• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভিছা জালিয়াতিৰ বিৰুদ্ধে আমেৰিকান দূতাবাসৰ কঠোৰ পদক্ষেপ! ২০০০ ভাৰতীয়ৰ আবেদন নাকচ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 27, 2025 7:32 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানুহৰ সলনি ভিছাৰ বাবে আবেদন কৰিছিল স্বয়ংক্ৰিয় ৰবট বা চমুকৈ বট-য়ে! এনে অদ্ভুত অভিযোগত ভাৰতত থকা আমেৰিকান দূতাবাসে প্ৰায় দুহেজাৰ ভাৰতীয়ৰ ভিছা আবেদন নাকচ কৰিছে। আমেৰিকাৰ দূতাবাসে দাবী কৰে যে সেই একাউণ্টসমূহে সময়সূচী নীতি উলংঘা কৰিছিল। ইয়াৰ কিছু সময়ৰ পিছতে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে সংশ্লিষ্ট একাউণ্টসমূহ।

ভাৰতত থকা আমেৰিকান দূতাবাসে বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াত এক বিবৃতি দি এই কথা সদৰী কৰে। বিবৃতিটোত কোৱা হৈছে যে ভাৰতত ভিছা সম্পৰ্কীয় একাধিক প্ৰৱঞ্চনামূলক কাৰ্যকলাপ ধৰা পৰিছে। এনে আবেদনৰ আঁৰৰ একাউণ্ট চিনাক্ত কৰি বন্ধ কৰা হৈছে। প্ৰৱঞ্চনা সহ্য কৰা নহ’ব বুলি তীব্ৰ বাৰ্তা প্ৰেৰণ কৰিছে দূতাবাসে। সময়সূচী নীতি উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Apply Now

ব্যৱসায়িক উদ্দেশ্যত আমেৰিকালৈ যাবলৈ বি ১ ভিছাৰ প্ৰয়োজন। যাত্ৰা কৰিবলৈ বি২ ভিছাৰ প্ৰয়োজন। যদি আপুনি পৰিয়ালৰ কোনো সদস্য বা বন্ধুৰ ওচৰলৈ যাবলৈ বা চিকিৎসাৰ বাবে আমেৰিকালৈ যায় তেতিয়াও বি ২ ভিছাৰ প্ৰয়োজন। কিন্তু শেহতীয়াকৈ দুয়োটা ভিছা অনুমোদনৰ ক্ষেত্ৰত কঠোৰ হৈছে। ভিছা আবেদনৰ নিয়মো কটকটীয়া কৰা হৈছে।

যোৱা মাহত ঘোষণা কৰা হৈছিল যে ভাৰতীয়সকলে এতিয়া আমেৰিকাৰ ভিছা নবীকৰণৰ বাবে অধিক সময় অপেক্ষা কৰিব লাগিব। ইয়াৰ উপৰিও ভিছা নবীকৰণৰ বাবে আমেৰিকান দূতাবাস বা কনছুলেটলৈ সাক্ষাৎকাৰ লোৱাৰ প্ৰক্ৰিয়াটো অধিক জটিল হৈ পৰিছে।

দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছৰে পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনেও ভিছা জালিয়াতি আৰু অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। আমেৰিকান দূতাবাসে বিগত দুমাহত তিনিটা পৰ্যায়ত শ শ ভাৰতীয় অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰিছে।

উল্লেখ্য যে যোৱা ২৭ ফেব্ৰুৱাৰীত আমেৰিকাৰ দূতাবাসে দাখিল কৰা এজাহাৰৰ ভিত্তিত যোৱা সপ্তাহত দিল্লী আৰক্ষীয়ে ভিছা আৰু পাছপ’ৰ্ট জালিয়াতিৰ গোচৰৰ তদন্ত আৰম্ভ কৰিছিল। প্ৰায় এসপ্তাহ পিছত দূতাবাসে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰে।

শেহতীয়াকৈ ভুৱা তথ্য ব্যৱহাৰ কৰি ভিছাৰ আবেদনৰ কেইবাটাও গোচৰ পোহৰলৈ আহিছে। ঘটনাৰ তদন্তৰ অন্তত দিল্লী আৰক্ষীয়ে ঘটনাৰ লগত জড়িত ৩১ জনৰো অধিক অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। অভিযুক্তৰ ভিতৰত এজেণ্টো আছে।

 এই ভুৱা নথি-পত্ৰ তৈয়াৰ কৰাৰ বাবে আৱেদনকাৰীৰ পৰা ১৫ লাখ টকা পৰ্যন্ত ধন সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন হৈছে। ভাৰতীয় দণ্ডবিধিৰ ৩১৮, ৩৩৬, ৩৪০ ধাৰা আৰু তথ্য প্ৰযুক্তি আইনৰ ৬৬(ঘ) ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

August 29, 2026 7:00 am
গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

August 28, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

August 29, 2026 7:00 am
গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd