• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰাষ্ট্ৰপতি ভৱন নিৰ্মাণৰ পূৰ্বে সেই স্থানত কি আছিল? কোন আছিল মাটিৰ মালিক? জানক সবিশেষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 19, 2025 3:51 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ৰাষ্ট্ৰপতি ভৱন ভাৰতীয় আৰু পশ্চিমীয়া স্থাপত্য শৈলীৰ এক অনন্য মিশ্ৰণ। কিন্তু জানেনে, এই প্ৰকাণ্ড ভৱনটোক আগতে ভাইচৰয় হাউচ বুলি জনা গৈছিল। ১৯১১ চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হয়। তেতিয়াৰ পৰাই ব্ৰিটিছে নিজৰ মুখ্য কাৰ্যালয় স্থাপনৰ বাবে ৰাইচিনা পাহাৰ অঞ্চল বাছি লৈছিল।

ভাৰতৰ ৰাষ্ট্ৰপতি ভৱনত ৩৪০ টা কোঠা, এটা বৃহৎ হল, আৰু সুন্দৰ বাগিচা আছে।  উল্লেখ্য যে এই ভৱনটো নিৰ্মাণ কৰিবলৈ ৪ বছৰ সময় লাগিব বুলি আশা কৰা হৈছিল। কিন্তু ১৭ বছৰ সময় লাগিছিল। সেই সময়ত ৰাষ্ট্ৰপতি ভৱন নিৰ্মাণৰ ব্যয় আছিল ১ কোটি ৩৮ লাখ টকাতকৈও অধিক।

Apply Now

যিখন মাটিত ৰাষ্ট্ৰপতি ভৱন নিৰ্মাণ কৰা হৈছে, পূৰ্বতে সেই ঠাইখিনিৰ নাম আছিল ৰাইচিনা পাহাৰ। ১৯১১ চনৰ আগতে এই অঞ্চলটোত স্থানীয় বাসিন্দাসকলে গাঁও পাতি বাস কৰিছিল। গাঁওখনৰ প্ৰায় ৩০০ পৰিয়াল কৃষি আৰু পশুপালনৰ লগত জড়িত আছিল। ঐতিহাসিক আৰু ভৌগোলিক কাৰণত ইংৰাজে দিল্লীক ৰাজধানী হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লৈছিল।

জানিব পৰা মতে, এই মাটিত ভাইচৰয় হাউচ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছিল। তেতিয়া সেই মাটিৰ মালিকীস্বত্ব জয়পুৰৰ মহাৰাজৰ হাতত আছিল। এই ভৱনটোৰ সন্মুখত এটা খুঁটা স্থাপন কৰা হৈছিল, যাক ‘জয়পুৰ স্তম্ভ’ বুলি কোৱা হয়। তথ্য অনুসৰি এই স্তম্ভটো উপহাৰ দিছিল জয়পুৰৰ মহাৰাজা ছাৱাই মাধো সিঙে।

কেইবছৰমানৰ আগতে একাংশ লোকে দাবী কৰিছিল যে তেওঁলোকেই এই অঞ্চল(লুটিয়েনছ জ’ন) ৰ প্ৰকৃত মালিক, য’ত ৰাষ্ট্ৰপতি ভৱন, সংসদ, উত্তৰ ব্লক আৰু দক্ষিণ ব্লকৰ স্থাপত্যৰ ৰত্ন থকা মাটিখিনিও অন্তৰ্ভুক্ত। লুটিয়েনছ জ’ন হৈছে এনে এটা অঞ্চল য’ত চৰকাৰী আমোলাৰ বাবে বাংলো আৰু বিভিন্ন প্ৰশাসনিক কাৰ্যালয় আছে।

ইংৰাজে ৰাইচিনা পাহাৰক মুখ্য কাৰ্যালয় হিচাপে বাছি লৈছিল কাৰণ ইয়াৰ উচ্চতা বেছি। ব্ৰিটিছ ভাৰতৰ ভাইচৰয়ৰ চৰকাৰী বাসগৃহ হিচাপে ডিজাইন কৰা ৰাষ্ট্ৰপতি ভৱনটো ১৯১২ চনৰ পৰা ১৯২৯ চনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল।

যিহেতু ই পাহাৰীয়া অঞ্চল আছিল, সেয়েহে ৰাইচিনা নিৰ্মাণৰ বাবে ব্যাপক খনন আৰু সমতল কৰাৰ কাম কৰা হৈছিল। ভূমি সমতল কৰিবলৈও বিস্ফোৰণ সংঘটিত কৰা হৈছিল। নিৰ্মাণৰ বাবে বৃহৎ পৰিমাণৰ শিল আৰু মাটি আঁতৰাব লগা হৈছিল।

পাহাৰীয়া ভূখণ্ডৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ গধুৰ সামগ্ৰী পৰিবহণ কৰাটো কঠিন হৈ পৰিছিল। সেয়ে সেই অঞ্চলত ৰেলপথ স্থাপন কৰা হ’ল। ৰাজস্থান আৰু অন্যান্য ঠাইৰ পৰা মাৰ্বল আৰু বেলেগ বেলেগ সামগ্ৰী এই ৰেলপথেৰে অনা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd