• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদ্যায়তনিক দিশত নহয়, ৰেগিঙৰ ক্ষেত্ৰতহে ভাৰতৰ শীৰ্ষ আঠ খন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ভিতৰত অন্তৰ্ভুক্ত গুৱাহাটী বিশ্ববিদ্যালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 26, 2025 4:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিবেদনত উল্লেখিত ৰেগিঙৰ হটস্পটসমূহৰ ভিতৰত আছে, কলকাতাৰ মৌলানা আবুল কালাম আজাদ প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় আৰু জবলপুৰৰ মধ্যপ্ৰদেশ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়, দুয়োখনতে ৭৫টাকৈ অভিযোগ লিপিবদ্ধ কৰা হৈছে, বেনাৰস হিন্দু বিশ্ববিদ্যালয় ৪২, লক্ষ্ণৌ বিশ্ববিদ্যালয় ৪০, আৰু বেৰহামপুৰ বিশ্ববিদ্যালয় ৩১ অভিযোগ লাভ কৰিছে।

ৰেগিঙৰ ক্ষেত্ৰত ভাৰতৰ শীৰ্ষ আঠ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ ভিতৰত  তালিকাভুক্ত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। ছ’চাইটি এগেইনষ্ট ভাইঅ’লেন্স ইন এডুকেচন (SAVE)ৰ State of Ragging in India 2022-24 প্ৰতিবেদন অনুসৰি, ৰেগিং সম্বন্ধত ২০২২ৰ পৰা ২০২ টা অভিযোগ পঞ্জীয়ন কৰা হৈছে৷

Apply Now

ভাৰতৰ ছাত্ৰ জনসংখ্যাৰ মাত্ৰ ১.১% হোৱাৰ পিছতো চিকিৎসা মহাবিদ্যালয়সমূহতো এই সংকটৰ আধিপত্য বিস্তাৰ কৰিছে,  ৩৮.৬% অভিযোগ আৰু ৰেগিং সম্পৰ্কীয় মৃত্যুৰ গোচৰ ৪৫.১%। প্ৰতিবেদন আনুসৰি ৰেগিঙত ৫১ জনৰ মৃত্যু হোৱা বুলি উল্লেখ কৰা হৈছে। ইয়াৰে ২০২৪ চনত ৰেগিঙত ২০ জন লোকৰ মৃত্যু হৈছে।

ৰেগিঙৰ বাবে হোৱা মৃত্যুৰ ওপৰত সংবাদ মাধ্যমে গুৰুত্ব প্ৰদান নকৰাৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে SAVE-এ উল্লেখ্য যে ২০২৪ চনত আটাইতকৈ বেছি ৰেগিঙ হৈছিল লক্ষ্ণৌ বিশ্ববিদ্যালয় আৰু এম কে চি জি মেডিকেল কলেজ (ওডিছা) অন্যতম।

SAVE-এ হেল্পলাইন ৰিপৰ্ট, এণ্টি ৰেগিং স্কোয়াড, হোষ্টেলত চিচিটিভি নিৰীক্ষণ, নতুন ছাত্ৰ-ছাত্ৰীৰ বাবে সুকীয়াকৈ থকাৰ ব্যৱস্থা আৰু গুৰুতৰ গোচৰত তাৎক্ষণিকভাৱে আৰক্ষীৰ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ আগবঢ়াইছে। লগতে চিকিৎসা মহাবিদ্যালয়সমূহৰ বাবে বাৰ্ষিক এণ্টি ৰেগিং সন্মিলন আয়োজন কৰিবলৈ স্বাস্থ্য মন্ত্ৰালয়ক আহ্বান জনাইছে।

ৰেগিঙৰ পৰা যুৱক-যুৱতীসকলক সুৰক্ষা প্ৰদানৰ বাবে জৰুৰী সংস্কাৰৰ আহ্বান জনাইছে প্ৰতিবেদন খনত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd