• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰসংঘত ভাৰতে নাকচ কৰিলে জম্মু-কাশ্মীৰ সন্দৰ্ভত পাকিস্তানৰ দাবী! শান্তিৰক্ষা সংস্কাৰৰ আহ্বান ভাৰতৰ

এণ ই নাও নিউজ,গুৱাহাটী by এণ ই নাও নিউজ,গুৱাহাটী
March 25, 2025 8:11 am
201
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা সংস্কাৰৰ বিতৰ্কত জম্মু-কাশ্মীৰ সম্পৰ্কে পাকিস্তানে দিয়া মন্তব্যক ভাৰতে নাকচ কৰে আৰু পাকিস্তানে দাবী কৰা এই ভূখণ্ড ভাৰতৰ অবিচ্ছেদ্য অংগ বুলি উল্লেখ কৰে।

অধিৱেশনত ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত পাৰ্বথানেনী হৰিশে পাকিস্তানে বাৰে বাৰে জম্মু-কাশ্মীৰ সন্দৰ্ভত উত্থাপন কৰি শান্তি নিৰ্মাণৰ মূল আলোচনাৰ পৰা মনোযোগ আঁতৰাই নিয়াৰ চেষ্টাক গৰিহণা দিয়ে।

ভাৰতে স্পষ্ট ভাবে প্ৰকাশ কৰে যে এই মন্তব্যই পাকিস্তানৰ দাবীক বৈধতা প্ৰদান নকৰে, সীমা অতিক্ৰম  কৰি সন্ত্ৰাসবাদ চলোৱাও ন্যায্য নহয়। তেওঁ লগতে কয় যে জম্মু-কাশ্মীৰৰ এটা অংশ পাকিস্তানে দখল কৰাটো অবৈধ আৰু সেই অঞ্চল পাকিস্তানে খালী কৰিব লাগে।

ভাৰতে সঁহাৰি দিয়াৰ পৰা বিৰত থাকিলেও পাকিস্তানে ৰাষ্ট্ৰসংঘৰ মঞ্চখন নিজৰ সংকীৰ্ণ আৰু বিভাজনকাৰী এজেণ্ডাৰ বাবে ব্যৱহাৰ কৰিব নালাগে বুলি মত প্ৰকাশ কৰে। শান্তিৰক্ষাৰ বহল বিষয়বস্তুৰ ওপৰত ভাৰতে আধুনিক প্ৰত্যাহ্বানৰ বাবে উপযুক্ত সংস্কাৰৰ আহ্বান জনায়।

ইয়াৰ উপৰিও ভাৰতে শান্তিৰক্ষাত মহিলাৰ অংশগ্ৰহণৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। আৰু উন্নয়নশীন দেশসমূ্হৰ মহিলা শান্তিৰক্ষীসকলৰ বাবে প্ৰথমবাৰৰ বাবে সন্মিলন আয়োজন কৰাৰ ক্ষেত্ৰত ভাৰতে লোৱা পদক্ষেপৰ দিশটোলৈ আঙুলিয়াই দিয়ে।

Recent News

এসপ্তাহৰ বাবে বন্ধ হ’ল আইপিএলঃ ইংলেণ্ডত আইপিএল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ইংলেণ্ড ক্ৰিকেট বৰ্ডৰ

এসপ্তাহৰ বাবে বন্ধ হ’ল আইপিএলঃ ইংলেণ্ডত আইপিএল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ইংলেণ্ড ক্ৰিকেট বৰ্ডৰ

অৰ্থলোভী বণিয়াক সন্তুষ্ট কৰিবলৈ Eco Sensitive Zone আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে নেকি?

অৰ্থলোভী বণিয়াক সন্তুষ্ট কৰিবলৈ Eco Sensitive Zone আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে নেকি?

পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে প্ৰতিৰক্ষা বিষয়াৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে প্ৰতিৰক্ষা বিষয়াৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

সাপৰ বিষেই নিচা! এই পৰ্যন্ত ৬০০ বিষাক্ত সৰ্পৰ বিষ সহ্য কৰিছে এইজন ব্যক্তিয়ে : কেনেকৈ সম্ভৱ?

সাপৰ বিষেই নিচা! এই পৰ্যন্ত ৬০০ বিষাক্ত সৰ্পৰ বিষ সহ্য কৰিছে এইজন ব্যক্তিয়ে : কেনেকৈ সম্ভৱ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd