• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোৱালপাৰাত দুই পৃথক স্থানত বনৰীয়া হাতীৰ আক্ৰমণত দুজন লোকৰ মৃত্যু

ছফিকুল আহমেদ by ছফিকুল আহমেদ
June 1, 2018 6:57 pm
বনৰীয়া হাতীৰ

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি গোৱালপাৰা জিলাৰ দুটা পৃথক স্থানত বনৰীয়া হাতীৰ আক্ৰমণত দুজনকৈ লোকে মৃত্যুক আঁকোৱালি লয়।

 ইয়াৰে প্ৰথম ঘটনাটো সংঘটিত হয় শুকুৰবাৰে পুৱাৰ ভাগত। প্ৰাপ্ত তথ্য মতে ধূপধৰা আৰক্ষী চকীৰ অন্তৰ্গত অম্বুক বাঁহবাৰী গাঁৱত প্ৰায় ২৫-৩০ জনীয়া এটা বনৰীয়া হাতীৰ জাক প্ৰৱেশ কৰে। ফলত গাঁওবাসীৰ মাজত এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয়। ঠিক সেই সময়তে নিজৰ প্ৰাণ বচাবলৈ পলায়ণ কৰা সতীশ ৰাভা নামৰ লোকজন বনৰীয়া হাতীৰ দলটোৰ মুখামুখি হয় আৰু বনৰীয়া হাতীৰ দলটোৱে ৰাভাক গছকাত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

Apply Now

 গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সতীশক গাঁওবাসীয়ে তাৎক্ষণিকভাৱে নিকটৱৰ্তী ধূপধৰা বিকালী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসালয়তে ৰাভাই শেষ নিশ্বাস ত্যাগ কৰে।

 ইফালে আনটো ঘটনা সংঘটিত হয় গোৱালপাৰা জিলাৰ পাহাৰতুলি গাঁৱত।

 উল্লেখযোগ্য যে পাহাৰতুলি গাঁৱত পুৱতি নিশা বন্যহস্তীয়ে ভৰাঁলৰ ধান খোৱাৰ উমান পাই মনোজ হজং আৰু ভাতৃ বিদ্যাধৰ হজং ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে আৰু সেই সময়তে বনৰীয়া হাতীৰ দলটোৱে দুয়োকে আক্ৰমণ কৰে।

 ফলত মনোজ হজঙে ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি লোৱাৰ বিপৰীতে বিদ্যাধৰ হজঙে কোনোমতে নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয়।

 আনহাতে ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত বন বিভাগৰ লোক আৰু আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয়। লগতে ৰংজুলী ৰেঞ্জ অফিচাৰ মৃতকৰ পৰিয়ালক নিজৰ ফালৰ পৰা ৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়।

 গাঁওবাসীয়ে কৰা অভিযোগ অনুসৰি এই বনৰীয়া হাতীৰ জাকটোৰ মাজৰে লাডেন নামৰ হাতীটোৱে অকলেই অঞ্চলটোৰ কেইবাজনৰো প্ৰাণ কাঢ়ি নিয়াৰ পিছতো বন বিভাগে এতিয়ালৈকে কোনো উচিত পদক্ষেপ গ্ৰহণ কৰা নাই।

 আনহাতে সাংবাদিকে ৰংজুলীৰ বন বিভাগৰ এগৰাকী বিষয়াই কয় যে, ‘আমি বনৰীয়া হাতীৰ জাকটোক মেঘালয়ৰ পাহাৰীয়া জিলালৈ ঘূৰাই পথাবৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰিছো কিন্তু হাতীৰ দলটোৱে তাৎক্ষণিকভাৱে এটা ঠাই এৰি আন ঠাইত প্ৰৱেশ কৰে।’

 তাৰোপৰি সাংবাদিকে হাতীৰ জাকটোক ট্ৰেংকুলাইজ কৰাৰ কথা সোধাত বিষয়া গৰাকীয়ে কয় যে ট্ৰেংকুলাইজ কৰাৰ বাবে হাতীৰ দলটোৰ ওচৰলৈ গাড়ীৰে যোৱাটো এটা সমস্যা। যিহেতু হাতীৰ জাকটো ঘন অৰণ্যত ঘূৰি ফুৰে য’ত গাড়ীৰে যোৱাৰ কোনো পথ নাই।

ছফিকুল আহমেদ

ছফিকুল আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd