• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

লাদাখত চীনা আগ্ৰাসনৰ কথা স্বীকাৰ কৰিলে মোদী চৰকাৰে

এন ই নাও  নিউজ গুৱাহাটী by এন ই নাও নিউজ গুৱাহাটী
March 22, 2025 9:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাদাখৰ কিছু অংশক নতুনকৈ ‘চীনা ভূখণ্ড’ বুলি কৰা দাবী সম্পৰ্কে জ্ঞাত মোদীৰ চৰকাৰ। লোকসভাত এই কথা সদৰী কৰিলে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে।

বিদেশ মন্ত্ৰালয়ৰ সূত্ৰৰ অনুসৰি চীনৰ চৰকাৰী সংবাদমাধ্যমত প্ৰকাশ পাইছিল যে উত্তৰ-পশ্চিম চীনত দুখন নতুন কাউন্টি গঠন কৰা হৈছে— হেয়ান আৰু হেকাং। শ্বিনজিয়াং প্ৰদেশৰ উইঘুৰ স্বায়ত্তশাসিত অঞ্চলৰ প্ৰশাসনে এই দুটা নতুন কাউন্টি গঠনৰ কথা ঘোষণা কৰিছিল।

Apply Now

চীনা কমিউনিষ্ট পাৰ্টি আৰু ষ্টেট কাউন্সিলেও এই নতুন কাউন্টিৰ অনুমোদন দিছে বুলি চীনৰ চৰকাৰী সংবাদমাধ্যমে দাবী কৰিছিল। আৰু  এই দুটা কাউন্টি হোতান চহৰৰ পৰা পৰিচালনা কৰা হ’ব বুলি সদৰী কৰিছিল। দক্ষিণ ব্লকৰ এক সূত্ৰৰ মতে, চীনে দাবী কৰা এই দুটা কাউন্টিৰ ভিতৰত লাদাখৰ কিছু অংশও পৰিছে। 

চীনৰ নতুন মানচিত্ৰৰ কথা জানিব পাৰি নতুন দিল্লীয়ে বেইজিঙলৈ কূটনৈতিক বাৰ্তা প্ৰেৰণ কৰি  চীনৰ এই কাৰ্যৰ বিৰোধিতা কৰিছে। লোকসভাত বিদেশ মন্ত্ৰীয়ে কয় যে ইতিমধ্যে চীন চৰকাৰৰ ওচৰত কূটনৈতিক স্তৰত এই কাৰ্যৰ বিৰোধিতা কৰা হৈছে।

উল্লেখ্য যে চীনা সৈন্যৰ বিৰুদ্ধে ২০২০ চনৰ এপ্ৰিলৰ পৰাই পূৰ্ব লাদাখৰ বিভিন্ন অঞ্চলত এলঅ’এচি অতিক্ৰম কৰি অনুপ্ৰৱেশৰ অভিযোগ উঠিছিল । উত্তেজনাৰ মাজত ২০২০ চনৰ ১৫ জুনত গালৱানত চীনা আক্ৰমণত ২০ জন ভাৰতীয় সৈনিক নিহত হৈছিল। 

কূটনৈতিক আৰু সামৰিক স্তৰত দীঘলীয়া আলোচনাৰ পিছত বিগত বছৰৰ ২১ অক্টোবৰত পূৰ্ব লাদাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত টহলদাৰিৰ বিষয়ত দুয়োখন দেশৰ মাজত একমত হৈছিল বুলি দক্ষিণ ব্লকে দাবী কৰিছিল।

২৫ অক্টোবৰৰ পৰা পূৰ্ব লাদাখৰ এলঅ’এচিৰ বিভিন্ন স্থানত ‘মুখামুখি অৱস্থানৰ পৰা সৈন্য প্ৰত্যাহাৰ’ আৰু ‘সৈন্যৰ সংখ্যা হ্ৰাস’ৰ কৰা হৈছিল। নৱেম্বৰত সেয়া সম্পূৰ্ণ হৈছিল বুলি দুয়োপক্ষই জনাইছিল। কিন্তু তাৰ দুমাহ পিছতে নতুন চীনা কাউন্টি গঠনৰ ঘোষণাৰ ফলত এলঅ’এচিত পুনৰ পৰিস্থিতি গম্ভীৰ হৈ পৰিছে।

এন ই নাও  নিউজ গুৱাহাটী

এন ই নাও নিউজ গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ ভূগৰ্ভত পোৱা গৈছে এবিধ নতুন প্ৰজাতিৰ অন্ধ বামি মাছ

অসমৰ ভূগৰ্ভত পোৱা গৈছে এবিধ নতুন প্ৰজাতিৰ অন্ধ বামি মাছ

August 5, 2026 4:39 pm
সদনৰ অচলাৱস্থাৰ মাজতে ৰাহুল গান্ধীক সাক্ষাৎ কিৰেন ৰিজিজুৰ

সদনৰ অচলাৱস্থাৰ মাজতে ৰাহুল গান্ধীক সাক্ষাৎ কিৰেন ৰিজিজুৰ

August 5, 2026 4:23 pm
“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

August 5, 2026 3:39 pm
ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

August 5, 2026 2:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ ভূগৰ্ভত পোৱা গৈছে এবিধ নতুন প্ৰজাতিৰ অন্ধ বামি মাছ

অসমৰ ভূগৰ্ভত পোৱা গৈছে এবিধ নতুন প্ৰজাতিৰ অন্ধ বামি মাছ

August 5, 2026 4:39 pm
সদনৰ অচলাৱস্থাৰ মাজতে ৰাহুল গান্ধীক সাক্ষাৎ কিৰেন ৰিজিজুৰ

সদনৰ অচলাৱস্থাৰ মাজতে ৰাহুল গান্ধীক সাক্ষাৎ কিৰেন ৰিজিজুৰ

August 5, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd