• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাকিস্তানক উচিত প্ৰত্যুত্তৰ ভাৰতীয় সেনাৰ : মাজনিশা ৯ টাকৈ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ, কেইবাজনো নিহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 7, 2025 7:29 am
1.9k
VIEWS
Share on FacebookShare on Twitter

মাজনিশা পাকিস্তানত আক্ৰমণ চলালে ভাৰতীয় সেনাই। পেহেলগাম কাণ্ডৰ প্ৰতিশোধ হিচাপে ভাৰতীয় সেনাই নিশা ১.৪৪ মিনিটত কেইবাটাও মিছাইলেৰে পাকিস্তান আক্ৰমণ কৰে।

জানিব পৰা মতে, ভাৰতীয় সেনাই পাক সন্ত্ৰাসবাদীৰ ঘাটিলৈ লক্ষ্য কৰি ২৪ টা মিছাইল নিক্ষেপ কৰে। এই মিছাইল আক্ৰমণত ২৬ জন পাকিস্তানী নাগৰিকে প্ৰাণ হেৰুওৱা বুলি সন্দেহ কৰা হৈছে।

সেনাৰ সূত্ৰ অনুসৰি, মিছাইলেৰে পাকিস্তানৰ মুঠ ৯ টা স্থানত মিছাইলেৰে আক্ৰমণ কৰা হয়।

ভাৰতীয় সেনাই এই অভিযানক ‘অপাৰেচন সিন্দুৰ’ নামেৰে নামকৰণ কৰিছে।

Recent News

‘১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত’! অপাৰেচন সিন্দুৰ এতিয়াও শেষ হোৱা নাই? সৰ্বদলীয় বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী  

‘১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত’! অপাৰেচন সিন্দুৰ এতিয়াও শেষ হোৱা নাই? সৰ্বদলীয় বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী  

ভাৰতত থাকি পাকিস্তানক সমৰ্থন! হায়দৰাবাদৰ ‘কাৰাচী বেকাৰী’ পুনৰ হিন্দুত্ববাদী কৰ্মীৰ ক্ষোভৰ সন্মুখীন

ভাৰতত থাকি পাকিস্তানক সমৰ্থন! হায়দৰাবাদৰ ‘কাৰাচী বেকাৰী’ পুনৰ হিন্দুত্ববাদী কৰ্মীৰ ক্ষোভৰ সন্মুখীন

উত্তৰাখণ্ডত হেলিকপ্টাৰ ভাঙি পৰি ৫জন নিহত, দুজন গুৰুতৰভাৱে আহত

উত্তৰাখণ্ডত হেলিকপ্টাৰ ভাঙি পৰি ৫জন নিহত, দুজন গুৰুতৰভাৱে আহত

‘অপাৰেচন সিন্দূৰ’ ট্ৰেডমাৰ্ক আবেদন ৰিলায়েন্সৰ: বিতৰ্কৰ মাজত মুকেশ আম্বানীৰ পদক্ষেপ

‘অপাৰেচন সিন্দূৰ’ ট্ৰেডমাৰ্ক আবেদন ৰিলায়েন্সৰ: বিতৰ্কৰ মাজত মুকেশ আম্বানীৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd