• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ইলন মাস্কৰ সৈতে কি সম্পৰ্ক জেকলিন ফাৰ্নাণ্ডেজৰ? ইলন মাস্কৰ মাতৃৰ সৈতে দেখা গ’ল মন্দিৰত  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 21, 2025 6:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰখ্যাত উদ্যোগপতি ইলন মাস্কৰ মাতৃ মায়ে মাস্কৰ সৈতে একেলগে দেখা গ’ল বলিউডৰ মোহময়ী অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজক।

দেওবাৰটো মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰত ইলন মাস্কৰ মাতৃ মায়ে মাস্কৰ সৈতে পূজা কৰা দেখা গ’ল অভিনেত্ৰীগৰাকীক। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে মন্দিৰত পূজা কৰি থকা ছবিখন। ছবিখনে এতিয়া তোলপাৰ লগাইছে সামাজিক মাধ্যমত।

Apply Now

ছবিখনত মায়ে মাক্স আৰু জেকলিন ফাৰ্নাণ্ডেজে হালধীয়া বস্ত্ৰ পিন্ধি ওৰণি লৈ পুৰোহিতৰ আশীৰ্বাদ গ্ৰহণ কৰি থকা দেখা পোৱা গৈছে।

উল্লেখ্য যে ইলন মাস্কৰ মাতৃ মায়ে মাস্ক বৰ্তমান ভাৰতত আছে। মায়ে মাস্কে ৰচনা কৰা ‘এ উইমেন মেকছ এ প্লেন’ ৰ হিন্দী সংস্কৰণ উন্মোচনৰ বাবে ভাৰতলৈ আহিছে তেওঁ।

এই বিষয়ে সোধাত জেকলিনে কয়, “মোৰ প্ৰিয় বন্ধু মায়েৰ সৈতে মন্দিৰত আশীৰ্বাদ বিচৰাটো মোৰ বাবে এক সুন্দৰ অভিজ্ঞতা আছিল। তেওঁৰ গ্ৰন্থ উন্মোচনৰ বাবে ভাৰতত আছেহি। মায়েৰ কিতাপখন এগৰাকী মহিলাৰ স্থিতিস্থাপকতাৰ প্ৰতীক। এই গ্ৰন্থখনে মোক বহু কথা শিকাইছে। বিশেষকৈ বয়স যে মাত্ৰ এটা সংখ্যা আৰু বয়সৰ দ্বাৰা আপোনাৰ সপোন আৰু লক্ষ্যক সংজ্ঞায়িত কৰা উচিত নহয়।”

উল্লেখ্য যে মাতৃৰ মৃত্যুৰ পিছত জেকলিনৰ প্ৰথম ৰাজহুৱা ভ্ৰমণৰ ভিতৰত এইটো আছিল অন্যতম। যোৱা ২৪ মাৰ্চত ষ্ট্ৰোকৰ ফলত মাতৃ কিম ফাৰ্নাণ্ডেজক আই চি ইউত ভৰ্তি কৰোৱা হৈছিল। ৬ এপ্ৰিলত তেওঁৰ মৃত্যু হয়। বাহৰেইনৰ মানামাত বাস কৰা কিমে ইয়াৰ পূৰ্বে ২০২২ চনত একেধৰণৰ স্বাস্থ্য সংকটৰ সন্মুখীন হৈছিল আৰু তেতিয়াও বাহৰেইনত চিকিৎসালয়ত ভৰ্তি হৈছিল।

উল্লেখ্য যে মুম্বাইত মায়ে মাস্কৰ ৭৭ সংখ্যক জন্মদিন উদযাপন কৰা হয়। ৪০-৫০ জন লোকৰ উপস্থিতিত ব্যক্তিগত পাৰ্টি আয়োজন কৰিছিল মায়েই।শেহতীয়াকৈ ফাতেহত দেখা গৈছিল জেকলিন ফাৰ্নাণ্ডেজক। অনাগত দিনত মুক্তি পাবলগা ছবি ৱেলকাম টু দ্য জংগল আৰু হাউছফুল ৫ ছবিতো দেখা যাব অভিনেতাগৰাকীক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd