• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিচাযুক্ত পানীয় খুৱাই এমবিবিএছৰ ছাত্ৰীক দলবদ্ধ ধ*ৰ্ষণ; মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ ৩ সহপাঠী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 24, 2025 9:47 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰ জি কৰ হাস্পতালৰ ঘটনাক লৈ সমগ্ৰ দেশ উত্তাল হৈ পৰিছিল। কলকাতাৰ এখন চিকিৎসালয়ত এগৰাকী মহিলা চিকিৎসকক নিৰ্মম ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ স্মৃতি মাৰ নৌযাওতেই মহাৰাষ্ট্ৰত এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে।

পানীয়ত নিচাযুক্ত দ্ৰব্য মিহলাই সেৱন কৰিবলৈ দি ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে। এই ঘটনাত ছাত্ৰীগৰাকীৰ দুজন সহপাঠী আৰু তেওঁলোকৰ এজন বন্ধুক গ্ৰেপ্তাৰ কৰা হৈছে। আদালতে তিনিওজনকে ২৭ মে’লৈকে আৰক্ষীৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিছে।

Apply Now

যোৱা ১৮ মে’ৰ নিশা প্ৰায় ১০ বজাত মহাৰাষ্ট্ৰৰ সাংলি জিলাৰ তৃতীয় বৰ্ষৰ এমবিবিএছৰ ছাত্ৰীগৰাকীয়ে দুজন সহপাঠীৰ সৈতে চিনেমা চাবলৈ যোৱাৰ পৰিকল্পনা কৰিছিল। সহপাঠী দুজনৰ লগতে তেওঁলোকৰ আন এজন বন্ধুও আছিল। চিনেমা হললৈ যোৱাৰ পথত চাৰিওজনেই এটা ফ্লেটলৈ গ’ল। অভিযোগ অনুসৰি ছাত্ৰীগৰাকীক ড্ৰাগছ মিহলোৱা পানীয় দিয়া হৈছিল।

আৰক্ষীয়ে জনোৱা মতে, ছাত্ৰীগৰাকীয়ে তদন্তকাৰীক জনোৱা মতে, এই পানীয় খোৱাৰ পিছত তেওঁৰ মূৰ ঘূৰোৱা আৰম্ভ হয়। অভিযোগ অনুসৰি সেই একেটা ফ্লেটতে তিনিজনে তেওঁক ধৰ্ষণ কৰিছিল। আনকি অভিযুক্তই ছাত্ৰীগৰাকীক ভাবুকি দিয়ে যে যদি তেওঁ কাৰোবাক ঘটনাৰ বিষয়ে কয় তেন্তে তেওঁৰ বিপদ হ’ব।

চিকিৎসা বিজ্ঞানৰ ছাত্ৰীগৰাকী ঘৰলৈ উভতি অহাৰ পিছত পিতৃ-মাতৃক এই বিষয়ে অৱগত কৰে। কৰ্ণাটকৰ বেলাগাভিৰ বাসিন্দা ছাত্ৰীগৰাকী। ছাত্ৰীগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা আৰক্ষীত এজাহাৰ দাখিল কৰে।

বিষ্ণুবাগ থানাৰ আৰক্ষীয়ে তিনিওজনকে গ্ৰেপ্তাৰ কৰে। এজন আৰক্ষী বিষয়াই জনোৱা মতে, অভিযুক্তৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণ আৰু অন্যান্য অভিযোগত গোচৰ ৰুজু কৰা হৈছে। এতিয়াও তদন্ত অব্যাহত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd