• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৃত্যু উপত্যকালৈ পৰিণত হৈছে ম্যানমাৰ : ভূমিকম্পত নিহতৰ সংখ্যা ১০০০ জনলৈ বৃদ্ধি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 29, 2025 12:41 pm
234
VIEWS
Share on FacebookShare on Twitter

এতিয়ালৈ ম্যানমাৰত নিহত হোৱা লোকৰ সংখ্যাই ১০০০ ৰো অতিক্ৰম কৰিছে। ইয়াৰ উপৰিও ধ্বংসাৱশেষতো অনেক লোক আৱদ্ধ হৈ থকা বুলি অনুমান কৰা হৈছে। এতিয়াও উদ্ধাৰকাৰীয়ে আহত আৰু নিহতসকলক উদ্ধাৰৰ বাবে অভিযান চলাই আছে।

উল্লেখ্য যে ৭.৭ ৰিখটাৰ স্কেলত অহা ভূমিকম্পৰ পিছত ৬.৪ ৰিখটাৰ স্কেলত হোৱা আফটাৰশ্বকত ম্যানমাৰৰ কেইবাখনো চহৰৰ অট্টালিকা আৰু দলং খহি পৰে। যাৰ ফলত অস্বাভাৱিক হাৰত মানুহৰ মৃত্যু হয়।

ঠিক ম্যানমাৰৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ থাইলেণ্ডতো এই ভূমিকম্প অনুভৱ কৰা হয়।

থাইলেণ্ডলতো এটা অট্টালিকা ভাঙি পৰাৰ ফলত ১১৭ জনতকৈ অধিক লোক আবদ্ধ হৈ পৰে আৰু ৮ জন লোকৰ মৃত্যু হয়। জানিব পৰা মতে, থাইলেণ্ড চৰকাৰে এই পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ দুদিনৰ বাবে ৰাষ্ট্ৰীয় জৰুৰীকালিন অৱস্থাৰ ঘোষণা কৰিছে।

Recent News

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

MH17 বিমানত ক্ষেপণাস্ত্ৰ নিক্ষেপ ৰাছিয়াৰ! মানৱ অধিকাৰ আদালতৰ সিদ্ধান্তত অস্বস্তিত পুটিন

MH17 বিমানত ক্ষেপণাস্ত্ৰ নিক্ষেপ ৰাছিয়াৰ! মানৱ অধিকাৰ আদালতৰ সিদ্ধান্তত অস্বস্তিত পুটিন

আপোনাৰ শেঙুনে আপোনাৰ স্বাস্থ্যৰ বিষয়ে ক’ব পাৰে বহু কথা, জানক সবিশেষ…

আপোনাৰ শেঙুনে আপোনাৰ স্বাস্থ্যৰ বিষয়ে ক’ব পাৰে বহু কথা, জানক সবিশেষ…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd