• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অনুকৰণীয়! চাইকেল চলাই ১২৪ কেজি ওজন কমিল যুৱকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2025 10:00 am
87
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ নাগৰিক ৰিয়ান গ্ৰেৱেলে (৩৬) চাইকেল চলাই ২২২ কেজিৰ পৰা ১২৪ কেজি ওজন কমাবলৈ সক্ষম হয়। কোনো অস্ত্ৰোপচাৰ নকৰাকৈ মাত্ৰ দুবছৰতে ১২৪ কেজি ওজন কমিছিল।

জনা যায় যে আমেৰিকাৰ ৩৬ বছৰীয়া যুৱক ৰিয়ান গ্ৰেৱেলে অনিয়মিত জীৱনশৈলী কটাইছিল। বেয়া খাদ্যাভ্যাস, ফাষ্ট ফুডৰ আসক্তিৰ ফলত ২২২ কিলোগ্ৰাম ওজন বৃদ্ধি পায়! ইয়াৰ পিছত যুৱকজনে খোজ কঢ়া, বহা, দৈনন্দিন কাম-কাজ সম্পন্ন কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। ইয়াৰ বাবে তেওঁ নিজকে দোষাৰোপ কৰিছিল। জীৱনটো অসহ্যকৰ হৈ পৰিছিল। অৱশেষত গ্ৰেৱেলে স্বাভাৱিক জীৱনলৈ ঘূৰি অহাৰ সিদ্ধান্ত ল’লে। ২০২৩ চনত চাইকেল কিনি আৰম্ভ কৰা তেখেতে নিয়মিতভাৱে প্ৰতিদিনে নিৰ্দিষ্ট সময়ৰ বাবে চাইকেল চলায়। চাইকেলেৰে মাইলৰ পাছত মাইল যাত্ৰা কৰিলে। কিন্তু এদিনতে নহ‘ল। ২৪ মাহৰ প্ৰচেষ্টাত তেওঁ ১২৪ কেজি ওজন কমিছে।

ৰিয়ানে ছ’চিয়েল মিডিয়াত লিখিছে, “২০২৩ চনৰ জানুৱাৰী মাহত মোৰ ওজন আছিল ২২২ কিলোগ্ৰাম। সেই সময়ত মোৰ বয়স আছিল ৩৪ বছৰ। মই মোৰ স্বাস্থ্যৰ যত্ন লোৱাৰ সিদ্ধান্ত ললোঁ। সঁচা কথা ক’বলৈ গ’লে মোৰ জীয়াই থকাৰ বিশেষ সম্ভাৱনা নাছিল। মই আৰু খোজ কাঢ়িবলৈ ধৰিলোঁ। ভজা খাদ্য, মিঠাই, মদ আদি খোৱা বন্ধ কৰি ভাল খাদ্য খাবলৈ ধৰিলোঁ।”

Recent News

 ‘দেশ প্ৰথম, দল পিছত’: কংগ্ৰেছক বাৰ্তা শশী থাৰুৰৰ

 ‘দেশ প্ৰথম, দল পিছত’: কংগ্ৰেছক বাৰ্তা শশী থাৰুৰৰ

মানাহ নদীৰ পাৰৰ অবৈধ খননে ভাবুকি কঢ়িয়াই আনিছে পৰিৱেশ আৰু জনজীৱনৰ বাবে

মানাহ নদীৰ পাৰৰ অবৈধ খননে ভাবুকি কঢ়িয়াই আনিছে পৰিৱেশ আৰু জনজীৱনৰ বাবে

দুই শিক্ষকৰ বিৰুদ্ধে নয়ডাত ‘মানসিক হাৰাশাস্তি’ৰ অভিযোগ তুলি চৰম সিদ্ধান্ত ল’লে চিকিৎসা বিজ্ঞানৰ ছাত্ৰীয়ে

দুই শিক্ষকৰ বিৰুদ্ধে নয়ডাত ‘মানসিক হাৰাশাস্তি’ৰ অভিযোগ তুলি চৰম সিদ্ধান্ত ল’লে চিকিৎসা বিজ্ঞানৰ ছাত্ৰীয়ে

আইচিচিৰ নতুন উদ্যোগ! ২০২৮ চনত ৩২টা দলৰ টি-২০ বিশ্বকাপৰ পৰিকল্পনা

আইচিচিৰ নতুন উদ্যোগ! ২০২৮ চনত ৩২টা দলৰ টি-২০ বিশ্বকাপৰ পৰিকল্পনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd