• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গাজাৰ পিছত এইবাৰ আক্ৰমণ লেবাননতঃ ইজৰায়েলৰ আক্ৰমণত ধ্বংসপ্ৰাপ্ত বৃহৎ অট্টালিকা, ৫ জনৰ মৃত্যু

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 2, 2025 1:18 pm
242
VIEWS
Share on FacebookShare on Twitter

গাজাৰ পিছত এইবাৰ লেবাননৰ ৰাজধানী বেৰুটত আক্ৰমণ চলালে ইজৰায়েলী সেনাই। প্ৰায় চাৰি মাহ ধৰি চলি থকা যুদ্ধবিৰতিৰ ম্যাদ শেষ হোৱাৰ পাছতে ইজৰায়েলে একপক্ষীয় ভাবে আক্ৰমণ আৰম্ভ কৰে। লেবানন চৰকাৰে মঙলবাৰে সদৰী কৰা অনুসৰি ইজৰায়েলৰ ক্ষেপণাস্ত্ৰৰ আঘাতত এটা বৃহৎ অট্টালিকা ধ্বংসপ্ৰাপ্ত হোৱাৰ লগতে এতিয়ালৈকে পাঁচজনৰ মৃতদেহ উদ্ধাৰ হৈছে।

বেৰুট আৰক্ষীয়ে আশংকা কৰিছে যে ধ্বংসস্তূপৰ তলত এতিয়াও বহু লোক আছে। ইজৰায়েলৰ দাবী, এই আক্ৰমণত সশস্ত্ৰ গোট হিজবুল্লাৰ এজন ডাঙৰ নেতা নিহত হৈছে। ইয়াৰ পূৰ্বেও নৱেম্বৰৰ শেষৰ ফালে ইজৰায়েলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সেনাই হিজবুল্লাৰ বিৰুদ্ধে অভিযান চলাইছিল।

উল্লেখ্য যে গাজাত ইজৰায়েলৰ আক্ৰমণ আৰম্ভ হোৱাৰ পিছতে দক্ষিণ লেবাননত সক্ৰিয় হিজবুল্লা বাহিনীয়ে তেল আভিভৰ বিৰুদ্ধে ‘যুদ্ধ’ ঘোষণা কৰিছে। তাৰ পিছত এবছৰ ধৰি দুয়োপক্ষৰ মাজত সংঘৰ্ষ চলিছিল। শেষত নৱেম্বৰৰ তৃতীয় সপ্তাহত আমেৰিকা আৰু ফ্ৰান্সৰ মধ্যস্থতাত দুয়োপক্ষই সাময়িক যুদ্ধবিৰতিৰ বাবে সন্মত হৈছিল। যুদ্ধবিৰতিৰ চুক্তি অনুসৰি, সাধাৰণ মানুষে নিৰাপদে ঘৰলৈ ঘূৰিব পাৰিব আৰু ইজৰায়েলে লেবানন সীমান্তৰ পৰা সেনা উঠাই নিবলৈ ৬০ দিনৰ সময় লাভ কৰিব। কিন্তু কোনো পক্ষই নতুনকৈ আক্ৰমণ কৰিব নোৱাৰিব বুলি কোৱা হৈছিল যদিও নেতানিয়াহুৰ সেনাই চুক্তি ভংগ কৰি লেবাননত পুনৰ আক্ৰমণ চলালে।

Recent News

কেতিয়া পুনৰ মৰ্ত্যলৈ ঘূৰি আহিব শুভাংশু শুক্লা? জনালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

কেতিয়া পুনৰ মৰ্ত্যলৈ ঘূৰি আহিব শুভাংশু শুক্লা? জনালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

গছ স্থানান্তৰণ অন্তিম বিকল্পঃ গুৱৱাহাটীত অনুষ্ঠিত এক ৰাজহুৱা বক্তৃতাত বেংগালুৰুৰ পৰিৱেশকৰ্মী দত্তাত্রেয় টি দেৱৰে

গছ স্থানান্তৰণ অন্তিম বিকল্পঃ গুৱৱাহাটীত অনুষ্ঠিত এক ৰাজহুৱা বক্তৃতাত বেংগালুৰুৰ পৰিৱেশকৰ্মী দত্তাত্রেয় টি দেৱৰে

লিঙ্গ পৰিৱৰ্তনৰ পিছত অনয়া বাংগাৰৰ সুখবৰ: ইনষ্টাগ্ৰামৰ জড়িয়তে সদৰী কৰিলে অনয়াই

লিঙ্গ পৰিৱৰ্তনৰ পিছত অনয়া বাংগাৰৰ সুখবৰ: ইনষ্টাগ্ৰামৰ জড়িয়তে সদৰী কৰিলে অনয়াই

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd