• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আই পি এলৰ ধাৰাভাষ্যকাৰী দলৰ পৰা অপসাৰিত ইৰফান পাঠান; কি কৰিলে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 23, 2025 12:34 pm
998
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হৈছে আই পি এলৰ অষ্টাদশ সংস্কৰণ। তাৰ আগতে ইৰফান পাঠানৰ বাবে আহিছে বেয়া খবৰ। এই মেগা ইভেণ্টৰ বাবে গঠন কৰা ধাৰাভাষ্যকাৰ দলটোত ইৰফান পাঠানক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল।

দেশৰ প্ৰাক্তন অল ৰাউণ্ডাৰগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ যে পাঠানে কমেণ্টৰী দিওঁতে খেলুৱৈসকলক ব্যক্তিগতভাৱে সমালোচনা কৰিছিল।

সেই সমালোচনাৰ তীব্ৰতা ইমানেই বেছি আছিল যে ক্ৰিকেটাৰসকলে সেয়া ভালকৈ লোৱা নাই। তেওঁলোকে পাঠানৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। কোৱা হৈছে যে পাঠানে এজন ক্ৰিকেটাৰক ইমানে সমালোচনা কৰিছিল যে ক্ৰিকেটাৰজনে পাঠানৰ ফোন নম্বৰটোও ব্লক কৰিছিল।

পাঠানে দুবছৰমান ধৰি ধাৰাভাষ্য আগবঢ়াই আহিছে। আৰু ধাৰাভাষ্য দিয়াৰ সময়ত খেলুৱৈসকলক সমালোচনা কৰে। সকলোৱে এনে অভিযোগ কৰিছিল।

এই কাৰণেই ক্ষোভৰ সৃষ্টি হৈছিল। এইবাৰ তাৰ পৰিনাম হিচাপে ধাৰাভাষ্যকাৰী দলৰ পৰা পাঠানক আঁতৰাই দিয়া হ’ল।

কোনো ধাৰাভাষ্যকাৰীক আঁতৰোৱা এইটোৱেই প্ৰথম নহয়। ইয়াৰ পূৰ্বে সঞ্জয় মঞ্জৰেকাৰকো অপসাৰণ কৰা হৈছিল। কিংবদন্তি সুনীল গাভাস্কাৰৰ মন্তব্যক লৈ সততে সমালোচনা কৰা হয়।

কমেণ্টৰী টিমৰ পৰা আঁতৰাই পেলোৱাৰ পিছত ইৰফান পাঠানে এটা ইউটিউব চেনেল খুলিছে। তাত তেওঁ নিজৰ স্বতন্ত্ৰ মতামত প্ৰকাশ কৰিব। তাতে তেওঁক কোনেও বাধা নিদিয়ে।

Recent News

মেইটেই নেতাক গ্ৰেপ্তাৰক লৈ পুনৰ অশান্ত মণিপুৰ; ৫খন জিলাত বন্ধ ইণ্টাৰনেট সেৱা

মেইটেই নেতাক গ্ৰেপ্তাৰক লৈ পুনৰ অশান্ত মণিপুৰ; ৫খন জিলাত বন্ধ ইণ্টাৰনেট সেৱা

দেশৰ কনিষ্ঠতম IAS বিষয়া আস্থা! কোচিং নোলোৱাকৈ মাত্ৰ ২১ বছৰ বয়সতে UPSC ত ৬১ ৰেংক

দেশৰ কনিষ্ঠতম IAS বিষয়া আস্থা! কোচিং নোলোৱাকৈ মাত্ৰ ২১ বছৰ বয়সতে UPSC ত ৬১ ৰেংক

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

চাহ একাপত চুমুক দি চিগাৰেটৰ বাবে হাহাকাৰ কৰে নেকি? হ’ব পাৰে শৰীৰৰ গুৰুতৰ ক্ষতি

চাহ একাপত চুমুক দি চিগাৰেটৰ বাবে হাহাকাৰ কৰে নেকি? হ’ব পাৰে শৰীৰৰ গুৰুতৰ ক্ষতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd