• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিদ্যায়তনিক দিশত নহয়, ৰেগিঙৰ ক্ষেত্ৰতহে ভাৰতৰ শীৰ্ষ আঠ খন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ভিতৰত অন্তৰ্ভুক্ত গুৱাহাটী বিশ্ববিদ্যালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 26, 2025 4:49 pm
210
VIEWS
Share on FacebookShare on Twitter

প্ৰতিবেদনত উল্লেখিত ৰেগিঙৰ হটস্পটসমূহৰ ভিতৰত আছে, কলকাতাৰ মৌলানা আবুল কালাম আজাদ প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় আৰু জবলপুৰৰ মধ্যপ্ৰদেশ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়, দুয়োখনতে ৭৫টাকৈ অভিযোগ লিপিবদ্ধ কৰা হৈছে, বেনাৰস হিন্দু বিশ্ববিদ্যালয় ৪২, লক্ষ্ণৌ বিশ্ববিদ্যালয় ৪০, আৰু বেৰহামপুৰ বিশ্ববিদ্যালয় ৩১ অভিযোগ লাভ কৰিছে।

ৰেগিঙৰ ক্ষেত্ৰত ভাৰতৰ শীৰ্ষ আঠ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ ভিতৰত  তালিকাভুক্ত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। ছ’চাইটি এগেইনষ্ট ভাইঅ’লেন্স ইন এডুকেচন (SAVE)ৰ State of Ragging in India 2022-24 প্ৰতিবেদন অনুসৰি, ৰেগিং সম্বন্ধত ২০২২ৰ পৰা ২০২ টা অভিযোগ পঞ্জীয়ন কৰা হৈছে৷

ভাৰতৰ ছাত্ৰ জনসংখ্যাৰ মাত্ৰ ১.১% হোৱাৰ পিছতো চিকিৎসা মহাবিদ্যালয়সমূহতো এই সংকটৰ আধিপত্য বিস্তাৰ কৰিছে,  ৩৮.৬% অভিযোগ আৰু ৰেগিং সম্পৰ্কীয় মৃত্যুৰ গোচৰ ৪৫.১%। প্ৰতিবেদন আনুসৰি ৰেগিঙত ৫১ জনৰ মৃত্যু হোৱা বুলি উল্লেখ কৰা হৈছে। ইয়াৰে ২০২৪ চনত ৰেগিঙত ২০ জন লোকৰ মৃত্যু হৈছে।

ৰেগিঙৰ বাবে হোৱা মৃত্যুৰ ওপৰত সংবাদ মাধ্যমে গুৰুত্ব প্ৰদান নকৰাৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে SAVE-এ উল্লেখ্য যে ২০২৪ চনত আটাইতকৈ বেছি ৰেগিঙ হৈছিল লক্ষ্ণৌ বিশ্ববিদ্যালয় আৰু এম কে চি জি মেডিকেল কলেজ (ওডিছা) অন্যতম।

SAVE-এ হেল্পলাইন ৰিপৰ্ট, এণ্টি ৰেগিং স্কোয়াড, হোষ্টেলত চিচিটিভি নিৰীক্ষণ, নতুন ছাত্ৰ-ছাত্ৰীৰ বাবে সুকীয়াকৈ থকাৰ ব্যৱস্থা আৰু গুৰুতৰ গোচৰত তাৎক্ষণিকভাৱে আৰক্ষীৰ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ আগবঢ়াইছে। লগতে চিকিৎসা মহাবিদ্যালয়সমূহৰ বাবে বাৰ্ষিক এণ্টি ৰেগিং সন্মিলন আয়োজন কৰিবলৈ স্বাস্থ্য মন্ত্ৰালয়ক আহ্বান জনাইছে।

ৰেগিঙৰ পৰা যুৱক-যুৱতীসকলক সুৰক্ষা প্ৰদানৰ বাবে জৰুৰী সংস্কাৰৰ আহ্বান জনাইছে প্ৰতিবেদন খনত।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd