• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছুটকেছৰ ভিতৰত উদ্ধাৰ মহিলাৰ মৃতদেহ! বেংগালুৰুৰ ফ্লেটত নৃশংস হত্যা; পুনেত গ্ৰেপ্তাৰ স্বামীক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 28, 2025 10:40 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ ছুটকেছৰ পৰা উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ। বেংগালুৰুৰ হুলিমাভু অঞ্চলত সংঘটিত এই কাণ্ডত নিহত হোৱা গৌৰী অনিল সাম্বেকাৰ (৩২) নামৰ এগৰাকী মহিলাক তেওঁৰ স্বামী ৰাকেশ সাম্বেকাৰে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে জনোৱা মতে, হত্যাকাণ্ডৰ পিছত ৰাকেশ পুনেলৈ পলায়ন কৰে। কিন্তু তাৰ পৰাই তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীয়ে জনোৱা মতে, হত্যাকাণ্ডৰ পিছত ৰাকেশে নিজেই গৌৰীৰ পৰিয়ালৰ সৈতে ফোনযোগে যোগাযোগ কৰি হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। মহাৰাষ্ট্ৰ আৰক্ষীৰ পৰা তথ্য লাভ কৰাৰ পিছত বেংগালুৰু আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

Apply Now

বেংগালুৰু আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে বিয়লি প্ৰায় ৫:৩০ বজাত নিয়ন্ত্ৰণ কক্ষত ফোন আহিছিল, য’ত সন্দেহজনক চিপ লোৱা ঘটনাৰ খবৰ দিয়া হৈছিল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে ঘৰৰ দুৱাৰখন বাহিৰৰ পৰা তলা লগোৱা দেখা পায়। তাৰ পাছত দুৱাৰখন ভাঙি সোমাওঁতে বাথৰুমত এটা ছুটকেছ পৰি থকা দেখে।

ফৰেনছিক দলটোৱে যেতিয়া ছুটকেছটো খুলিলে তেতিয়া ভিতৰত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে, সাধাৰণতে ছুটকেছত মৃতদেহ ৰখাৰ ক্ষেত্ৰত মৃতদেহটো কটা অৱস্থাত থাকে। কিন্তু এই ঘটনাত গুৰুতৰভাৱে আঘাত পোৱাৰ লক্ষণ দেখা গ’লেও মৃতদেহটো অক্ষত অৱস্থাত আছিল।

তদন্তকাৰীয়ে জনোৱা মতে, আঘাতৰ প্ৰকৃতি আৰু মৃত্যুৰ সঠিক কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব।

প্ৰথম অৱস্থাত আৰক্ষীয়ে মৃতকৰ স্বামী ৰাকেশ সাম্বেকাৰক বিচাৰি গৈ একো নাপালে। পিছত তেওঁৰ ফোনটো ট্ৰেক কৰাৰ পিছত পোহৰলৈ আহিল যে তেওঁ পুনেলৈ পলাই গৈছে। অৱশেষত বেংগালুৰু আৰু পুনে আৰক্ষীৰ সমন্বিত অভিযানৰ জৰিয়তে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীয়ে জনোৱা মতে, দুবছৰ পূৰ্বে গৌৰী আৰু ৰাকেশৰ বিয়া হৈছিল। দুয়োজনেই মহাৰাষ্ট্ৰৰ বাসিন্দা। দুমাহ আগতে নতুন কামৰ সন্ধানত বাংগালুৰুলৈ আহিছিল। ৰাকেশে এটা আই টি কোম্পানীত প্ৰজেক্ট মেনেজাৰ হিচাপে কাম কৰিছিল। গৌৰী এগৰাকী গৃহিণী হৈ নতুন চাকৰি বিচাৰি আছিল।

বুধবাৰে নিশা তেওঁলোকৰ মাজত কিবা এটা কথাত কাজিয়া আৰম্ভ হয়। সেই মুহূৰ্তত ৰাকেশে খঙতে পাকঘৰৰ পৰা দা এখন আনি পত্নীক হত্যা কৰে। আৰক্ষীয়ে জনোৱা মতে, এই কাজিয়া কি বিষয়ত হৈছিল সেই বিষয়ে জানিবলৈ ৰাকেশক সোধা-পোছা কৰি থকা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd