• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ-পূৰ্বাঞ্চলত ৭৫ হাজাৰ কোটি টকা বিনিয়োগৰ পৰিকল্পনা ৰিলায়েন্সৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 23, 2025 5:16 pm
151
VIEWS
Share on FacebookShare on Twitter

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীৰ বৃহৎ ঘোষণা । অহা ৫ বছৰত ৰিলায়েন্সে উত্তৰ-পূবত বিনিয়োগ কৰিব ৭৫ হাজাৰ কোটি টকা । ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট ২০২৫ত ভাষণ প্ৰদান কৰি মুকেশ আম্বানীয়ে এই কথা ঘোষণা কৰে । আম্বানীৰ মতে এই বিনিয়োগে উত্তৰ-পূবত ২৫ লাখতকৈ অধিক প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ সুযোগ মুকলি কৰাৰ সম্ভাৱনা আছে ।

মুকেশ আম্বানীয়ে লগতে উল্লেখ কৰে যে ৰিলায়েন্স ৰিটেইলে উত্তৰ-পূবৰ ৰাজ্যসমূহত অঞ্চলটোৰ শীৰ্ষ এফএমচিজি সামগ্ৰীৰ কাৰখানাত বিনিয়োগ কৰিব আৰু অঞ্চলটোৰ শিল্প অৰ্থনীতিক প্ৰচাৰ কৰিব ।

মুকেশ আম্বানীয়ে লগতে উত্তৰ-পূবত ৩৫০ টা ইণ্টিগ্ৰেটেড কম্প্ৰেছ বায়’গেছ উদ্যোগ স্থাপন কৰি বিশাল পৰিত্যক্ত ভূমিক সম্পদলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্য ৰাখিছে ।

উত্তৰ-পূবত স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত পৰিকল্পনাৰ কথা উল্লেখ কৰি মুকেশ আম্বানীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলত শ্ৰেষ্ঠ কেন্সাৰ কেয়াৰ ব্যৱস্থা অনাৰ পৰিকল্পনা কৰা হৈছে ।

উল্লেখ্য যে ২৩ মে’ৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হৈছে ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ্ছ সন্মিলন ২০২৫ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা এই সন্মিলনৰ লক্ষ্য হৈছে উত্তৰ-পূব অঞ্চলক সুযোগ প্ৰদান কৰি বিশ্বব্যাপী আৰু ঘৰুৱা উভয় বিনিয়োগক আকৰ্ষণ কৰা ।

Recent News

পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ কন্যাৰ কনভয়ত প্ৰতিবাদকাৰীৰ আক্ৰমণ; কোনোমতে প্ৰাণৰক্ষা আছিফা জৰ্দাৰীৰ

পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ কন্যাৰ কনভয়ত প্ৰতিবাদকাৰীৰ আক্ৰমণ; কোনোমতে প্ৰাণৰক্ষা আছিফা জৰ্দাৰীৰ

‘ইউনুছে আমেৰিকাৰ ওচৰত বাংলাদেশক বিক্ৰী কৰি দিছে’, বিস্ফোৰক দাবী শ্বেখ হাছিনাৰ

‘ইউনুছে আমেৰিকাৰ ওচৰত বাংলাদেশক বিক্ৰী কৰি দিছে’, বিস্ফোৰক দাবী শ্বেখ হাছিনাৰ

ব্যৰ্থ মহাকাশ অভিযান, পিএছএলভি ৰকেটৰ ব্যৱহাৰ বন্ধ কৰিলে ইছৰোৱে

ব্যৰ্থ মহাকাশ অভিযান, পিএছএলভি ৰকেটৰ ব্যৱহাৰ বন্ধ কৰিলে ইছৰোৱে

আগৰতলা আৰু গুৱাহাটীৰ মাজত চলিব নতুন ট্ৰেইনঃ বৈদ্যুতিক ইঞ্জিনৰ পৰীক্ষামূলক চলাচল সম্পূৰ্ণ

আগৰতলা আৰু গুৱাহাটীৰ মাজত চলিব নতুন ট্ৰেইনঃ বৈদ্যুতিক ইঞ্জিনৰ পৰীক্ষামূলক চলাচল সম্পূৰ্ণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd