• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইজৰাইলৰ বোমা আক্ৰমণত নিহত হামাছৰ সামৰিক চোৰাংচোৱা বিভাগৰ মুৰব্বী ওছামা তাবাছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 22, 2025 1:49 pm
139
VIEWS
Share on FacebookShare on Twitter

ইজৰাইলৰ আক্ৰমণত নিহত হৈছে পেলেষ্টাইনৰ স্বাধীনতাকামী সংগঠন হামাছৰ সামৰিক চোৰাংচোৱাৰ মুৰব্বী ওছামা তাবাছ। শেহতীয়াকৈ ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে এক বিবৃতিত এই কথা দাবী কৰিছে।

তেওঁলোকে জনোৱা মতে, ২০ মাৰ্চত দক্ষিণ গাজাত বিমান আক্ৰমণ চলোৱা হৈছিল। ইজৰাইলে হামাছৰ ঘাটিত বোমা বৰ্ষণ কৰে। তাতেই তাবাছৰ মৃত্যু হয় । তেওঁ হামাছৰ কেইবাটাও সংগঠনত শীৰ্ষ পদবী লাভ কৰিছিল। আইডিএফেও তেওঁক বহু আক্ৰমণৰ মাষ্টাৰমাইণ্ড হিচাপে উল্লেখ কৰিছে।

ইজৰাইলৰ বিবৃতিত কোৱা হৈছে যে তাবাছ হামাছৰ চোৱাচিতা আৰু টাৰ্গেটিং ইউনিটৰ মুৰব্বীও আছিল। তেওঁ খান ইউনিছ ব্ৰিগেডৰ বেটেলিয়ন কমাণ্ডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ স্থলভাগত হামাছৰ যুদ্ধ কৌশল নিৰ্ধাৰণ কৰিছিল। তেওঁ মূলতঃ দক্ষিণ গাজাত সক্ৰিয় আছিল।

আইডিএফে তেওঁৰ মৃত্যুক এক বৃহৎ সফলতা বুলি ভাবে। ইজৰাইলৰ এই দাবী সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই পেলেষ্টাইনী গোটটোৱে।

আইডিএফৰ বিবৃতিত দাবী কৰা হৈছে যে ২০০৫ চনত গাজা ষ্ট্ৰিপৰ গাছ কাটিফ জংচনত সংঘটিত আত্মঘাতী বোমা বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড আছিল তাবাছ। লগতে তেওঁৰ ষড়যন্ত্ৰৰ বাবে বহু আক্ৰমণ সংঘটিত হৈছে।

ইজৰাইলৰ সৈতে যুদ্ধৰ সময়ত হামাছৰ লোকচানৰ কথা বিবেচনা কৰি তেওঁ নিজৰ সামৰিক শক্তি বৃদ্ধি কৰিছিল। চোৰাংচোৱা বিভাগতো বিশেষজ্ঞতা আছিল তবাছৰ।

ইজৰাইলে দাবী কৰিছে যে হামাছে নিজৰ দক্ষতা ব্যৱহাৰ কৰি কিছুমান ক্ষেত্ৰত আইডিএফৰ আক্ৰমণ প্ৰতিহত কৰাত সফল হৈছিল। তেওঁলোকৰ মতে, তাবাছৰ মৃত্যুৰ ফলত অনাগত দিনত হামাছৰ বিৰুদ্ধে সংগ্ৰাম সহজ হৈ পৰিব।

Recent News

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd