• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মানুহে কিমান গৰম সহ্য কৰিব পাৰে? বিজ্ঞানীসকলে দিলে স্পষ্ট ব্যাখ্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 15, 2025 7:00 am
283
VIEWS
Share on FacebookShare on Twitter

এই গ্ৰীষ্মত তাপমাত্রাৰ উৰ্ধ্বগতিৰে সাধাৰণ জনজীৱন অস্বস্তিকৰ হৈ পৰিছে। তাপমাত্রা ৩৫ ডিগ্ৰী চেলচিয়াছৰ পৰা বাঢ়ি ৪০ ডিগ্ৰীৰ কাষ চাপিলেহে সমস্যা বৃদ্ধি পোৱা দেখা গৈছে। বিজ্ঞানীসকলে কয়—মানুহৰ শৰীৰৰ উষ্ণতা সহ্য কৰাৰ এক নিৰ্দিষ্ট সীমা থাকে। সেই সীমা পাৰ হলেই শাৰীৰিক ক্ষতিৰ সম্ভাৱনা বৃদ্ধি পায়।

অকালতে হোৱা তীব্ৰ গৰম আহি পৰাত বহু লোক পানীৰ অভাৱ, ক্লান্তি, আৰু হিট ষ্ট্ৰোকৰ সমস্যাত ভুগি আছে। চিকিৎসকসকলে ইতিমধ্যে অধিক সাৱধানতা অবলম্বন কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে।

কানাডাৰ অটোৱা বিশ্ববিদ্যালয়ে চলোৱা এক অধ্যয়নত দেখা গৈছে, ৪২ ডিগ্ৰী চেলচিয়াছ আৰু ৫৭% আৰ্দ্ৰতাত ৯ ঘণ্টা ধৰি থাকিলে অংশগ্ৰহণকাৰীসকল অসুস্থ হৈ পৰে। কিছুমানে বমি, ডায়েৰিয়া, আৰু পানীৰ অভাৱৰ সমস্যাত ভুগিছিল।

অন্য এটা গৱেষণাত ষ্টেনফৰ্ড ইউনিভাৰ্চিটীৰ বিজ্ঞানীসকলে কৈছে—মানুহৰ স্বাভাৱিক শৰীৰৰ তাপমাত্রা আগতে ৩৭ ডিগ্ৰী চেলচিয়াছ (৯৮.৬°F) ধৰা হৈছিল, কিন্তু এতিয়া ই হ্ৰাস পাই ৩৬.৩৯ ডিগ্ৰী চেলচিয়াছ (৯৭.৫°F) হৈছে। সেই অনুসৰি গৰম সহ্য কৰাৰ ক্ষমতাও হ্ৰাস পাইছে।

বিজ্ঞানীসকলৰ মতে, বৰ্তমান মানুহে সৰ্বাধিক ৩৫ ডিগ্ৰী চেলচিয়াছৰ পৰ্যন্ত তাপমাত্রা সহ্য কৰিব পাৰে। তাপমাত্ৰা ৪০ ডিগ্ৰী সতর্ক সংকেত আৰু ৫০ ডিগ্ৰী চেলচিয়াছ মানেই বিপজ্জনক পৰিস্থিতিলৈ গতি কৰে ।

গৱেষণা উল্লেখকৰা অনুসৰি পূৰ্বে লোকসকলে অধিক পৰিশ্ৰম কৰিছিল, ফলত তেওঁলোকৰ বিপাকীয় গতি (metabolic rate) বেছি আছিল। কিন্তু এতিয়া যান্ত্রিক জীৱনৰ বাবে শাৰীৰিক ক্ষমতা হ্ৰাস পাইছে। ফলত, তাপ সহ্য কৰাৰ ক্ষমতাও কমি গৈছে।

Recent News

হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে ‘ফ্লাইঅভাৰৰ চিএম’ নাম দিছে : গৃহ বিভাগৰ স্বৰূপ উদঙালে এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই

হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে ‘ফ্লাইঅভাৰৰ চিএম’ নাম দিছে : গৃহ বিভাগৰ স্বৰূপ উদঙালে এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই

সোমবাৰৰ পৰা ইউপিআই লেনদেন হ’ব আৰু অধিক সহজ! কি নতুন পৰিৱর্তন আনিলে চৰকাৰে?

সোমবাৰৰ পৰা ইউপিআই লেনদেন হ’ব আৰু অধিক সহজ! কি নতুন পৰিৱর্তন আনিলে চৰকাৰে?

ইজৰাইল-ইৰাণৰ সংঘাতৰ বাবে তেহৰাণৰ পৰা কুমলৈ স্থানান্তৰিত কৰে ভাৰতীয় ছাত্ৰ-ছাত্ৰীক

ইজৰাইল-ইৰাণৰ সংঘাতৰ বাবে তেহৰাণৰ পৰা কুমলৈ স্থানান্তৰিত কৰে ভাৰতীয় ছাত্ৰ-ছাত্ৰীক

সাংসদ অজিত কুমাৰ ভূঞাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তলব কৰাকলৈ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

সাংসদ অজিত কুমাৰ ভূঞাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তলব কৰাকলৈ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd