত ৰূপজ্যোতিয়ে ক্ষমা প্ৰাৰ্থনা কৰি তেওঁ কয় যে মই কোনো বেয়া কথা কোৱা নাছিলোঁ। উঠি যাব নালাগিছিল বুলি ক্ষমা বিছাৰে।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই ঘটনাক নজিৰবিহীন বুলি অভিহিত কৰি কয় বিৰোধী বিধায়কক মাৰিবলৈ চোঁচা লোৱা নিন্দনীয়। চৰাইদেউ জিলাৰ ৰাস্তাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ’ব লাগে, হুলস্থূল নহয় বুলি মন্তব্য কৰে। আৰু দলে সদন ত্যাগ কৰাৰ সিদ্ধান্ত লয়। 

বিধায়ক হোৱা মনোৰঞ্জন তালুকদাৰে ঘটনা সন্দৰ্ভত মত প্ৰকাশ কৰি কয় এনেধৰণৰ ঘটনা দৃষ্টিকটু বুলি উল্লেখ কৰে আৰু আন বিধায়কে বাধা প্ৰদান নকৰা হ’লে শাৰীৰিক আক্ৰমণ হ’লহেতেন বুলি উল্লেখ কৰে। আৰু সাধাৰণ সতৰ্কবাণী এটাৰে দায় সামৰে বুলি ক্ষোভ প্ৰকাশ কৰে।

ঘটনাটোৰ পিছত সদনত পৰিস্থতি শান্ত হ’লেও ৰাজনৈতিক উত্তেজনা অব্যাহত। চৰাইদেউৰ ৰাস্তা আৰু চাহ জনগোষ্ঠীৰ সমস্যাৰ দৰে বিষয়সমূহ আলোচনাত পৰ্যবসিত নহ’ব বুলি বিৰোধীয়ে উদ্বেগ প্রকাশ কৰিছে। এনে ৰাজনৈতিক সংঘাতৰ মাজত জনসেৱাৰ মূল বিষয়সমূহ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

Recent News

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd