• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মালয়েছিয়াৰ ‘HELP’ বিশ্ববিদ্যালয় ভ্ৰমণ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীদলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 21, 2025 6:32 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ব্যৱসায়িক প্ৰশাসন বিভাগ(Department of Business Administration)ৰ অধ্যাপক ড° সম্পূৰ্ণ ভূঞা আৰু ফাৰুক আহমেদৰ নেতৃত্বত ২৮ জন শিক্ষাৰ্থীৰ ২০২৫ চনৰ ৯ মাৰ্চৰ পৰা ১৪ মাৰ্চলৈ ৫ দিনীয়া মালয়েছিয়া আন্তঃৰাষ্ট্ৰীয় অধ্যয়ন ভ্ৰমণৰ অন্ত পৰে। বিশ্ববিদ্যালয়ৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিৰ অধীনত বিনিময় কাৰ্যসূচীৰ অংশ হিচাপে দলটোৱে মালয়েছিয়াৰ HELP বিশ্ববিদ্যালয় ভ্ৰমণ কৰে। উল্লেখযোগ্য যে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে গৱেষণা আৰু বিনিময়ৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে HELP বিশ্ববিদ্যালয়, কুৱালালামপুৰকে ধৰি ৯খন বিদেশী বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। এই বিনিময় কাৰ্যসূচীৰ লক্ষ্য আছিল এক বিস্তৃত শিক্ষণ অভিজ্ঞতা প্ৰদান কৰা যিয়ে বিদেশী বিশ্ববিদ্যালয় চৌহদত সাংস্কৃতিক সংমিশ্ৰণৰ সৈতে শৈক্ষিক অভিজ্ঞতাসমূহৰ বিনিময় কৰিব পাৰে।

HELP বিশ্ববিদ্যালয়খনে ভ্ৰমণকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শৈক্ষিক কৰ্মশালা আৰু উদ্যোগ ভ্ৰমণৰ কাৰ্যসূচীৰ আয়োজন কৰে। বিশ্বব্যাপী ব্যৱসায়ত সাংস্কৃতিক বুদ্ধিমত্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এইচইএলপি বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড০ সুমথি পৰমাছিৱমে এই কৰ্মশালাৰ আৰম্ভণি কৰে। অধ্যাপক ড° বাৰ্নাৰ্ড লিউৱে “উদ্যোগীতা আৰু উদ্ভাৱন”ৰ ওপৰত এক অনুষ্ঠান অনুষ্ঠিত কৰে, য’ত বহনক্ষম ব্যৱসায়িক পদ্ধতিৰ ওপৰত আলোকপাত কৰা হয়। পৰৱৰ্তী আলোচনাচক্ৰসমূহত নেতৃত্বৰ কৌশল আৰু কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ তাৎপৰ্যক সামৰি লোৱা হয়। য’ত পৰিৱৰ্তিত কৰ্পৰেট পৰিবেশত নেতৃত্বৰ কৌশল আৰু কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ড০ সম্পূৰ্ণ ভূঞাৰ নেতৃত্বত অধ্যাপক দলটোৱে উত্তৰ-পূব ভাৰতৰ উদ্যোগীকৰণ আৰু পৰিৱেশ পৰ্যটনক লক্ষ্য কৰি গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ আৰু এইচএলপি বিশ্ববিদ্যালয়ৰ মাজত ভৱিষ্যতৰ গৱেষণামূলক সহযোগিতাৰ প্ৰস্তাৱ আগবঢ়ায়, যাৰ ফলত শৈক্ষিক সম্পৰ্ক শক্তিশালী কৰিব পৰা যাব।

Apply Now

এই ভ্ৰমণ শৈক্ষিক হোৱাৰ উপৰিও এক সাংস্কৃতিক ভ্ৰমণো আছিল। ছাত্ৰ-ছাত্ৰীসকলে মেৰ্ডেকা চৌহদ, বাটু গুহা, পেট্ৰ’নাছ টুইন টাৱাৰৰ দৰে ঐতিহাসিক আৰু আধুনিক পৰ্যটনক্ষেত্ৰসমূহো লক্ষ্য কৰে। এই অভিজ্ঞতাসমূহে মালয়েছিয়াৰ বৈচিত্ৰময় ঐতিহ্যৰ বিষয়ে জ্ঞান প্ৰদান কৰাৰ লগতে আৰু ছাত্ৰ-ছাত্ৰীসকলক ৰাজপথৰ বজাৰৰ জৰিয়তে স্থানীয় সম্প্ৰদায়ৰ সৈতে পৰিচিত হ’বলৈয়ো সুযোগ দিছিল।শেহতীয়া সময়চোৱাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ এনে উদ্ভাৱনীমূলক শৈক্ষিক অভিজ্ঞতা প্ৰদানৰ পদক্ষেপসমূহে ছাত্ৰ-ছাত্ৰীসকলক ক্ৰমান্বয়ে আন্তঃসংযোগী পৃথিৱীখনত উৎকৃষ্টতা প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰি আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm
ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd