• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভূমিকম্প! পুৱাই পুৱাই কঁপি উঠিল চীন, নিশা আফগানিস্তানতো অনুভুত কম্পন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 16, 2025 9:37 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুৱাই পুৱাই ভূমিকম্পত কঁপি উঠিল চীন। শুকুৰবাৰে পুৱা চীনত অনুভূত হয় এই ভূমিকম্প। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৫। আনহাতে, আফগানিস্তানতো মাজনিশা কম্পন অনুভৱ কৰা হয়।

ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে ভাৰতীয় সময় অনুসৰি পুৱা ৬:২৯ বজাত চীনত ৪.৫ প্ৰাবল্যৰ ভূমিকম্প হয়। ইয়াৰ উৎপত্তি মাটিৰ তলত ১০ কিলোমিটাৰ গভীৰতাত আছিল।

Apply Now

আনহাতে, মাজনিশা কঁপি উঠিল আফগানিস্তানো। নেচনেল চেণ্টাৰ ফৰ ছিজম’লজীৰ তথ্য অনুসৰি এই কম্পনৰ পৰিমাণ আছিল ৰিখটাৰ স্কেলত ৪। ইয়াৰ উৎপত্তি ভূপৃষ্ঠৰ পৰা ১২০ কিলোমিটাৰ গভীৰতাত আছিল। ভাৰতীয় সময় অনুসৰি নিশা ১২:৪৭ বজাত সংঘটিত হয় এই ভূমিকম্প।

বাতৰি অনুসৰি, শুকুৰবাৰে পুৱা পশ্চিম চীনত এই ভূমিকম্প অনুভুত হয়। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ সংস্থাই প্ৰকাশ কৰিছে যে ইয়াৰ উৎপত্তি আছিল ইউনানৰ বাওছানৰ পৰা ৩২ কিলোমিটাৰ দূৰত। আগদিনা তিব্বতৰ মালভূমি অঞ্চলত প্ৰবল ভূমিকম্পৰ সৃষ্টি হৈছিল। ইয়াৰ কিছু সময়ৰ পিছতে ৪.৬ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হোৱা বুলি চীন প্ৰশাসনে প্ৰকাশ কৰিছে।

কিন্তু ভূমিকম্প সংঘটিত হোৱা অঞ্চলৰ জনসংখ্যা অতি কম। সেই অঞ্চলৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ১০ হাজাৰতকৈও কম লোক বাস কৰে। ইয়াৰ পূৰ্বে যোৱা সোমবাৰে তিব্বতত ৫.৫ প্ৰাবল্যৰ ভূমিকম্প হৈছিল।

বিগত কিছুদিনত আফগানিস্তান আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত একাধিকবাৰ কম্পন অনুভৱ কৰা হৈছে। বৃহস্পতিবাৰে বিয়লি আন এক প্ৰবল ভূমিকম্পই তুৰ্কিক জোকাৰি যায়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.১। তুৰস্কৰ দক্ষিণ প্ৰদেশ কন্যাৰ কুলু চহৰৰ পৰা ১৪ কিলোমিটাৰ উত্তৰ-পূবে ভূমিকম্পৰ উৎপত্তি হোৱা বুলি জানিব পৰা গৈছে। তদুপৰি ৰাজধানী আংকাৰাতো ভয়াৱহ কঁপনি অনুভূত হয়।

EQ of M: 4.5, On: 16/05/2025 06:29:51 IST, Lat: 25.05 N, Long: 99.72 E, Depth: 10 Km, Location: China.
For more information Download the BhooKamp App https://t.co/5gCOtjcVGs @DrJitendraSingh @OfficeOfDrJS @Ravi_MoES @Dr_Mishra1966 @ndmaindia pic.twitter.com/08mQNfOwyd

— National Center for Seismology (@NCS_Earthquake) May 16, 2025

যোৱা মাহত তুৰস্কৰ ইস্তানবুল চহৰ ভূমিকম্পই কঁপাই তুলিছিল। যোৱা সোমবাৰে পাকিস্তানতো কম্পন হৈছিল। আজি আফগানিস্তানত হোৱা ভূমিকম্প পাকিস্তানৰ একাংশ অঞ্চলতো অনুভৱ কৰা হয়। বিগত কিছুদিনত পাকিস্তানত ইটোৰ পিছত সিটোকৈ ভূমিকম্প সংঘটিত হৈছে।

যোৱা মাহত আফগানিস্তানত ৫.৮ প্ৰাবল্যৰ ভূমিকম্প হৈছিল। আফগানিস্তান আৰু তাজিকিস্তানৰ সীমান্তৱৰ্তী অঞ্চলত আছিল এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু। দিল্লীৰ লগতে জম্মু-কাশ্মীৰৰ কিছু অংশতো এই কঁপনি অনুভূত হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

October 11, 2026 8:44 am
চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

October 11, 2026 7:43 am
‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

October 11, 2026 8:44 am
চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

October 11, 2026 7:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd