• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিন্দী-চীনি ভাই ভাইঃ আমেৰিকাৰ শুল্ক নীতিয়ে একত্ৰিত কৰিব নেকি ভাৰত-চীনক!  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 30, 2025 8:27 pm
178
VIEWS
Share on FacebookShare on Twitter

২ এপ্রিল ভাৰতীয় পণ্যৰ ওপৰত আমেৰিকাৰ অতিৰিক্ত শুল্ক কাৰ্যকৰী হ’ব। আমেৰিকাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ বিভিন্ন ধৰণে চেষ্টা চলাইছে যদিও  আমেৰিকাই স্থিতি হলোৱা নাই।  আশ্যে ভাৰতৰ লগতে অমেৰিকাই চীনৰ  ওপৰতো অতিৰিক্ত শুল্ক আৰোপ কৰিছে।

ভাৰত আৰু চিনৰ সম্পর্কৰ ক্ষেত্ৰত ৭৫ বছৰৰ ইতিহাসত বহু উত্থান-পতন হৈছে। ১৯৫০ চনৰ ১ এপ্ৰিলত দুই দেশৰ কূটনৈতিক সম্পর্ক স্থাপন হৈছিল। সেই সময়ৰ পৰা দুই দেশৰ কূটনৈতিক সম্পর্ক বহু পৰিবৰ্তিত হৈছে।

সম্প্রতি, দউই দেশৰ ৰাষ্ট্ৰ প্ৰধাণে দুই দেশৰ মাজত সম্পর্ক উন্নতিৰ চেষ্টা কৰিছে। মোদী চীনৰ সৈতে সীমান্ত বিষয়ৰ সমস্যা লৈ দি দেশৰ দ্বিপাক্ষিক সম্পর্ক মজবুত কৰাৰ কথা কৈছে। মাও নিঙ, চিনৰ বিদেশ মন্ত্রালয়ৰ মূখপাত্র, মোদীৰ এই মন্তব্যৰ প্রশংসা কৰিছে।

ইতিহাসত, ১৯৬২ চনৰ যুদ্ধৰ পিছত এই যুদ্ধত “হিন্দী-চীনি ভাই ভাই” বুলি প্ৰকাশিত সম্পর্কৰ অৱসান ঘটিছিল। কিন্তু ২০২০ চন লাডাখৰ গালেৱান সংঘৰ্ষৰ পিছত দুই-দেশৰ সম্পর্ক তিক্ত হৈ পৰিছিল। এই সময়ত, চিনৰ সেনাৰ হাতত ২০ জন ভাৰতীয় সেনা নিহত হৈছিল। কিন্তু, বিগত বৰ্ষত ৰাছিয়াৰ কাজানত অনুষ্ঠিত ব্রিকচ শীৰ্ষ সন্মিলনৰ সময়ত মোদী আৰু চীন্ৰ ৰাষ্ট্ৰপ্ৰধাণৰ মাজত হোৱা বৈঠকত দুই দেশৰ সম্পর্কৰ উন্নতিক লৈ আলোচনা হৈছিল।

ভাৰত আৰু চিনৰ কূটনৈতিক সম্পর্কৰ ৭৫ বছৰ পূৰ্ণ হোৱাৰ এই সময়তে দুই দেশৰ মাজৰ সম্পর্ক অধিক মজবুত কৰাৰ আশাৰ সঞ্চাৰ হৈছে।বিশ্ব পৰিস্থিতি পৰিবৰ্তিত হৈছে, এতিয়া চীন-ভাৰত সম্পর্কৰ উন্নতিৰ বাবে দু-দেশে সঁহাৰি জানিবলৈ আগ্ৰহী। যদি দুই দেশ সীমান্তৰ পৰা আঁতৰি আমেৰিকাৰ মোকাবিলা কৰে, তেন্তে বিশ্ব ৰাজনীতিত এক নতুন সমীকৰণ দেখিবলৈ পোৱা যাব।

Recent News

ৰাতিপুৱা বিটৰ ৰস খালে কি হয়? পঢ়ক এই প্ৰতিবেদন…

ৰাতিপুৱা বিটৰ ৰস খালে কি হয়? পঢ়ক এই প্ৰতিবেদন…

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd